লেখক:ডিম্বেশ্বৰ নেওগ
অৱয়ব
←লেখকৰ তালিকা | ডিম্বেশ্বৰ নেওগ (১৮৯৯–১৯৬৬) |
![]() |
![]() | ডিম্বেশ্বৰ নেওগ অসমৰ এগৰাকী প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ভাষা সাহিত্যৰ গৱেষক, নাট্যকাৰ, সমালোচক আৰু শিক্ষক আছিল। মূলতঃ অসমীয়া ভাষাত সাহিত্য ৰচনা বাদেও তেখেতে ইংৰাজী ভাষাতো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তেখেতক অসমীয়া সাহিত্যত ইন্দ্ৰধেনুৰ কবি বুলিও জনা যায়।