লেখক:ৰজনীকান্ত বৰদলৈ
অৱয়ব
| ←লেখকৰ তালিকা | ৰজনীকান্ত বৰদলৈ (১৮৬৭–১৯৪০) |
| ৰজনীকান্ত বৰদলৈ জোনাকী যুগ’ত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাশুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তি সকলৰ ভিতৰত অন্যতম ব্যক্তি। ছদ্মনাম-ভোলাই শৰ্ম্মা। অসমীয়া উপন্যাসৰ পিতা উপন্যাস-সম্ৰাট ৰজনীকান্ত বৰদলৈৰ হাততে অসমীয়া উপন্যাসে পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰে। ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যত উপন্যাস-সম্ৰাট, অসমীয়া উপন্যাসৰ পিতা, অসমীয়া স্কট, অসমৰ বংকিমচন্দ্ৰ আদি নানা আখ্যাৰে সন্মানিত কৰা হৈছে। |

সাহিত্যিক অৱদান
[সম্পাদনা কৰক]উপন্যাস
[সম্পাদনা কৰক]- মনোমতী (১৯০০)
- দন্দুৱা দ্ৰোহ (১৯০৯)
- ৰঙ্গিলী (১৯২৫)
- নিৰ্ম্মল ভকত (১৯২৬)
- তাম্ৰেশ্বৰীৰ মন্দিৰ (১৯২৬)
- ৰহদৈ লিগিৰী (১৯৩০)
- ৰাধা-ৰুক্মিণীৰ ৰণ
- মিৰি জীয়ৰী (১৮৯৪)
- খাম্বা-থুইবীৰ সাধু
গ্ৰন্থ
[সম্পাদনা কৰক]- জ্ঞান-সোপান (১৮৯৭)
- মনোবিজ্ঞান
গল্পসম্ভাৰ
[সম্পাদনা কৰক]- গা-ধন (১৯৩১)
- প্ৰেমৰ উপাসক (১৯৩২)
- সৌন্দৰ্যৰ উপাসক (১৯৩২)
কবিতা
[সম্পাদনা কৰক]- মানৰ প্ৰতি আক্ৰমণৰ গীত
প্ৰবন্ধ সম্ভাৰ
[সম্পাদনা কৰক]- সূচী:ছুটিয়া বুৰঞ্জী
- মণিপুৰী জাতি
- শ্ৰীশ্ৰীভট্টদেৱ
- শদিয়া ৰাজ্যৰ পুৰণি তত্ত্ব
- দক্ষিণপাট সত্ৰৰ নৰদেৱ সত্ৰাধিকাৰ
- দেৱাদামোদৰ আৰু হিন্দু ধৰ্ম
- অসমত উপন্যাসৰ সঁজুলি
- আত্মজীৱন চৰিত
- মোৰ জীৱনৰ অভিজ্ঞতা
- মোৰ সাহিত্যিক জীৱনৰ অতীত কাহিনী
- মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱ
ধেমেলীয়া ৰচনা
[সম্পাদনা কৰক]- ভোলাই শৰ্ম্মা (১৯৩৫)
(‘ভোলাই শৰ্মা’ নামেৰে ৰচনা কৰা)
- মই স্বাধীন নে?
- আত্মাবিনোদক থিয়েটাৰ হ'ল
- নগৰ সংকীৰ্ত্তন
অন্যান্য
[সম্পাদনা কৰক]এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )