দন্দুৱা দ্ৰোহ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
দন্দুৱা দ্ৰোহ



(কামৰূপৰ হৰদত্ত আৰু বীৰদত্তৰ বিষয়ে)
বুৰঞ্জীমূলক উপন্যাস


শ্ৰীৰজনীকান্ত বৰদলৈ ৰচিত

ৰিহাবাৰি, ডিব্ৰুগড়

পঞ্চম তাঙ্গৰণ

১৯২৮

[  ]
৺২য় পুত্ৰ পূৰ্ণকান্ত বৰদলৈৰ উদ্দেশ্যে


বাবুল
 আজি কুৰি বছৰ হ’ল তই তোৰ মৰমৰ দেউতাৰক এৰি বৈকুণ্ঠি হলি। তই জীয়াই থকা কাললৈকে তোৰ হতভগীয়া পিতৃৰ সৰ্ব্বপ্ৰকাৰ উন্নতি হৈছিল। তই বৈকুণ্ঠি হবৰে পৰা এই হতভগীয়াই আৰু সুখ সন্তোষৰ মুখ দেখা নাই। তই যোৱাৰ দুবছৰৰ পিছতে তোৰ বৰ ককায়েৰ ৺গোলোক কান্তও গল। কান্দোতে কান্দোতে দুৰ্ভগীয়াৰ চকু কণা হব লগীয়া হৈছিল। তোৰ মাৰে এদিন শপোন দেখিছিল তই হেনো জীয়াই থকা কালত যেনেকুৱা ১৫ বছৰীয়া লৰা আছিলি সিপুৰিত হেনো তই তাতোকৈ ধুনীয়া হৈ, কপালত বগা চন্দনৰ ফোট পিন্ধি তই যেন জগন্নাথৰ পাণ্ডা হৈ জগন্নাথলৈ যাত্ৰী লৈ লৈ যাওৱ। তই নিশ্চয় সেই জগন্নাথ, অনাথৰ নাথ, প্ৰাণবন্ধু, দীনদয়াল কৃষ্ণৰ পাৰিষদ হৈছগৈ। আৰু কৃষ্ণক ভাল পোৱা জীৱ সকলক কৃষ্ণৰ ওচৰলৈ আগবয়াই নিয়! তোৰ এই হতভগীয়া দেউতাৰকো এই নশ্বৰ দেহা এৰিলে কৃষ্ণৰ ওচৰলৈ লই যাবিনে?

সূচীপত্ৰ(মূল গ্ৰন্থত নাই)
  1. পাতনি
  2. প্ৰথম অধ্যায়
  3. দ্বিতীয় অধ্যায়
  4. তৃতীয় অধ্যায়
  5. চতুৰ্থ অধ্যায়
  6. পঞ্চম অধ্যায়
  7. ষষ্ঠ অধ্যায়
  8. সপ্তম অধ্যায়
  9. অষ্টম অধ্যায়
  10. নৱম অধ্যায়
  11. দশম অধ্যায়
  12. একাদশ অধ্যায়
  13. দ্বাদশ অধ্যায়
  14. ত্ৰয়োদশ অধ্যায়
  15. চতুৰ্দশ অধ্যায়
  16. পঞ্চদশ অধ্যায়
  17. ষোড়শ অধ্যায়
  18. সপ্তদশ অধ্যায়
  19. অষ্টাদশ অধ্যায়
  20. ঊনবিংশ অধ্যায়
  21. বিংশ অধ্যায়
  22. একবিংশ অধ্যায়
  23. দ্বাবিংশ অধ্যায়
  24. ত্ৰয়োবিংশ অধ্যায়
  25. চতুৰ্বিংশ অধ্যায়
  26. পঞ্চবিংশ অধ্যায়
  27. ষড়বিংশ অধ্যায়
  28. সপ্তবিংশ অধ্যায়
  29. অষ্টবিংশ অধ্যায়
  30. উনত্ৰিংশ অধ্যায়
  31. ত্ৰিংশ অধ্যায়
  32. একত্ৰিংশ অধ্যায়
  33. দ্বাত্ৰিংশ অধ্যায়
  34. চতুত্ৰিংশ অধ্যায়
  35. পঞ্চত্ৰিংশ অধ্যায়
  36. ছয়ত্ৰিংশ অধ্যায়
  37. সাতত্ৰিংশ অধ্যায়
  38. অষ্টাত্ৰিংশ অধ্যায়
  39. ঊনচল্লিশ অধ্যায়
  40. সামৰণী

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )