পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩০
যুগনায়ক শঙ্কৰদেৱ

কৃষ্ণৰ দৰেই তেওঁৰ গুণ-নাম অৱশ্যে নিৰ্গুণ—

“তযু গুণ-নাম হৰি কেৱল নিৰ্গুণ মাত্র,
 আৱৰ সমস্ত গুণময়।” ৭৪।

তেন্তে “গুণ” মানে পাৰ্থিৱ ভাব বা সত্ত্ব-ৰজঃ-তমঃ বৃত্তি। আৰু তেওঁৰ গুণ-নাম গুণাতীত :

“কৃষ্ণকেসে মাত্র ভজে যিটো জনে
 অব্যভিচাৰী ভকতি।
তিনি গুণ অতি- ক্রমি ব্ৰহ্মৰূপ
 পাৱে সিটো মহামতি॥ ২১১।
তিনি গুণময় যত জ্ঞান-কম
 কেৱল বন্ধ কাৰণ।
জামি তাক তেজি একান্ত ভকতি
 ভজিয়ে কৃষ্ণ চৰণ॥ ২১২।
জো গুণ তমো- গুণময় বৃত্তি
 কেৱল আসুৰী ভাৱ।
শুদ্ধ সত্ত্ব বৃত্তি দেৱৰ সম্পত্তি
 লৈয়া ভজা কৃষ্ণ পাৱ।” ২১৩।