লেখক:হৰিনাৰায়ণ দত্তবৰুৱা
অৱয়ব
| ←লেখকৰ তালিকা | হৰিনাৰায়ণ দত্ত বৰুৱা (১৮৮৫–১৯৫৮) |
| হৰিনাৰায়ণ দত্ত বৰুৱা (১৮৮৫-১৯৫৮) এজন অসমীয়া লেখক আৰু প্ৰকাশক। 'দত্ত বৰুৱা এণ্ড কোম্পানী'ৰ প্ৰতিষ্ঠাতা। |
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]- শৰৎচন্দ্ৰ
- সমাজ-কথা
- প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত
- চিত্ৰদৰ্শন
- ভাৰত দৰ্শন
- পুষ্পাৱলী
- শ্ৰীমন্ত শঙ্কৰদেৱ
- শিশু-সাহিত্য
- শিশু-মহাভাৰত
সম্পাদিত গ্ৰন্থ
[সম্পাদনা কৰক]- নিমি-নৱসিদ্ধ সংবাদ
- গুৰুচৰিত
- শ্ৰীমদ্ভক্তিবিবেক
- অসমীয়া মহাভাৰত দ্বিতীয় খণ্ড
- শ্ৰীমদ্ভগৱত্গীতা বা কৃষ্ণগীতা
- শ্ৰীশঙ্কৰ বাক্যামৃত
- বৰগীত
পাঠ্যপুথি
[সম্পাদনা কৰক]অনুবাদ
[সম্পাদনা কৰক]এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )