সাহিত্য - সপ্তম ভাগ

ৱিকিউৎসৰ পৰা
[ প্ৰথম পৃষ্ঠা ]
 

সাহিত্য।

 

সপ্তম ভাগ।

[ইংৰাজী স্কুলৰ ৭ম মান শ্ৰেণীৰ বাবে]

 
 

শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা।

 

দ্বিতীয় সংস্কৰণ।

 

১৯২৯

 

বেচ ॥৵৹ অনা মাত্ৰ

 

[ প্ৰকাশন ]
 

প্ৰকাশক
শ্ৰীগঙ্গাধৰ বৰকটকী
বৰকটকী এণ্ড কোং
যোৰহাট

 

মুদ্ৰাকৰ
শ্ৰীসৰ্ব্বেশ্বৰ ভট্টাচাৰ্য্য।
২নং বেথুন ৰো, ভাৰতমিহিৰ যন্ত্ৰ,
কলিকতা।

 

[ পাতনি ]
নিবেদন।

 যোৱা ১৯। ৪। ২৮ তাৰিখৰ শিক্ষা-বিভাগৰ জাননী মতে ইংৰাজী আৰু অসমীয়া স্কুলৰ ৬ষ্ঠ মান শ্ৰেণীৰ পাঠোপযোগী কৰি এই “সাহিত্য”খনি যুগুত কৰা হল। ইয়াৰ ভিতৰৰ কিছুমান প্ৰবন্ধ আমাৰ “সাহিত্য পাঠ” নামৰ পুথিৰ, বাকীখিনি নতুনকৈ লিখা আৰু সংগ্ৰহ কৰা।

 আসাম উপত্যকাৰ পুথি-বছা সভাই ৬ষ্ঠ মান শ্ৰেণীৰ বাৰে যিবোৰ পদ্য বাছি দিছে, সেইবোৰ এই সাহিত্যৰ ভিতৰত দিয়া হৈছে।

 গদ্য আৰু পদ্য ৰচকসকলে সিবিলাকৰ মূল্যবান্‌ ৰচনা আমাক গ্ৰহণ কৰিবলৈ অনুমতি দিয়াত আমি নথৈ আনন্দ পাইছোঁ; সিসকলে অনুগ্ৰহ কবি অনুমতি নিদিলে আমি ইমান কম সময়ৰ ভিতৰত এই কাম কৰিবলৈ সমৰ্থ নহলোঁহেতেন। সেই কাৰণে সিবিলাকৰ দয়া আৰু উদাৰতাক অশেষ ধন্যবাদ দি আমাৰ কৃতজ্ঞতা জনালোঁ।

 এই পুথিখনি ছাপাখানালৈ পাঠোৱার আগতে শ্ৰদ্ধাস্পদ পণ্ডিত শ্ৰীযুত উমাকান্ত মিশ্ৰ ব্যাকৰণতীৰ্থ মহাশয়ে এবাৰ চকু ফুৰাই চাই দিছিল। আৰু আমাৰ নৰ্ম্মালস্কুলৰ এঃ চুপাৰিণ্টেডেণ্ট শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত মুক্তালাল কাঠবৰুৱা মহাশয়ে নানা প্ৰকাৰে আমাক উৎসাহ দিছিল, সেই কাৰণে এই দুইজনা সদাশয় পুৰুষকো আমি অশেষ ধন্যবাদ জনালোঁ।

১লা ভাদ্ৰ—শুক্লা দ্বিতীয়া
১৮৫০ শক। যোৰহাট
বিনীত
শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা
 

[ পাতনি ]
দ্বিতীয় বাৰৰ বক্তব্য।

 মহামান্য ডাইৰেক্টৰ চাহাব বাহাদুৰে এই সাহিত্য ভাগ যোবা বছৰ পাঠ্য লিষ্টিভুক্ত কৰাত তেখেতৰ প্ৰতি ধন্যবাদ জানোৱা হল।

 এই সাহিত্য ভাগ ৭ম মান শ্ৰেণীৰ বাবে মঞ্জুৰ কৰা দেখি “সাহিত্য ৬ষ্ঠ ভাগ” নাম পৰিবৰ্ত্তন কৰি “সাহিত্য ৭ম ভাগ” থোৱা হল।

 এইবাৰ পুথিখনিৰ পাঠবোৰৰ ক্ৰম অলপ সলনি কৰা হল; আৰু কেইটামান কোমল পাঠ ইয়াৰপৰা নি ৬ষ্ঠ ভাগ সাহিত্যত দিয়া হল। এই কাৰ্য্যত পুথিৰ আকাৰ আগতকৈ অলপ সৰু হোৱা দেখি তাৰ মূল্য দুই অনা কম কৰা হল।

 পাঠকৰ তৃপ্তিৰ অৰ্থে এই সংস্কৰণত কেইখন মানচিত্ৰ দিয়া হল; আৰু পুথিখনৰ শেষত “পৰিশিষ্ট” নাম দি পুথিত ব্যৱহাৰ কৰা কঠিন শব্দ আৰু বাক্যাংশত অৰ্থ আৰু বিশিষ্ট পুৰুষৰ পৰিচয় দিয়া হল।

যোৰহাট
২৮ এপ্ৰিল, ১৯২৯ চন।
বিনীত
শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা
 

[ সূচীপত্ৰ ]

সূচী।

বিষয়   পৃষ্ঠা
১। স্তুতি (পদ্য) শ্ৰীশঙ্কৰদেৱ
২। ছয় ঋতু ৺সত্যনাথ বৰা বি-এল
৩। সত্য
৪। ভাৰত জননী (পদ্য) শ্ৰীযুত দুৰ্গেশ্বৰ শৰ্ম্মা বি-এল ১১
৫। আকবৰ শ্ৰীযুত উপেন্দ্ৰনাথ বৰুৱা ১৩
৬। স্পন্দন শ্ৰীযুত লক্ষ্মীনাথ দাস এম-এচ-চি ২০
৭। যৌবন (পদ্য) শ্ৰীযুত দুৰ্গেশ্বৰ শৰ্ম্মা বি-এল ২৪
৮। সৌৰ জগতৰ ক্ষীণ আভাস শ্ৰীযুত কামেশ্বৰ দাস এম-এচ-চি ২৫
৯। ৰাম-লক্ষ্মণৰ কথোপকথন ৩৪
১০। সীতাৰ বনগমন বাঞ্ছা (পদ্য) ৺অনন্ত কন্দলী ৪১
১১। কৰ্ম্ম ৪৫
১২। পোহৰ শ্ৰীযুত প্ৰাণনাথ বুজৰ বৰুৱা বি-এচ-চি, বি-টি ৪৯
১৩। শকুন্তলা (পদ্য) শ্ৰীযুত দুৰ্গেশ্বৰ শৰ্ম্মা বি-এল ৫৩
১৪। বৈকুণ্ঠ ৺সত্যনাথ বৰা বি-এল ৫৪
১৫। ভগদত্ত ৫৭
১৬। সঙ্গ (পদ্য) শ্ৰীমাধৱ দেৱ ৬২
১৭। দুৰ্য্যোধনৰ জিৰণি ৬৫
১৮। দুৰ্য্যোধনৰ ঊৰুভঙ্গ ৭০
১৯। বিশ্ব ভাৱৰীয়া (পদ্য) শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা ৭৬
২০। শামুক আৰু শঙ্খ ৭৭
২১। ধূমকেতু ৮১
[ সূচীপত্ৰ ]
বিষয়   পৃষ্ঠা
২২। জাতীয় গৌৰৱ (পদ্য) শ্ৰীযুত কমলাকান্ত ভট্টাচাৰ্য্য ৮৭
২৩। স্বৰ্গদেৱ গদাধৰ সিংহ শ্ৰীযুত সূৰ্য্যকুমাৰ ভূঞা এম-এ বি-এল
বিদ্যাবিনোদ
৯১
২৪। আনন্দৰাম বৰুৱাৰ স্বৰ্গযাত্ৰা (পদ্য) ৺হেমচন্দ্ৰ গোস্বামী ১০২
২৫। তড়িত ১০৬
২৬। বৃষ্টি বৰ্ণন (পদ্য) শ্ৰীশঙ্কৰ দেৱ ১১০
২৭। মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্য্য শ্ৰীযুত তাৰকানাথ চক্ৰবৰ্ত্তী কাব্যবিনোদ ১১১
২৮। নৱবৰ্ষ (পদ্য) ৰায় বাহাদুৰ শ্ৰীযুত আনন্দচন্দ্ৰ আগৰৱালা ১১৬
২৯। আহি ১২৩
৩০। আবুবক্কৰ চিদ্দিক মুঞ্চি চফি উদ্দিন আহমদ ১২৮
৩১। ৰামৰূপ (পদ্য) মাধৱ কন্দলী ১৩২
৩২ চীল ১৩৩
৩৩। চাপমান যন্ত্ৰ শ্ৰীযুত সিদ্ধিনাথ কলিতা বি-এচ-চি ১৩৭
৩৪। মহাস্বপ্ন (পদ্য) শ্ৰীযুত দুৰ্গেশ্বৰ শৰ্ম্মা বি-এল ১৪১
৩৫। অমৰতা শ্ৰীযুত শৰৎচন্দ্ৰ গোস্বামী বি-এ, বি-টি ১৪৩
৩৬। চেনেহী জননী বন্দে (গীত) পদ্মধৰ চলিহা এম-এ, বি-এল ১৫২
৩৭। পৰিশিষ্ট ১৫৩


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )