পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আৰম্ভন।

 নীতিগৰ্ভ কেইখনমান পুথীৰ পৰা কিছুমান কথা সংগ্ৰহ কৰি এই নীতিকথা প্ৰাচৰ কৰা হ’ল। পাঠক সকলে ইয়াৰ দোষ ক্ষেমিলে ভাল পাম ৷ আৰু ইয়াৰে অসমীয়া সাহিত্যৰ অলপ লাভ হলেও ধন্য মানিম। ইতি

 ২৯এ মাঘ, ১৮০৫
শকাব্দা

বি,