পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০৮
যুগনায়ক শক্ষৰদেৱ

ছে ভগৱন্ত গুৰু  তযু পদে মন মোৰ
যি কালত স্থিতিক লভয়।
তোমাৰ কৃপাত তেৱে  সকল সাধন শ্ৰম
এড়াই স্থখী হৈবোঁহো নিশ্চয়॥৷ ৬০।
নমো নমো নাৰায়ণ   প্ৰসন্ন হুয়োক হৰি
কৰিয়োক মায়াক নির্য্যাণ।
আপোনাৰ মহিমাক  আপুনি বেকত কৰি
জীৱক কৰিয়ো পৰিত্ৰাণ॥৷৬৮।
তোমাৰ মায়ায়ে হৰি  কপট গুণক ধৰি
মোহি আছে আমাক সমূলি।
গুচায়োক মায়া স্বামী  তোমাৰি চৰণে আমি
ভজিলোহো জয় কৃষ্ণ বুলি॥” ৬৯।

―――