সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৯
শঙ্কৰদেৱলৈ সমাজৰ সকীয়ন


নৰং মৰ্ত্ত্য় শিৰোৰক্তম্ দেব্যাঃ সম্যক্ নিবেদয়েৎ। ১১২।
হসতি ছিন্নশীষঞ্চেন্নৰম্ স্যাত্তু, ৰিপুক্ষয়ঃ।
শ্ৰীবৃদ্ধিৰায়ুষো বৃদ্ধি সদা দাতুৰসংশয়ঃ। ১৪১।

অসমত প্ৰায় চতুৰ্দশ শতাব্দীৰ আগে আগে ৰচিত বুলি প্ৰসিদ্ধ ভাৰত-প্ৰখ্যাত যোগিনী তন্ত্ৰতো তেনেদৰে কামাখ্যা প্ৰভৃতি পীঠৰ মাহাত্ম আদি বৰ্ণিত হৈছেঃ

মাহাত্মং কীৰ্ত্তিতং তস্য পুৰশ্ৰীশৈল মন্দিৰে।
বাৰাণস্যাং কামাখ্যায়াং নেপালে মণ্ডলে চলে॥ (১।৩)

ইয়াৰে ষষ্ঠ পটলত ষোড়শী যুৱতীক ধ্যান কৰিবৰ দিহা দিছে—

বিন্দুত্ৰয়ং কলাক্ৰান্তং প্ৰথমং পৰিচিন্তয়েৎ।
তত্তাস্মাদ্ ভাৱয়েজুতং স্ত্ৰীৰূপং ষোড়শব্দীকান্॥ ৮।
বালাৰ্ক কোটিসমজ্যোতিঃ প্ৰকাশিত দিগন্তৰম্।
মূৰ্দ্ধাদিস্তনপৰ্য্যস্তানুৰ্ধবিনোঃ সমুদ্ভৱম্॥ ৯।
বিন্দু জন্মধ্যদেশং কণ্ঠাদি কটিশীৰ্ষকম্।
স্তনদ্বয়েন ভাষন্ত ত্ৰিবলি পৰিমণ্ডিতম্॥ ১০।

এই অধ্যায়তে আকৌ কৈছে বোলে মদ, মঙহ, মৈথুন আদি বীৰত্ব-

সূচকহে, পাশৱিক নহয় :

মদ্যম মাংসম্ তথা মৎস্যম্ মুদ্ৰাং মৈথুনম্।
ইদমাচৰণং দেবী প্ৰসন্ন দিব্য বীৰয়োঃ।

অকল ইমানেই নহয়, পঞ্চমকাৰ-সেৱী বীৰবোৰ-“ব্ৰহ্মা বিষ্ণু শিৱাদিনাং সুপ্ৰিয়া সাধকোত্তম।” (৬২৮)। ইয়াৰ পাছত কেনে মদ আৰু কেনে স্ত্ৰী বিভিন্ন জাতৰ বাবে উপভোগ্য তাকো বৰ্ণাইছে (৩৫-৪০)। এই প্ৰসঙ্গত এই পৰ্যন্ত কোৱা হৈছে,—“মাতৃযোনিং পৰিত্যজ্য মৈথুনং সৰ্বযোনিমু।” (৬।৪৪)

“দ্বাদশাদাধিকা যোনিৰ্জ্য়াবাত ষষ্ঠী পুজায়তে।
তাৱত্তী মৈথুনং তস্যাং স্বয়ম্ভৱঃ।” (৬৪৫)