নীতি কথা (বিষ্ণুপ্ৰিয়া দেৱী)
নীতি কথা।
স্বৰ্গীয়া বিষ্ণুপ্ৰিয়া দেবী
সংকলিত।
নগাঁও।
শ্ৰীলতিকাদেবী বৰুৱাণীৰ দ্বাৰা
প্ৰকাশিত।
গুৱাহাটী৷
দ্বিতীয় সংস্কৰণ।
১৯২১।
⸻
পুথীৰ বেচ॥০ অনা।
কলিকতা,
৬নং কলেজ-স্কোয়াৰ, সাম্য-প্ৰেছত,
শ্ৰীউপেন্দ্ৰনাথ দাস দ্বাৰা মুদ্ৰিত।
আৰম্ভন।
নীতিগৰ্ভ কেইখনমান পুথীৰ পৰা কিছুমান কথা সংগ্ৰহ কৰি এই নীতিকথা প্ৰাচৰ কৰা হ’ল। পাঠক সকলে ইয়াৰ দোষ ক্ষেমিলে ভাল পাম ৷ আৰু ইয়াৰে অসমীয়া সাহিত্যৰ অলপ লাভ হলেও ধন্য মানিম। ইতি
২৯এ মাঘ, ১৮০৫ |
বি, |
ও
পৰম ভক্তিভাজন শাহু আয়ে এই কিতাপখনি পঁইত্ৰিশ্ বছৰ আগৈয়ে ৰচনা কৰিছিল। অসমীয়া ভাষাত এনে আৰু এখনি কিতাপ নথকা দেখি “নীতি কথা” কিতাপখনি আকৌ মই প্ৰকাশ কৰিলোঁ। প্ৰথমবাৰ ই সচিত্ৰ নাছিল দেখি এইবাৰ ইয়াক সচিত্ৰ কৰি উলিয়ালোঁ ৷ আমাৰ ল’ৰা ছোৱালীয়ে এই কিতাপখনি পঢ়ি বহুতো যে সজ কথা শিকিব ই নিঃসন্দেহ।
মই যদিও অসমীয়া নহঁও, কিন্তু আসাম মোৰ এতিয়া নিজৰ হৈছে। অসমীয়া ভাষা কবলৈ আৰু শুনিবলৈ মোৰ ভাল লাগে। মই অসমীয়া ভাষাৰ সৰ্ব্বতোভাৱে উন্নতি কামনা কৰোঁ।
প্ৰথমবাৰ “নীতি কথা” নগাঁওৰ “বিল্বকুটীৰৰ” পৰা ১৮৮৪ চনত প্ৰকাশ হৈছিল, এইবাৰ গুৱাহাটীৰ আৰ্ল ল কলেজৰ প্ৰিন্সিপলৰ ঘৰৰ পৰা প্ৰকাশ হ’ল।
গুৱাহাটী, |
শ্ৰীলতিকাদেবী। |
- ভ্ৰাতৃস্নেহ
- জাতি গুণ
- সুখৰ মূল
- বুদ্ধিৰ বল
- বগলি আৰু কেঁকোৰাৰ উপাখ্যান
- সিংহ আৰু শিয়ালৰ কথা
- তিনটী মাছৰ উপাখ্যান
- ধৰ্ম্মবুদ্ধি আৰু পাপবুদ্ধিৰ উপাখ্যান
- শহা আৰু হস্তীৰ উপাখ্যান
- বৃথা চিন্তাৰ বৃথা ফল
- সিংহ আৰু শহাৰ উপাখ্যান
- দুষ্টৰ মিত্ৰতা
- স্বভাব গোপন কৰা টান
- পূৰ্ব্বে কৰা উপকাৰ পাহৰা অনুচিত
- দুষ্টৰ মিত্ৰ নাই
- উপস্থিত লাভ এৰি অনুপস্থিত বস্তুৰ আশা
- দুষ্টৰ আগত ন্যায় হাৰে
- অধিক লোভৰ কুফল
- দয়াৰ ফল
- পৰৰ অনিষ্ট চিন্তা
- পৰাধীন সুখতকৈ স্বাধীন দুঃখও ভাল
- পৰক উপহাস কৰা গৰ্হিত
- অন্যৰ শক্তি দেখি তাক পাবলৈ
- মিচা কথা ধেমালীতো কৰা
- ব্যাধ আৰু শিয়াল
- বল আৰু বুদ্ধি
- বিপদ কেতিয়া কোন ফালৰ পৰা আহে নাজানি
- সংহতি কাৰ্য্য সাধিকা
- বিপদৰ বন্ধু
- বলী নিৰ্ব্বলীৰ কিহৰ সমান
- প্ৰাণৰ ভয়ৰ কাৰ্য্য
- শ্ৰমৰ ফল
- শত্ৰুৰ মন্ত্ৰণা শুনা অনুচিত
- দুষ্টে আনকো তাৰ দৰে হবলৈ বাঞ্ছে
- নিজ অবস্থা চোৱা ভাল
- সঙ্গ ফল
- মিলনৰ ফল
- ব্ৰাহ্মণ আৰু সৰ্পৰ উপাখ্যান
- পক্ষী, ব্যাধ, ৰজা আৰু অমাত্য
- সিংহ আৰু শৃগাল
- তিৰুতা মানুহৰ কথা
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )