পৃষ্ঠা:Yugnayak Sankardeva.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মহাপুৰুষীয়া ধৰ্মৰ বিশ্বজনীনতা

৪১। আজিৰ জগত আৰু ভৱিষ্যতৰ ধৰ্ম। ৪২। মহাপুৰুষীয়া ধৰ্মত নৱবিধানসঙ্কেত। ৪৩। মহাপুৰুষীয়া ধৰ্মত অতীতৰ সমন্বয়। ৪৪। মহাপুৰুষীয়া দৰ্শনত গীতাৰ সামঞ্জস্য (১) ৪৫। মহাপুৰুষীয়া দৰ্শনত গীতাৰ সামঞ্জস্য (২)। ৪৬। মহাপুৰুষীয়া ধৰ্মৰ মায়ামৰা আন্দোলন। ৪৭। শঙ্কৰদেৱত জগত-গুৰুৰ লক্ষণসমূহ। ৪৮। মহাপুৰুষীয়া ধৰ্মৰ প্ৰকৃত তাৎপৰ্য্য। ৪১। মহাপুৰুষীয়া ধৰ্মত ভক্তিৰ দাৰ্শনিকতা। ৫০। মহাপুৰুষীয়া ধৰ্মত অমৃতৰ সন্ধান। [৩৬৯-৪৪৭]

 

ওপচনি

(ক) “মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ”
(খ) শঙ্কৰদেৱ-মাধৱদেৱৰ অন্যান্য আধুনিক জীৱনী
(গ) গীতাত ‘মহাপুৰুষ” শব্দৰ ব্যৱহাৰ
(ঘ) গীতা আৰু উপনিষদ মতে ব্ৰহ্মবিচাৰ
(ঙ) গীতা-উপনিষদৰ বিচাৰত অক্ষৰ ব্ৰহ্ম
(চ) গীতাৰ আৰু মহাপুৰুষীয়াৰ পুৰুষোত্তম
(ছ) গীতাৰ পোহৰত প্ৰকৃতি-তত্ত্ব
(জ) গীতাৰ বিচাৰমতে পুৰুষতত্ত্ব
(ঝ) উপসংহাৰত লেখকৰ বক্তব্য।

 

৪৪৯
৪৫৩
৪৫৪
৪৫৫
৪৫৭
৪৫৯
৪৬১
৪৬২
৪৬৪