সমললৈ যাওক

ৱিকিউৎস:সমজুৱা পৃষ্ঠা

ৱিকিউৎসৰ পৰা


সমজুৱা পৃষ্ঠা
ৱিকিউৎস মুক্ত উৎস পাঠৰ এক অনলাইন পুথিভঁৰাল। ৱিকিউৎসক ৪,৭৪৫ গৰাকী পঞ্জীভুত সদস্যৰ দলে চোৱাচিতা কৰে— ইয়াৰে ৩২ গৰাকীয়ে যোৱা ৩০ দিনত সম্পাদনা কৰিছে। আপুনি আমাক সহায় কৰিবলৈ বিচাৰিলে এটা একাউণ্ট সৃষ্টি কৰক আৰু সম্পাদনা আৰম্ভ কৰক।

ৱিকিউৎস (Wikisource) ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। লেখাৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা ইয়াৰ উদ্দেশ্য, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনোবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে। "Project Sourceberg" নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে "Wikisource" নাম দিয়া হয়।

অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে।

অসমীয়া ৱিকিউৎসত আপুনি যি কোনো প্ৰকাশিত কামকাজ যোগ কৰিব পাৰে, যিবোৰৰ স্ৰষ্টাজনৰ মৃত্যু ৬০ বছৰ পাৰ হৈছে বা তেওঁৰ লেখাবোৰ পাব্ললিক ড’মেইনৰ আওতালৈ আহিছে। ইয়াত এনে যি কোনো গান, কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ, নিবন্ধ, ভ্ৰমণ কাহিনী, চিঠি পত্ৰ, দলিল, পুৰাণ, ভাওনা, ধৰ্মীয় গ্ৰন্থ, গুৰুত্বপূৰ্ণ ভাষণ আদি যোগ কৰিব পাৰে। মূল লেখা অসমীয়া ভাষাত ন’হলেও আপুনি ইয়াৰ অসমীয়া অনুবাদ ইয়াত যোগ কৰিব পাৰে।

যিসকল লেখকৰ কৰ্ম ইয়াত যোগ কৰিব পাৰে সেইসকলৰ এখন সৰু তালিকা চাওক।

ৱিকিসমাজৰ পৃষ্ঠাসমূহ

সাহায্য পৃষ্ঠাসমূহ

পৰিচয় • ৱিকিপিডিয়ানৰ বাবে • পৰীক্ষাগাৰ

ন-শিকাৰুৰ বাবে নিৰ্দেশিকা: [পঢ়া] বিচৰণ • বিশ্বাসযোগ্যতা [সম্পাদনা] পাঠ্য সংযোগ • উৎস আৰু আপল'ড • কপিৰাইট • সূচী পৃষ্ঠা • OCR-ৰ প্ৰক্ৰিয়াৰে পাঠোদ্ধাৰ • মুদ্ৰণ সংশোধন • ৱিকি-সংকেত • বৈধকৰণ • অন্তৰ্ভুক্তি • অন্তিম স্পৰ্শ [পৰিচৰ্যা] পৰিচৰ্যা • বিলোপন

Reading: সন্ধান • Reading offline • গ্ৰন্থসমূহ

সম্পাদনা:  চিত্ৰ সংযোগ • লেখক পৃষ্ঠা • শ্ৰেণীকৰণ • আন্তঃভাষা সংযোগ • লে'আউট • নামস্থান • পুনঃনিৰ্দেশ • উপপৃষ্ঠা

বিশেষ কাৰ্য: Disambiguation • Footnotes and endnotes • Fractions and functions • Labeled section transclusion • Logging in • Match and split • Page breaks • Sidenotes • Table

স্কেন: Digitising texts and images for Wikisource • DjVu files

Copyright: Copyright tags • Public domain • Copyright renewals • Licensing compatibility • Official texts

Particular works: Film • Poetry • Sheet music

Multimedia: Audio

Templates: Font size templates • Maintenance tags • Sister‑project templates

Gadgets: Gadget‑BookMaker • Gadget‑HotCat • Header preloading script gadget • URL2Commons

External sites: Internet Archive • LibriVox • Bibliowiki

সংশোধনৰ পৰিসংখ্যা

পৃষ্ঠাৰ স্থিতি সংখ্যা
বৈধকৃত ০
মুদ্ৰণ সংশোধিত ২৫৭
সমস্যাজৰ্জৰ‎ ২৬২
মুদ্ৰণ সংশোধন কৰা হোৱা নাই‎ ২১,৪৮৪
পাঠ্য নথকা‎ ১,৮৮০

এই তালিকাখনে পৃষ্ঠা নামস্থানত থকা পাঁচটা শ্ৰেণীৰ মুঠ পৃষ্ঠা সংখ্যা দেখুৱাইছে।

উন্নতি আৰু পৰিচৰ্যা

বৈধকৰণ:

অদৃষ্ট.pdf, আভাস কাব্য.pdf, ধৰম গিত.djvu (অধিক...)

সংশোধন:

চাণক্য.pdf, Subject Of Examination In The Assamese Language.djvu, অশৌচ-তত্ব সংগ্ৰহ.djvu (অধিক...)

পাঠ্য স্তৰ:

বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf, স্বাধীন অসমৰ অ আ ক খ.pdf, Asomiya Mahabharat Vol. 2.pdf (অধিক...)

সমস্যাজৰ্জৰ:

দন্দুৱা দ্ৰোহ.pdf, আদিপাঠ - আগছোৱা.djvu, দক্ষ-যজ্ঞ.djvu (অধিক...)

চিত্ৰ সংযোগ: কোনো পৃষ্ঠাই এই মাপকাঠী পূৰণ নকৰে।(অধিক...)

উপপৃষ্ঠালৈ ভাগ:

কেন্দ্ৰ সভা, গদাধৰ, জুৰণি (অধিক...)