পৃষ্ঠা:Yugnayak Sankardeva.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিষয়-সূচী

প্ৰাচ্যজগতত ধৰ্মৰ ক্ৰমবিকাশ

১। বৈদিক ধৰ্মৰ বহু-শৰণ। ২। বহু-শৰণৰ বিপক্ষে জৰথুস্ত্ৰ ধৰ্ম। ৩। কৰ্মকাণ্ডৰ বিৰুদ্ধে জ্ঞানকাণ্ড। ৪। বেদান্তত বৈদিক দেৱতা। ৫। আৰ্যধৰ্মত দ্ৰাবিড়ী প্ৰভাৱ। ৬। বৈদান্তিক ধৰ্মৰ প্ৰতিবাদী বৌদ্ধ ধৰ্ম। ৭। কন্-ফু-ছিয়াছ, ছক্ৰেটিছ, যীশুখৃষ্ট। ৮। মহম্মদীয় ধৰ্মত পূৰ্ব-সমন্বয়। ৯। দ্ৰাবিড়ী দেশত ভক্তি-ধৰ্ম। ১০। ভক্তি-ধৰ্মৰ দাৰ্শনিক ভেটি। [৩-৮৯]

উত্তৰ ভাৰতত নৱ-জীৱনৰ স্পন্দন

১১। ৰামানুজৰ পৰবৰ্তী প্ৰচাৰকসকল। ১২। ৰামানন্দ কবীৰ প্ৰভৃতিৰ ভক্তি-প্ৰচাৰ।
১৩। প্ৰাক্-শঙ্কৰী অসমত ধৰ্মৰ যুঁজ-বাগৰ। ১৪। শঙ্কৰদেৱলৈ সমাজৰ সকীয়ণ।
১৫। শঙ্কৰদেৱলৈ দৈৱিক সকীয়ণ। ১৬। শঙ্কৰদেৱৰ তীৰ্থভ্ৰমণৰ তাৎপৰ্য্য।
১৭। শঙ্কৰদেৱ-মাধৱদেৱৰ মিলন। ১৮। শঙ্কৰদেৱৰ ভাগৱত-পাণ্ডিত্য।
১৯। শঙ্কৰদেৱৰ আগতীয়া গ্ৰন্থসমূহ। ২০। শঙ্কৰদেৱৰ শেহতীয়া গ্ৰন্থসমূহ। [৯৩-১৮০]

শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম-নীতি

২১। শঙ্কৰদেৱৰ ধৰ্মৰ বিচাৰ পদ্ধতি। ২২। অবৈষ্ণৱ ব্যাখ্যাৰ বিৰুদ্ধে সতৰ্কতা।
২৩। গুৰু-চৰিতৰ পোহৰত ধৰ্মৰ বিচাৰ। ২৪। গুৰু-চৰিতৰ পোহৰত মূৰ্তি বিচাৰ।
২৫। শঙ্কৰদেৱৰ একশৰণ নীতিৰ স্বৰূপ। ২৬। ভক্তিৰ বিৰোধী আৰু অবিৰোধী কৰ্ম।
২৭। নাম-ধৰ্মৰ প্ৰয়োগ-অপ্ৰয়োগ বিচাৰ। ২৮। ভক্তি ধৰ্মৰ আচাৰৰ শুদ্ধাশুদ্ধতা।
২৯। দৈনন্দিন ভক্তি-ব্যৱহাৰৰ বিচাৰ। ৩০। শঙ্কৰদেৱৰ নিজ সৃষ্টি-তত্ত্ব ব্যাখ্যা। [১৮৩-২৭৭]

সমাজ সংগঠনত শঙ্কৰদেৱ

৩১। অৱতাৰবাদ আৰু প্ৰাক্‌শঙ্কৰী অসম। ৩২। সমাজ-সংগঠনৰ অন্যান্য আহিলা।
৩৩। কুৰি শতিকালৈ শঙ্কৰদেৱৰ বাণী। ৩৪। নামঘৰ আৰু সত্ৰত শঙ্কৰী সংস্কৃতি।
৩৫। গ্ৰাক্-শঙ্কৰী যুগত বৈষ্ণৱ অভ্যুত্থান। ৩৬। শঙ্কৰদেৱৰ সমাজ-চিকিৎসা।
৩৭। অসমীয়া সমাজ-বোধ জাগৃতি। ৩৮। শঙ্কৰদেৱৰ অসমীয়া প্ৰাণ-প্ৰতিষ্ঠা।
৩১। সমাজত মজ্জাগত শঙ্কৰী প্ৰভাৱ। ৪০। লুথাৰ,কবীৰ আৰু শঙ্কৰদেৱ। [২৭৯-৩৬৬]