সকলোবোৰ ৰাজহুৱা সূচী
অৱয়ব
ৱিকিউৎস সকলো ল’গৰ সন্মিলিত প্ৰদৰ্শন । আপুনি ল’গৰ প্ৰকাৰ, সদস্যৰ নাম বা পৃষ্ঠাটোৰ নাম নিৰ্বাচন কৰি প্ৰদৰ্শনটোৰ আকাৰ সৰু কৰিব পাৰে ।
- ১৭:০৩, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৭০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "চৰম সুখ মাতৃত্বৰ পৰাও বঞ্চিত সেই তৰুণীয়ে হয়তো লেখা-মেলাৰ যোগেদিয়েই ভৱিষ্যতৰ বুকুত নিজ স্বাক্ষৰ এৰি যোৱাৰ কথা চিন্তা কৰিলে। তেওঁৰ চিন্তা-ভাৱনা লাহে লাহে অন্তৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৭:০২, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৬৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ব্ৰাহ্মণ সমাজৰ ৰীতি অনুসৰি বাৰ বছৰ বয়সতে বিয়া দিয়া হৈছিল। তেওঁৰ স্বামী আছিল প্ৰখ্যাত ৰসে ভৰালী বংশৰ গুৱাহাটী নিবাসী ৰাধানাথ চিৰস্তাদাৰৰ পুত্ৰ দুৰ্গানাথ ওৰফ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৭:০২, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৬৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "যদিওবা তাজ মহল সজা অসমীয়া সাহিত্যৰ নৱন্যাস যুগৰ বিশিষ্ট কবি কাব্যভাৰতী ধৰ্ম্মেশ্বৰী দেৱী বৰুৱানী অসমীয়া সাহিত্যৰ পাঠক মাত্ৰৰে পৰিচিত। এই গৰাকী চিৰৰুগ্না কবি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৭:০১, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৫৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "las ১৯ জুন | 21. কুমাৰসম্ভৱ? এটি সাধাৰণ আলোচনা - কুমাৰসম্ভৱ কাব্য মহাকবি কালিদাসৰ কবি-প্ৰতিভাৰ এক উৎকৃষ্ট নিদৰ্শন। এই কাব্যত দেবাদিদেৱ মহাদেৱ আৰু হিমালয়-দুহিতা পাৰ্ব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৭:০০, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৫২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "এইষাৰ কথা সম্পূৰ্ণ সত্য যে ঐশ্বৰ্য-বিভূতিয়ে মানুহৰ দৈহিক বা ঐহিক বাসনা পৰিতৃপ্ত কৰিব পাৰে, কিন্তু প্ৰকৃত সুখ শান্তি কেতিয়াও দিব নোৱাৰে। মানুহ তেজ-মঙহৰ শৰীৰ মাত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৭:০০, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৫১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰশ্ন কৰিলে,—“অকল তোমাৰ সা-সম্পত্তিৰে নহয়, গোটেই পৃথিবীৰ সকলো সম্পদৰ অধিকাৰী যদি ময়েই হওঁ, তেন্তে সেই ঐশ্বৰ্য্যই মোক অমৰত্ব দিব পাৰিবনে?” উত্তৰত স্বামীয়ে ক'লে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৭:০০, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৫০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "। জনক সেইকালৰ এজন বিদ্যোৎসাহী আৰু শাস্ত্ৰজ্ঞ ৰজা আছিল। তেওঁৰ ৰাজসভাত বিদ্বান পুৰুষ-নাৰীসকলৰ সততে সমাগম হৈছিল সেইসকলৰ মাজত নানা দাৰ্শনিক, তত্ত্বগধূৰ বিষয় লৈ তৰ্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৯, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৪৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সন্মিলিত প্ৰচেষ্টাতে সংসাৰৰ চকৰি ঘূৰিব, দুয়ো যেন একেখনি ৰথতে সংযুক্ত এযুৰি অশ্ব। দুয়ো সকলো সমস্যাৰে সমভাগী, ইহ. কাল-পৰকালৰ এৰাব নোৱাৰা সঙ্গী। বৈদিক সমাজত নাৰীক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৯, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১০৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অজন্তাৰ অজ- মানৰ পৰা ভাৰতত বৌদ্ধধৰ্ম্মৰ প্ৰভাৱ কমি আহিবলৈ ধৰে। ফলত তাত জনসমাগম নোহোৱা হ'ল আৰু অব্যৱহাৰৰ ফলত ক্ৰমে মাটি- বালিৰে পোত খাই গুহাবোৰ লোকচক্ষুৰ আঁৰ হৈ গ'ল।..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৮, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১০৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পাহাৰবোৰত কঁইটীয়া জুপুৰা গছৰ পাতল হাবি। কোনো কোনো অঞ্চলত দেখিলে কটুৰ মাটিত কৃত্ৰিম জলসিঞ্চনৰ সহায়ত কৰা বজৰা, জুপুৰা কপাহ আৰু সূৰ্য্যমুখী ফুলৰ সুবিশাল পথাৰৰ শো..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৮, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১০৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "je sile- গুহাপুৰী অজন্তা ইলোৰাত এভুমুকি যেতিয়া সেই তাহানি হাইস্কুলত পঢ়া দিনতে ভাৰত বুৰঞ্জীৰ পাতত প্ৰাচীন ভাৰতীয় চিত্ৰকলা আৰু স্থাপত্য-ভাস্কৰ্য্যৰ অনুপম নিদৰ্শন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৮, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১০২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দয়ধ্বম'- অৰ্থাৎ দান কৰা, দমন কৰা, দয়া কৰাৰ উপদেশ এই উপনিষদতে আছে। মুঠ কথাত উপনিষদে মানুহক আঙলিয়াই দিয়ে এক পৰিপূৰ্ণ জীৱনৰ পথ—যত ব্যক্তি আৰু সমাজ উভয়ৰে কল্যাণ চি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৮, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১০১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "গছত দুটি চৰাই, এটিয়ে গছৰ সুস্বাদু ফল খাইছে; আনটোৱে নেই কেৱল চাই আছে। এটি জীৱা, আনটো পৰমাত্মা। জীবাত্মাই ইন্দ্ৰিয়বিষয়ত লিপ্ত হৈ কৰ্ম্মৰ ফলস্বৰূপে সুখ দুখ ভোগ কৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৭, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১০০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "একজন শ্লোকৰ এইখন উপনিষদত মূলতত্ত্বৰ অৱতাৰণা আৰু কিছুমান বিৰুদ্ধ- বাদী বিষয়, যেনে-এক আৰু বহু, বিদ্যা আৰু অবিদ্যা, ত্যাগ ও ভোগৰ সমন্বয় সাধন কৰা হৈছে। ‘কেনোপনিষদ আৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৭, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৯৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বিদেশে বক্তৃতা প্ৰসংগত উদ্ধত কৰিছিল। উপনিষদৰ ‘অভীঃ ( ভয় শূণ্য হোৱা) মন্ত্ৰ, “উত্তিষ্ঠত জাগ্ৰত, প্ৰাপ্য বৰাণ, নিবোধত” এই জাগৃতি মন্ত্ৰেৰে তেওঁ দেশবাসীক মহত্ত্বৰ উ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৭, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৯৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "আকৃষ্ট কৰে। পিছলৈ তেওঁ আটাইকেইখন বৈদিক উপনিষদ অধ্যয়ন কৰি সেইবোৰ ইংৰাজী ভাষালৈ অনুবাদ কৰে; সেইদৰেই প্ৰাচ্যৰ অধ্যাত্ম জ্ঞানৰ দুৱাৰ পশ্চিমৰ লোকৰ বাবে উন্মুক্ত হৈ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৬, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৯৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সাদৃশ্য অনুসৰি তত্ত্বসমুহ গোটাই-পিতাই উপনিষদৰ দৰ্শন গঢ় দি লৰ্ব লগীয়া হয়। নিৰস আৰু দুৰ্বোধ্য ব্ৰহ্মতত্ত্বক সইজ আৰু সৰস কৰি তুলিবলৈ ইয়াত নানা আখ্যান-উপাখ্যান..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৬, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৯৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দাৰ্শনিক চিন্তাৰ ধাৰ। তাত ক্ষত্ৰিয়সকলেই প্ৰধান অংশ গ্ৰহণ কৰিছে। সকল ক্ষত্ৰিযই নহয়, তিৰোতা আৰু অন্য জাতিৰ লোকে। সেই অংশৰ সৈতে জড়িত হৈ থকা দেখা যায়। বৈদিক যুগত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৬, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৯৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: ""I বহু উপনিষদৰ সৃষ্টি হৈছিল। অৰণ্যত সৃষ্টি হোৱা বাবে এই শ্ৰেনীৰ গ্ৰন্থ প্ৰথমে আৰণ্যক নামেৰেও পৰিচিত হৈছিল। চাৰিখন বেদব যিকোনো এখনৰ অংশ হিচাপে সৃষ্টি হোৱা উপনিষদস..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৫, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৯৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "উপনিষদৰ কথা ভাৰতীয় দৰ্শন, ধৰ্ম্ম, সংস্কৃতিৰ উৎসভূমি স্বৰূপ উপনিষদ সমূহে যুগ যুগ ধৰি বিশ্বৰ চিন্তা জগতলৈ বিশেষভাৱে উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। যীচুখ্ৰীষ্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৫, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৯৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বঞ্চিত। তেওঁৰ কবিতা সম্পৰ্কে আলোচনা-বিলোচনা তেনেকৈ হোৱা নাই। ফুৰি বছৰ বয়সৰ পৰাই নিৰৱচ্ছিন্নভাৰে ভাষা জননীৰ সেৱা কৰা, সম্প্ৰতি বয়সেবে চাৰিকুৰিৰ ওচৰ চপ চিৰকৌমা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৫, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৯২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "মান••• বদ্ধ এই দেই কাৰাগাৰে | অসহায় মেষ-শিশুসম | মুক্ত তুমি শক্তি- ।” সমাজ, ৰাষ্ট্ৰৰ বাবে নীতি নিৰ্দেশনাও তেওঁৰ কবিতাত আছে। ভাৰতেৰ হৃদয়-বীণায় ধ্বনিছে যে ঐক্যভান..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৪, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৯১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কবিৰ মূল উদ্দেশ্য। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত সাধাৰণতে পদ- দলিত হৈ থকা নাৰীক তেওঁ মহিমাময়ী ৰূপত অংকন কৰি সেইসকলব মাজত লুকাই থকা সম্ভাৱনাৰ প্ৰতি পাঠকৰ দৃষ্টি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৪, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৯০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "মালঞ্চৰ কবিতাৰাজি তাৰেই কাব্যিক অভিব্যক্তি বুলিব পাৰি। “তুমি যেন সৰু এটি তৰা / অকলশৰীয়া দূৰ নীল আকাশত। মই যেন পথহাৰ জোনাকী পৰুৱা এটি/সেউজীয়া ধৰণী বুকুত।” , উচ্চ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৪, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৮৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অকলশৰীয়া জীৱনৰ প্ৰতিবিম্ব দেখে। অৰ্পনাৰ কবিতাসমূহ বিভিন্ন ছন্দত লিখা। যৌৱন-সুলভ ৰঙীন কল্পনা আৰু আবেগ-উচ্ছাস, লগতে ভাৱৰ উপযুক্ত শব্দবাজি নিৰ্বাচনে কবিতাখিনিক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৩, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৮৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "নিৰাশাবাদৰ ঠাই ললে গভীৰ আশাবাদে। “দূৰ দিগন্তৰ সোণে- ৱালী ৰেখা / আজি কিয় পুনু পাৰ তই দেখা /চিৰ অন্ধকাৰ আৱৰণী ভেদি। জ্বলে কাৰ আলোশিখা? শত জনমৰ বাঞ্চিত তোৰ হোৱা নাই যাৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৩, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৮৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সি চিন্ময় প্ৰেম, তি দিব নোৱাৰিলে। “সিৰে সিৰে বৈ যোৱ অতৃপ্ত বাসনা / এতিয়াও হোৱা নাই শেষ।” সেই প্ৰেম চিৰ নবীন, কাৰণ তাত নোপো- ৱাৰ জেতুকাবুলীয়া বেদনা আছে কিন্তু ভোগৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫৩, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৮৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "হৈ তেওঁ বিদ্যানুৰাগী দেউতাকৰ অনুপ্ৰেৰণাত ঘৰতে পঢ়ি স্নাতক ডিগ্ৰী লাভ কৰে। দিবা প্ৰভাই ঘৰ-সংসাৰ নকৰিলে। ‘অৰ্পনা, ‘ মাঞ্চ’, ‘ভাৰত-তীৰ্থ’ আৰু ‘একাদশী’ নামেৰে কবি গৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫২, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৮৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দিব্যপ্ৰভা ভৰালী : কবি আৰু কাব্যকৃতি SS চল্লিশৰ দশকৰ আৰম্ভনিতে কাব্য-চৰ্চাত হাত দিয়া দিব্যপ্ৰভা ভৰালী অসমৰ আগশাৰীৰ মহিলা কবিসকলৰ অন্যতম।” অসমীয়া, ইংৰাজী, বঙালী..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫২, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৮৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "গভীৰতাই কিছু জটিল কৰি তুলিলেও তত বোধগম্যতাৰ অভাৱ দেখা নাযায়। অলপতে কবিগৰাকীৰ আৰু এটি কাব্য সংকলন প্ৰকাশ পোৱাৰ কথা। শেহতীয়া কাব্য গ্ৰন্থ “জোকাৰৰ পাতনিত কবিয়ে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫১, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৮৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "আদৰ্শৰ দোহাঁই দ্বি সমাজত চলা অন্যায় অবিচাব দেখিও নেদেখা হোৱা সমাজৰ বৰমূৰীয়া সকলৰ এতি ‘নকল’ নামৰ কবিতাঠিত তেওঁ তীব্ৰ বাঙ্গ নিক্ষেপ কৰিছে। এগৰাকী নাৰী হিচাপে আ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫১, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৮২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বৰ, অথচ অবিচ্ছেদ্য বন্ধন, মাতৃৰ ওপৰত শিশুৰ যি ’_ পিতৃত্বৰ যি ভৰসা তাক মৰ্মস্পৰ্শী ভাষাৰে ফুটাই ভোঁলাত কবি বিশেষভাৱে কতকাৰ্য্য হোৱ| বুলি ক’ব পাৰি। আশা! নিৰাশাৰ দোমোজ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৫০, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৮১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰকৃতিৰ প্ৰতি কৰিগৰাকীৰ আকৰ্ষণ দুৰ্বাৰ। কবিসকলে তৃতীয় নয়নেৰে প্ৰকৃতিৰ একোটি সাধাৰণ বস্তুতে ইন্ৰৰিয়াতীত, বিস্ময়কৰ সৌন্দধ্য, কোমে| পৰম সতাৰ প্ৰকাশ দেখে। কব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৪৪, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৪৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বৈদিক যুগৰ নাৰী : মৈত্ৰেয়ী হিনুসকলৰ সবাতোকৈ পুৰণি ধৰ্ম্মগ্ৰন্থ বেদক প্ৰাচীন ভাৰতীয় আৰ্য্য সভ্যতাৰ ইতিহাস বুলিব পাৰি। বেদ’ শব্দৰ অৰ্থ হৈছে জ্ঞান। চাৰিখন বেদৰ ম..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৩৬, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৪৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "নকৰি উপায় নাই যে নাৰী চৰিত্ৰত নীচতা, স্বাৰ্থপৰতা, পৰশ্ৰীকাত- ৰতা, মানসিক সংকীৰ্ণতা আদি ধ্বংসমুখী প্ৰবৃত্তিবোৰৰে অভাৱ নাই, যিবোৰ দোষ-দুৰ্বলতাই একোখন সুখৰ সংসাৰ থা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৩৬, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৪৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কলৰ শিক্ষা দিয়াৰ ব্যৱস্থা আছিল। মহাভাৰতত উল্লেখ আছে, অজ্ঞাতবাসৰ কালত বৃহন্নলাৰূপী অৰ্জনে বিৰাট ৰজাৰ কন্যাক নৃত্য- গীতৰ শিক্ষা দিছিল। মোগল ৰজাসকলৰ হৈ হেৰেমতো জা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৩৬, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৪৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ওপৰঞ্চি দায়িত্ব প্ৰদান কৰিছে আৰু সেই কাৰ্য্যৰ বাবে উপযোগীকে উপৰোক্ত ঋণ-সমূহৰ অধিকাৰণী কৰি পঠাইছে। এনেবোৰ গুণক aীশক্তি ৰূপে অভিহিত কৰা হৈছে। কল্যাণময়ী মাতৃৰূপ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৩৫, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৪৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "তে ট্ৰয়নগৰ সততে তেওঁলোকৰ বিপদৰ কাৰণ হোৱা দেখা যায়। নাৰী-দেহব, শ্ৰতি সহজে লালায়িত, অসংযমী পুৰুষৰ হাতত ধৰ্ষণ, বলাৎকাৰ আদিৰ বলি হৈ নাৰীয়ে মান সম্মানৰ লগতে বহুক্ষ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৩৫, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৪৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ফেলৰ ‘মেডোনা, লিওনাদ দ্যা ভিঞ্চিৰ মনালিচাৰ হাঁহি মুগ্ধ শিল্পীৰ শিল্পচেতনাৰ কালজয়ী প্ৰকাশ। এইদৰে ভাস্কৰ সকলেও শিল বা ধাতুৰ মাধ্যমেৰে নাৰীৰ দেহ আৰু মনৰ বৈশিষ্ট্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৩৫, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৪২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "মেলা ফুলৰ মনোমোহা ৰূপ; ক্ৰমাঘয়ে তললৈ সৰু হৈ অহা হাতীৰ শূৰৰ শোভা, হৰিণীৰ চাৱনি, মৌ-মাখিৰ গুণ-গুণনি, সূৰ্যকিৰণৰ উষ্ণত, মেঘব ক্ৰন্দসী স্বভাৱ, বতাহৰ চঞ্চলতা, শহাপহুব ভী..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৩৪, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৪১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "=== নাৰী ঃ নান্দনিক দৃষ্টিৰে সৃষ্টিকৰ্তা ভগৱানে সৃষ্টিৰক্ষাৰ খাতিৰতে জব্ৰজগতক নাৰী আৰু পুৰুষ এই দুই শ্ৰেণীত বিভক্ত কৰি উভয়ৰে অন্তৰত পাৰস্পৰিক আকৰ্ষণৰ বীজ সিচিল..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৩৪, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৪০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "এনে শ্ৰদ্ধা-ভক্তি, সংযম, অস্তৰিকতা, কৰ্তব্যনিষ্ঠা, কৰ্ম্মপ্ৰেৰণা আদি মূল্য- বোধসমূহ আধুনিক জীৱনৰ পৰা ক্ৰমে লোপ পাই আহিছে। অথচ এনেবোৰ মানবীয় গুণৰ অনুশীলন অবিহনে স..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৩৪, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৩৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সি হ’ল ধৰ্মীয় উদাৰতাৰ শিক্ষা। গীতাৰ দৰ্শন বেদান্তৰ একেশ্বৰবৰী দৰ্শন। আত্মাৰ মুক্তিৰ বাবে বিশ্বৰ নিয়ন্তা, সৰ্ব শক্তৃিৰ আধাৰ এক পৰম পুৰুষৰ উপাসনাই একমাত্ৰ প্ৰশ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৩৪, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৩৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ত্যাগ বিশ্বাস দৃঢ় হব, মানুহে সজ কথাত আনন্দ অনুভৱ কৰিবলৈ শিকিব, কুপ্ৰবৃত্তিবোৰ আতৰিব আৰু সৎ কৰ্ম্মৰ বাবে অন্তৰত হাৰিয়াস জাগিব। গীতাৰ ওঠবটা অধ্যায়ত এইদৰে আমাৰ দ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৩৩, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৩৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "গীতাৰ তৃতীয় অধ্যায়ত কৰ্ম্মযোগৰ বিস্তাৰিত ব্যাখ্যা আছে। মানুহে কাম নকৰাকৈ, এখন্তেকে থাকিব নোৱাৰে; উশাহ-নিশাহ লোৱা, লৰচৰ কৰা, মল-মূত্ৰ ত্যাগ কৰা কামবোৰ আমি স্বাভা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৩৩, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৩৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "" গীতাত ‘স্থিতপ্ৰজ্ঞ' অৰ্থাৎ স্থিৰবুদ্ধিৰ লোকৰ বৰ্ণনা প্ৰসঙ্গত কোৱা হৈছে যে যিজন দুখত কাতৰ নহয়, আনন্দতে উদ্বাউল নহয় যিজন ক্ৰোধ-ভয়-আসক্তিশূণ্য তেনে ব্যক্তিকেই..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৩৩, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৩৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "তেওঁ নৰকগামী হয়, অন্য কথাত তেনে লোকে ঈপ্সিত লক্ষ্যত উপ- নীত হোৱাৰ তৃপ্তি, শান্তি জীৱনত কেতিয়াও লাভ কৰিব নোৱাৰে। এইষাৰ কথা আমাৰ দৈনন্দিন জীৱনতো বিশেষ ভাবে খাটে। প..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৩২, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৩৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "লাগে। জন্ম- জীৱনৰ চৰম লক্ষ্য হব নোৱাৰে। দেহটোৱে আত্মক কিছুদিন বাবে, স্থিতি দিয়ে বাবেই আমি দেহৰ যতন লব লাগে। আমি এঠাইৰ পৰা আন ঠাইলৈ যাতে নিৰাপলে, সুকলমে যাব পাৰে তা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৩২, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৩৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ব্যক্ত কৰিব লাগিব সেই কৌশলৰ চচ্চ। নেথাকিলে অৰ্থাৎ ৰেওৱাজ নহলে সঙ্গীতৰ সাধনা, নিস্ফল। অৱশ্যে জ্ঞান, কৰ্ম্মৰ সৈতে ভক্তিবো সংযোগ হব লাগিব। এই ভক্তি হৈছে আদৰ্শ পুৰুষ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
- ১৬:৩২, ৩১ আগষ্ট ২০২১ Nang Madhusmita আলোচনা বৰঙণি created page পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৩২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সংসাৰৰ প্ৰতি বৈৰাগ্য জন্মে, গতিকে ল’ৰা বা ডেকাই গীতা পঢ়িব নেলাগে ইত্যাদি। পিছে গীতাত বজাৰ পৰা সাধাৰণ প্ৰজালৈকে, ঘোৰ সংসাৰীৰ পৰা গৃহত্যাগী সন্যাসীলৈকে আটাইৰে জী..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)