|
১। বৈদিক ধৰ্মৰ বহু-শৰণ। ২। বহু-শৰণৰ বিপক্ষে জৰথুস্ত্ৰ ধৰ্ম। ৩। কৰ্মকাণ্ডৰ বিৰুদ্ধে জ্ঞানকাণ্ড। ৪। বেদান্তত বৈদিক দেৱতা। ৫। আৰ্যধৰ্মত দ্ৰাবিড়ী প্ৰভাৱ। ৬। বৈদান্তিক ধৰ্মৰ প্ৰতিবাদী বৌদ্ধ ধৰ্ম। ৭। কন্-ফু-ছিয়াছ, ছক্ৰেটিছ, যীশুখৃষ্ট। ৮। মহম্মদীয় ধৰ্মত পূৰ্ব-সমন্বয়। ৯। দ্ৰাবিড়ী দেশত ভক্তি-ধৰ্ম। ১০। ভক্তি-ধৰ্মৰ দাৰ্শনিক ভেটি। [৩-৮৯]
| ১১। ৰামানুজৰ পৰবৰ্তী প্ৰচাৰকসকল। |
১২। ৰামানন্দ কবীৰ প্ৰভৃতিৰ ভক্তি-প্ৰচাৰ।
|
| ১৩। প্ৰাক্-শঙ্কৰী অসমত ধৰ্মৰ যুঁজ-বাগৰ। |
১৪। শঙ্কৰদেৱলৈ সমাজৰ সকীয়ণ।
|
| ১৫। শঙ্কৰদেৱলৈ দৈৱিক সকীয়ণ। |
১৬। শঙ্কৰদেৱৰ তীৰ্থভ্ৰমণৰ তাৎপৰ্য্য।
|
| ১৭। শঙ্কৰদেৱ-মাধৱদেৱৰ মিলন। |
১৮। শঙ্কৰদেৱৰ ভাগৱত-পাণ্ডিত্য।
|
| ১৯। শঙ্কৰদেৱৰ আগতীয়া গ্ৰন্থসমূহ। |
২০। শঙ্কৰদেৱৰ শেহতীয়া গ্ৰন্থসমূহ। [৯৩-১৮০]
|
| ২১। শঙ্কৰদেৱৰ ধৰ্মৰ বিচাৰ পদ্ধতি। |
২২। অবৈষ্ণৱ ব্যাখ্যাৰ বিৰুদ্ধে সতৰ্কতা।
|
| ২৩। গুৰু-চৰিতৰ পোহৰত ধৰ্মৰ বিচাৰ। |
২৪। গুৰু-চৰিতৰ পোহৰত মূৰ্তি বিচাৰ।
|
| ২৫। শঙ্কৰদেৱৰ একশৰণ নীতিৰ স্বৰূপ। |
২৬। ভক্তিৰ বিৰোধী আৰু অবিৰোধী কৰ্ম।
|
| ২৭। নাম-ধৰ্মৰ প্ৰয়োগ-অপ্ৰয়োগ বিচাৰ। |
২৮। ভক্তি ধৰ্মৰ আচাৰৰ শুদ্ধাশুদ্ধতা।
|
| ২৯। দৈনন্দিন ভক্তি-ব্যৱহাৰৰ বিচাৰ। |
৩০। শঙ্কৰদেৱৰ নিজ সৃষ্টি-তত্ত্ব ব্যাখ্যা। [১৮৩-২৭৭]
|
| ৩১। অৱতাৰবাদ আৰু প্ৰাক্শঙ্কৰী অসম। |
৩২। সমাজ-সংগঠনৰ অন্যান্য আহিলা।
|
| ৩৩। কুৰি শতিকালৈ শঙ্কৰদেৱৰ বাণী। |
৩৪। নামঘৰ আৰু সত্ৰত শঙ্কৰী সংস্কৃতি।
|
| ৩৫। গ্ৰাক্-শঙ্কৰী যুগত বৈষ্ণৱ অভ্যুত্থান। |
৩৬। শঙ্কৰদেৱৰ সমাজ-চিকিৎসা।
|
| ৩৭। অসমীয়া সমাজ-বোধ জাগৃতি। |
৩৮। শঙ্কৰদেৱৰ অসমীয়া প্ৰাণ-প্ৰতিষ্ঠা।
|
| ৩১। সমাজত মজ্জাগত শঙ্কৰী প্ৰভাৱ। |
৪০। লুথাৰ,কবীৰ আৰু শঙ্কৰদেৱ। [২৭৯-৩৬৬]
|
৪১। আজিৰ জগত আৰু ভৱিষ্যতৰ ধৰ্ম। ৪২। মহাপুৰুষীয়া ধৰ্মত নৱবিধানসঙ্কেত। ৪৩। মহাপুৰুষীয়া ধৰ্মত অতীতৰ সমন্বয়। ৪৪। মহাপুৰুষীয়া দৰ্শনত গীতাৰ সামঞ্জস্য (১) ৪৫। মহাপুৰুষীয়া দৰ্শনত গীতাৰ সামঞ্জস্য (২)। ৪৬। মহাপুৰুষীয়া ধৰ্মৰ মায়ামৰা আন্দোলন। ৪৭। শঙ্কৰদেৱত জগত-গুৰুৰ লক্ষণসমূহ। ৪৮। মহাপুৰুষীয়া ধৰ্মৰ প্ৰকৃত তাৎপৰ্য্য। ৪১। মহাপুৰুষীয়া ধৰ্মত ভক্তিৰ দাৰ্শনিকতা। ৫০। মহাপুৰুষীয়া ধৰ্মত অমৃতৰ সন্ধান। [৩৬৯-৪৪৭]
(ক) “মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ”
(খ) শঙ্কৰদেৱ-মাধৱদেৱৰ অন্যান্য আধুনিক জীৱনী
(গ) গীতাত ‘মহাপুৰুষ” শব্দৰ ব্যৱহাৰ
(ঘ) গীতা আৰু উপনিষদ মতে ব্ৰহ্মবিচাৰ
(ঙ) গীতা-উপনিষদৰ বিচাৰত অক্ষৰ ব্ৰহ্ম
(চ) গীতাৰ আৰু মহাপুৰুষীয়াৰ পুৰুষোত্তম
(ছ) গীতাৰ পোহৰত প্ৰকৃতি-তত্ত্ব
(জ) গীতাৰ বিচাৰমতে পুৰুষতত্ত্ব
(ঝ) উপসংহাৰত লেখকৰ বক্তব্য।
|
|
৪৪৯
৪৫৩
৪৫৪
৪৫৫
৪৫৭
৪৫৯
৪৬১
৪৬২
৪৬৪
| |