পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

॥ যুগনায়ক শঙ্কৰদেৱ ॥

* তৃতীয় পুথি *

শঙ্কৰদেৱৰ প্ৰচাৰিত ধর্ম-নীতি

⸺⸺

বিষয়-সূচী

 ॥একৈশ॥  ॥ছাব্বিশ॥
শঙ্কৰদেৱৰ ধৰ্মৰ বিচাৰ-পদ্ধতি  ভক্তিৰ বিৰােধী আৰু অবিৰোধী কৰ্ম
 ॥ বাইশ॥  ॥সাতাইশ॥
অবৈষ্ণৱ ব্যাখ্যাৰ বিৰুদ্ধে সতর্কতা নাম-ধৰ্মৰ প্ৰয়োগ অপ্রয়ােগ বিচাৰ
 ॥ তেইশ॥  ॥ আঠাইশ॥
গুৰু-চৰিতৰ পােহৰত ধৰ্মৰ বিচাৰ  ভক্তি-ধৰ্মৰ আচাৰৰ শুদ্ধাশুদ্ধতা
 ॥ চৌবিশ॥  ॥ উনত্রিশ॥
গুৰু-চৰিতৰ পােহৰত মূৰ্ত্তি-বিচাৰ  দৈনন্দিন ভক্তি-ব্যৱহাৰৰ বিচাৰ
 ॥ পঁচিশ॥  ॥ ত্ৰিশ॥
শঙ্কৰদেৱৰ একশৰণ নীতিৰ স্বৰূপ  শঙ্কৰদেৱৰ নিজ সৃষ্টি তত্ত্ব-ব্যাখ্যা