পৃষ্ঠা:Yugnayak Sankardeva.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

॥ যুগনায়ক শঙ্কৰদেৱ॥

০দ্বিতীয় পুথি০

উত্তৰ ভাৰতত নৱ-জীৱনৰ স্পন্দন

⸻⸻


বিষয়-সূচী

॥এঘাৰ॥
ৰামানুজৰ পৰবৰ্তী প্ৰচাৰসকল
॥বাৰ॥
ৰামানন্দ কবীৰ প্ৰভৃতিৰ ভক্তিপ্ৰচাৰ
॥তেৰ॥
প্ৰাকশঙ্কৰী অসমত ধৰ্মৰ যুজ-বাগৰ
॥ চৈধ্য॥
শঙ্কৰদেৱলৈ সমাজৰ সকীয়ন
॥পোন্ধৰ॥
শঙ্কৰদেৱলৈ দৈৱিক সকীয়ন
॥ষোল্ল॥
শঙ্কৰদেৱৰ তীৰ্থভ্ৰমণৰ তাৎপৰ্য্য
॥সোতৰ॥
শঙ্কৰদেৱ-মাধবদেৱৰ মিলন
॥ওঠৰ॥
শঙ্কৰদেৱৰ ভাগৱত পাণ্ডিত্য
॥উনৈশ॥
শঙ্কৰদেৱৰ আগতীয়া গ্ৰন্থসমূহ
॥কুৰি॥
শঙ্কৰদেৱৰ শেহতীয়া গ্ৰন্থসমূহ