পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২৫
শঙ্কৰদেৱত জগত-গুৰুৰ লক্ষণ

“মাধৱৰ ৰঙা দুই চৰণে ধৰিয়া।
ৰাম নাম ৰস পীয়ো অঞ্জলি ভৰিয়া॥
পীয়ু পীয়ু পীষু অমিয়া মাধুৰী হৰি-নাম, ৰাম ৰাম।
দূৰতে তেজিয়া থৈয়ো আন যত কাম, ৰাম ৰাম॥” ৭০৪।

“নোহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নোহো আতি,
  নোহো ধৰ্মশীল দান-ব্ৰত তীৰ্থগামী।
কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ    গোপীভৰ্ত্তা পদ-কমলৰ
  দাসৰো দাসৰ তান দাস ভৈলোঁ আমি॥”

⸻⸻