শঙ্কৰদেৱ/তৃতীয় আধ্যা
[ ৪২ ] জৰ, জীৱন নাৰহে থিৰে॥” (২) “মন মেৰি ৰাম চৰণ হি লাগু, তই দেখনা অন্তক আগু॥’ (৩) “পামৰ মন ৰাম চিত্তক দেহু। অথিৰ জীৱন, ৰাম মাধৱকেৰি নাম মৰণক সম্বল লেহু,” এই তিনটা গীত গাই নাম উচ্চাৰণ কৰি ১৪৯০ শকৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত প্ৰাণ ত্যাগ কৰিলে। শঙ্কৰদেৱৰ এনে মৃত্যুৰ বাতৰি শুনি নৰনাৰায়ণ ৰজাই অনেক শোক কৰি কৈছিল,— “মই অধমৰ নিমিত্তেই গুৰুজন চলিল; নতুবা তেখেত আৰু বা কতদিন থাকিলহেঁতেন।” কিছু বেলিৰ মুখত ৰজাই শোক সংবৰণ কৰি ৰাজ-ভঁৰালপৰা চন্দন কাঠ ঘৃতাদি বস্ত্ৰ দিয়াই মহা সমাৰোহৰে শঙ্কৰদেবৰ দহনাদি কাৰ্য্য কৰালে।
⸻০⸻
শঙ্কৰদেৱ ভাগৱতী বৈষ্ণবধৰ্ম্ম প্ৰচাৰ কৰিবৰ নিমিত্তে যি বোৰ গ্ৰন্থ ৰচনা কৰিছিল, তাৰ ভিতৰত কীৰ্ত্তনঘোষায়েই প্ৰধান। শিক্ষিত অশিক্ষিত য মতা তিৰুতা সকলোৱে বুজিব পৰাকৈ অতি শুৱলা অসমীযা ভাষাত তেওঁ এই অমূল্য গ্ৰন্থ কীৰ্ত্তন ঘোষাখন ৰচনা কৰিছিল। তেওঁ শ্ৰীমদ্ভাগৱত, গীতা, পদ্মপুৰাণ, ব্ৰহ্মপুৰাণ আদি শাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰি সঙ্কীৰ্ত্তন কৰিব পৰাকৈ গীতৰ ছন্দত কীৰ্ত্তন পুথিখন কৰিছিল; আৰু বাস্তবিকপক্ষত তেওঁ তাত সম্পূৰ্ণৰূপে কৃতকাৰ্য্যও হৈছিল। ধৰ্ম্ম-প্ৰচাৰ, ধৰ্ম্ম-শিক্ষা, আৰু ধৰ্ম্ম-জীৱন গটিবৰ নিমিত্তে ভাৰতবৰ্ষৰ কোনো ভাষাত কোনো প্ৰদেশত মামাৰ এই অসমীয়া কীৰ্ত্তন পুথিখনৰ নিচিনা সৰ্ব্বাঙ্গ সুন্দৰ বুহৎ পুথি যে নাই সেইটো আমি ডাঠকৈ কব পাৰোঁ। [ ৪৩ ] কীৰ্ত্তনখন শঙ্কৰদেৱৰ ইমান মৰমৰ আছিল যে কাছাৰীৰ ভয়ত যেতিয়া তেওঁ আন আন ভূঞাসকলৰে সৈতে লৰালৰিকৈ পলাই গৈছিল, তেতিয়া হঠাৎ বাটত তেওঁৰ মনত পৰিল যে কীৰ্ত্তনঘোষা’ পুথিখন তেওঁ পাহৰি ঘৰতে এৰি থৈ আছিল । কথাটো মনত পৰিলতে তেওঁ অকলৈ উভতি আহি ঘৰ সোমাই কীৰ্ত্তনখন লৈ ওলাব খোজোঁতেই কছাৰীহঁতে তেওঁক বেঢ়ি ধৰিলে,আৰু দুটা কছাৰী মুনিহে তেওঁৰ দুৱাৰ মুখত বাট ভেঁটি ধৰিলে । বিপদ দেথি শঙ্কৰদেৱে ওলাই আহি ৰণুৱা কছাৰী দুটাক ঠেলা মাৰি পেলাই দি ভো-ভো কৰে লৰি পলাই গুচি গল । কীৰ্ত্তনৰ ৰচনা প্ৰণালী কেনে সুন্দৰ, এবাৰ তাৰ বিষয় বোৰলৈ চকু দিলেই সেইটো হৃদয়ঙ্গম কৰিব পাৰি । ভাষাৰ লালিত্য , ছন্দৰ ঝঙ্কাৰ, সুৰৰ লাবন্য ভাবৰ মাধুৰ্য্য ভক্তিৰ দৃঢ়তা,চিন্তাৰ উচ্চতা আদিৰ সমষ্টিৰে শঙ্কৰদেৱৰ কীৰ্ত্তন ৰচিত । তাত প্ৰথমতে ভগৱন্তৰ চতুবিংশতি অৱতাৰ বৰ্ণনা। তাৰ পিছত পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰপৰা নামাপৰাধৰ বৰ্ণনা ; " এই শাস্ত্ৰ ।
- “এক কালে আসামে মাৰিলে টেম্বুৱানি । আসমক ভয়তে পলাইল সবে প্ৰাণী ৷| শঙ্কৰো পলায়া গৈলা লোকৰ লগত ৷ কীৰ্ত্তনঘোষা পুথিখন ৰহিল ঘৰত |। তাক নিয়ে লাগি একেশ্বৰে আসিলন্ত । আসামে বেঢ়িলে যেবে ঘৰ পশিলন্ত ॥
কছাৰী মুনিব দুয়ো দুৱাৰত থিত । হেন দেখি শঙ্কৰ ভৈলন্ত ভয়ভীত ।| কমতে পলাইবো মনে মনে অলোচিলা ! ভিতৰৰ পৰা বৰ বেগে লৰ দিলা । হেম্পোচিবা চিতে পেলাইলন্ত দুয়োজন । গৰকিলা দুইকো দিয়া বুকুত চৰণ ॥ দেখে আউৰ সবে দিবা পুৰুষ পলাই । ৰহ ৰহ বুলিব পাছতে খেদি যায় |।” -দৈতাৰি ঠাকুৰ । + ‘পদ্মপুৰাণৰ স্বৰ্গখণ্ডত । নিৰূপি আছে কলি-ধৰ্ম্ম যত । তাক শুনা অতি একান্ত চিত্তে । যা ইচ্ছা আছে ভৱ তৰিতে |।" কীৰ্ত্তন | [ ৪৪ ] ৪ B শঙ্কৰদেৱ । তেওঁ বাবাণদীপৰ। পাইছিল বুলি ভণিতাত লেখিছে। " ইয়াৰ পিছত পাষওমর্দন। । বেণা, শ্ৰীমদ্ভাগৱত, বৃহন্নাৰদ্বীয় পুৰাণ, পদ্মপুৰাণ, বৃহৎসংখ্রনাম, -সংহিতা, ইত্যাদি শাৰপৰা, বিশেষকৈ শ্ৰীমদ্ভাগৱত বাৰও স্কন্ধৰপৰা সাৰ উদ্ধাৰ কৰি বাছি বাছি যুক্তি প্রমাণ দি এই ছোৱা তেওঁ ৰচনা কৰিছিল। শঙ্কৰ দেৱে সকীৰ্ত্তনাদি কৰি হৰিভক্তি প্ৰচাৰ কৰিবলৈ ধৰিলতলোক সকলে ভক্তি ৰস পাহ পূজা অাঠা আদি ব্রাহ্মণসকলৰ হাৰাহ বি হত কার্ধ পৰিত্যাগ কৰি শঙ্কৰদেৱৰ ফালে বেছিকৈ ঢাল লোৱা দেখি ব্ৰাহ্মণসকলে শঙ্কৰদেৱক হিংস কৰি, তেওঁৰ ভকত সকলক লঘু লাহন কৰি নাম নিন্দা কৰিবলৈ ধৰিলতধাকৈ তেওলোক ক দলন কৰিবৰ নিমিত্তে তেওঁ এই পাম্ব -সদন ৰচনা কৰিছিল। { ভয়'ৰ পিছত ধ্যান বৰ্ণন।। তাৰ পিছত শ্ৰীমদ্ভা ।
- "নব্দখিবা নিন্দ! যোক মহলে। আসিল শাস্ত্ৰ বাৰাণী৷ হ/ে
তাহাক চাই নিবৰ্পিলো পৰ হৰি হৰি বুলি তৰ। আপদ , কাঁৰ্ত্তন। + চণ্ড|:ে- কৰr ৮ হf বর্তন বুলিয়া নিদে যিটে। অর ল তাক সম্ভাষণ যি জনে কৰে । অজ্ঞৰ পুণ্য তেখনে হৰে । বিষ্ণুৰ eশ নামে জগদৃত। অ কাজে। যিৰ কৰি আছে গীত ঃ তাকে নিন্দা কৰে যিটো কুমতি। পুণ্যক নাশি যায় অধোগতি ॥' ‘হাদে ষৈক ক যিটো নিষ্কশ । পাছত সমূলঞ্চে যার জল । মুন্ন বখা বোলে মই পত্তি নষ্ট কৰি ফুৰে আনবো চিত ॥ বিকু বৈষ্ণৱক কৰে ধিকাৰ । কৰিহে আগ্নি লি হাক তৰি । ওৰে বাৰাণসী ঠাৱে ঠাৱে । কহিৰ গীত শিখৰে গারে ॥ তথাপিতো জাবি ফুটিল তাৰ । হৰিকীৰ্ত্তমস্ক কৰে ধিকাৰ । কৃষ্ণৰ কথাত যিটো ৰসিক। ব্ৰাহ্মণ ক্ৰয় কৰি করে শিক্ষর বোত মাত্ৰ হৰি দিনে ৰাতি। নাবাছে বন্তি জtস্তি স্বst ফি য় [ ৪৫ ] তৃতীয় আধ্যা ৪t বতৰপৰা নজামিলে।পাখ্যান, প্রস্ফাদচৰিত্ৰ, গজেdেiপাখ্যান, হৰ যোহন, বলিছলন, অীকৃষ্ণৰ শিশুলীলা, ৰাসক্রীড়া, কংসবধ, গোপী উদ্ধব সংবাদ, কুঁজীৰ বাহা পূৰণ, আৰাগন্ধাৰে সৈতে বুদ্ধ, কালযৱন বধ, মুচুকুন্দ তি, গুমন্ত হৰণ, নাৰদে কৃষ্ণৰ গহস্থ ধৰ্ম্ম দর্শন, বিপ্ৰপুত্ৰ আময়ন, বিপ্ৰ দামোদৰ আথান, দৈণকীৰ পুত্ৰ আনয়ন, বেদস্তুতি, লীলামালা অর্থাৎ প্রীক্লকৰ ভাৰপৰা বৈকুণ্ঠ প্রগাণ পৰ্য্যন্ত সংক্ষেপকৈ বৰ্ণনা । ইৰ্ষাৰ পিছত ছয় আধ্যা সহস্রনাম স্বৰা, পদ্মপুৰাণৰ অন্তৰ্গত । * এই ছয় আধ্যা । ৰত্নাকৰ কলিব ৰচনা, শঙ্কৰদেৱে তেওঁৰ কীৰ্ত্তনৰ ভিতৰe ঠাই দিচে । কবিত্ব, শকযেঞ্জনা, আক পদৰ লালিতাত এই ৰ$না। । নিশ্চয় অতি স্থস্বৰ ; গতিকে, শঙ্কৰদেৱে তাক তেওঁৰ অতি মৰমৰ তীৰ্ত্তন পুথিৰ ভতৰত ঠাই দি সম্মানিত কৰাটোৰ মানে সহজে বজিব পাৰি। । ৰত্নাকৰ কন্দলি আসাম আকাশত শঙ্কৰৰূপী চক্ৰক পৰিবেষ্টন কৰি থকা বৈষ্ণৱ-তৰাসকলৰ খিতৰৰে এজন উদ্ধৱে বন্দিলা গোটৰ ধূলি । অৰে মূঢ়জনে নিলে কি বুলি। তী বুলি কৰে জগত গুদ্ধি। প্ৰতিমাত কবে দেৱতবুদ্ধি । ধৈৱত নাই ইসব মতি । গকাতা অধম কৃষ্ণ ৰদতি ॥ একান্তে মৰে মাত্ৰ কৰি । হৃদয়ে থাযি বিদূৰ হৰি । বিষ্ণু ভকতক দেখিয়া হাসে। আপুনিও নষ্ট আনকে৷ লাশে ॥ কীৰ্ত্তন গুলির সম্যকে মৰে । জলিখা নিতে মহাপাপ কৰে ৷ হৰিধ্বনি শুনি ৰিহাল হই । হিয়াত তাৰ লাগে যেন জুই ॥ সমথ শাহও কৰিয়া সাৰ । পাবওমর্থন নাম ইধাৰ ।" কীৰ্ত্তন। - “কৃষ্ণৰ চৰণে কৰি প্ৰণাম । পদ্মপুৰাণৰ সহস্র নাম । আমি বিৰচিবো কীৰ্ত্তণ সাৰ । তনি পাতকৰ হয়ে নিস্তাৰ ॥ বাৰৰ কন্দলি । কীৰ্ত্তন। [ ৪৬ ] আছিল গুৰিতে তেওঁ আক বাসক পাই নামে আাক এজন পণ্ডিত ব্ৰাহ্মণ শঙ্কৰৰ ভাগৱতী বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰত প্ৰধান। সহায়ক আছিল ৷ ব্রাহ্মণ কন্দলিয়ে কায়স্থ শৰৰ শিষ্যত্ব প্রকাশ্যে গ্ৰহণ কৰিছিল নে নাই কব নোৱাৰে, কিতু কাগ্যত তেওঁ শগৰৰ প্ৰতি যে বৰ ভক্তিমান আছিল, আৰু সৗৰ্ত্তনাদি কৰি ধৰ্মপ্ৰচাৰত শঙ্কৰৰ বৰ সDায় কৰিছিল, তাত সনেহ নাই । সেইদেখি তেওঁ শঙ্কৰৰ প্ৰিয়পাত্ৰ ভোৱান শঙ্কৰে যে তেওঁৰ ৰচনা আদৰ কৰি তেওঁৰ গ্ৰন্থৰ ভিতৰত ঠাই দিব তাত আচৰিত কি ? ব্যাসকলায়ে কিন্তু লৰৰ ওচৰত শৰণ লোৱাটো স্পষ্টকৈ লেগ। আছে * । ৰত্নাকৰ কন্দলিৰ আক এট : নাম কবিশেগব বা সুকবিশেখৰ আছিল। । তেওঁ এই দুই নামকে তেওঁৰ ৰচনা ভনিতান্ত দিছে । দয়াৰ পিছত আয়েশা বৰ্ণন । শঙ্কৰদেৱে ব্ৰহ্মপুৰাণৰপৰা । এই ওৰেষা বৰ্ণন ৰচনা কৰিচে । "প্রভাত কৰিয়া স্নান লৌহিত্যৰ বলে । বালিত ৰসস্ত্ৰ সৰে মহা কৌতুহলে ॥৩ শধৰ মাধৱ ছায়া তহিতে হসন্ত । মাখ মান কৰি সবে গীতাক গনণ : মৃত্নাকৰ কন্দলি পঢহু গীত৷ তর । বিয়াসকসাই নামে অনেক আছয় । ॥ হাক সম ২ণী ৰষ্টি জাণ্ডিত ব্ৰাহ্মণ । শষণের ত তেহেঁ1 লৈখাঢ়ে শৰণ । হৈ ভ্যf ঠাকুৰ। + "মুকবিশেষ, 'তুৰ! হাসৰ যে দাস। কাতৰ কৰোহে৷ দিয়া চৰণত যাস । সুৰিশেখৰে করে মিউয়। কেহে নকৰিবা অণ্ড সংশয় । [ ৪৭ ] তৃতীয় আধ্য ।
- এই ওৰেষা বর্ণনতে কীৰ্ত্তন সমাপ্ত । শ্রদ্ধাস্পদ শ্ৰীযুক্ত হৰিবিলাস আগৰৱালা ডাঙৰীয়াই ছপোৱা কীৰ্ত্তনত শ্ৰীধৰ কন্দলি বিৰচিত “ঘুনুচা কীৰ্ত্তন’" বুলি এছোৱা ইয়াৰ পিছত দিয়া হৈছে |
হাতে-লেখা অনেক কীৰ্ত্তন পুথিতো কীৰ্ত্তনৰ সামৰণি ঘুনুচা যাত্ৰাত হে কৰা হৈছে । কিন্ত্র কমলাবাৰী আদি প্ৰধান প্ৰধান মহাপুৰুষীয়া সত্ৰত নাম-প্ৰসঙ্গত এই ঘুনুচা যাত্রা ব্যৱহাৰ কৰা নহয়। তাৰ কাৰণ বিচাৰিলে স্পষ্ট দেখিবলৈ পোৱা যায় যে সি বাস্তবিক। কীৰ্ত্তনৰ ভিতৰত সোমাবৰ উপযুক্ত নহয়। তাৰ ৰচনা প্ৰণালী কীৰ্ত্তনতকৈ তল খাপৰ । তাৰ বাহিৰেও কীৰ্ত্তনৰ প্ৰধান লক্ষণেৰে সৰ্ববিবৰ্জিত। সেই দেখি সেইছোৱা মহাপুৰুষীয়া ঘাই সত্ৰৰ সন্ত সাধুসকলৰ ব্যৱহাৰৰ’বা স্বভাৱতে বাদ পৰিছে। । ঘুনুচা যাত্রা প্ৰণেতা শ্ৰীধৰ কন্দলিৰ প্ৰাৰ্থণা এৰাব নোৱাৰি শঙ্কৰদেৱে যদি তাক কীৰ্ত্তনৰ শেহত ঠাই দিছিল, তথাপি সি কার্যাত অনাদৰণীয় হৈ পৰিল । বিশেষ ওৰেষা বৰ্ণনাতে কীৰ্ত্তন সমাপ্ত হৈছে । শ্ৰীধৰ কন্দলি বিখ্যাত “কাণ-খোৱা” পুথিৰ ৰচক। মহাভাৰতৰ "অশ্বমেধপৰ্ব্ব পদ এৱেঁই কৰিছিল । ওপৰত কৈ অহা "ঘুনুচা fৰছ কবিশেখৰে কহিলা হেন সাৰ | হৰিনাম লৈয়া সবে হয়োক নিস্তাৰ ৷ " কীৰ্ত্তন ।
- * *
ৰত্নাকৰ কলিন্দি ৰহিলা হেন সাৰ । ৰাম নাম বিনা নাই সংসাৰ নিস্তাৰ ।|" কীৰ্ত্তন ।
* * *
ওৰেষাৰ কীৰ্ত্তনক শুনিয়ো লোকাই । শঙ্কৰে ৰচিলা ব্ৰহ্ম-পুৰাণক চাই ।| কীৰ্ত্তন [ ৪৮ ] যাত্ৰা” পুথিও এৱেঁই কৰিছিল। জগন্নাথপুৰাণৰপৰা এই ঘুনুচা যাত্ৰা তেওঁ ৰচনা কৰিছিল বুলি তেওঁৰ ভণিতাত আছে—
শুনিয়োক নৰ মাৰী ছৰ একমন। জগন্নাথ পুৰাণৰ কথা বিতোপন॥ নাৰদৰ আগে যেবে ব্ৰহ্মায়ে কহন্ত। জগন্নাথ বাত্ৰা ঘূহচাৰ গৃহাগত॥ মাধৱৰ পাদপদ্ম চিন্তিয়া মনত। মতি অনুসাৰে নিবন্ধিলোঁ পদ যত॥ নিবন্ধিলোঁ শ্লোক অৰ্থ অবগাই। নকৰিবা নিন্দা মোক শাস্ত্ৰক নাচাই। আনো শাস্ত্ৰ মত আনি মিশ্ৰ কৰি মাজে। পদ্যাৰ্থে ৰচিলোঁ যেবে বুজে সামৰাজে” —ঘুনুচা।
শঙ্কৰদেৱ ঢুকুৱাৰ পিছলৈকে কীৰ্ত্তন পুথিখনৰ একো একো ছোৱ একে একে ঠাইত আছিল, গোটেই খন পুথি একে ঠাইতে নাছিল। কেতবোৰ হাজত, কিছু মান দক্ষিণ কুলত, বৰনগৰত, বৰপেটাত, উজানত কালজাৰত আছিল। শঙ্কৰদেৱে তেওঁৰ মৃত্যুৰ কিছুকালৰ আগেয়ে কীৰ্ত্তন পুথিখন গোটাই একে ঠাই কৰিবলৈ মাধৱদেৱক কৈছিল, কিন্তু মাধৱদেৱ বেহাৰলৈ যাব লগীয়া হোৱাত, ইচ্ছা থকাটো তেওঁ সেই কাৰ্য্য কৰি উঠিব পৰা নাছিল। মাধৱদেৱ বেহাৰত থাকোঁতেই তেওঁৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰে প্ৰায় এবছৰ কুৰি পুথিখন একে ঠাই কৰি বেহাৰত মাধৱদেৱক দিলত মাধৱদেৱে আনন্দত নৃত্য কৰিবলৈ ধৰিলে।[১]কীৰ্ত্তনত [ ৪৯ ] ৰচনা প্ৰণালী কেনে শুৱল, কেনে কবিত্বপূৰ্ণ আৰু সি কেনে (Mastermind) প্ৰতিভাশালী লোকৰ ৰচনা, তাক যি পঢিছে সিয়েই সেই কথা ভালকৈ অনুভৱ কৰিছে, অকল আমি নহয়। উদৰ সংক্ষেপ কথাৰে কেনেকৈ তাত ভগৱন্তৰ দশ অৱতাৰ বৰ্ণনা কৰা হৈছে, পঢ়িলে মনত অতুল আনন্দৰ উদ্ৰেক হয়। জয়দেৱৰ “প্ৰলয় পয়োধিজলে কৃতবনসি বেদং,” ইত্যাদি— সুললিত সংস্কৃত কবিতাৰে হে ইয়াৰ তুলনা হয়। আৰু এটা কথা সদায় দেখা যায়, যে শঙ্কৰদেৱে সংস্কৃত শ্লোকৰ যত পদলৈ ভাঙনি কৰিছে, সংস্কৃত শ্লোকটোৰ যদি দুই চৰণ বা চাৰি চৰণ থাকে, তেন্তে প্ৰায় তেওঁৰ পদৰো তেনেকুৱা দুফাকি বা চাৰি ফাকি হে হয়। বিশেষভাৱে তাৰ ভিতৰলৈ নগৈ ডোখৰচেৰেকলৈ পাঠকৰ মন আকৰ্ষণ কৰিম। —‘প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন। সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ” তাৰ এই আৰম্ভনেই এক মূহুৰ্ত্তৰ ভিতৰতে পাঠকক এজন অনাদি অনন্ত সৰ্ব্বশক্তিমান সৰ্ব্বব্যাপী
শঙ্কৰদেৱ ।
পৰমব্ৰহ্ম ঈশ্বৰৰ ওচৰলৈ লৈ যায়। ; আৰু সুললিত হৃদয়স্পৰ্শী গদ্যেৰে ; দাত-ভাগি-যোৱা দুৰ্ব্বোধ্য দুৰ্লঙ্ঘ্য তথ্য শব্দসমষ্টিৰে নহয় ; অথচ তাত তাৰ লালিত্য, কবিত্ব আৰু ভাবৰ অলপো ব্যাঘাত নহয় । যেনে,-“ন গঙ্গা ন গয়া সেতু ন কাশী নচ পুষ্কৰং জিহ্বাগ্ৰে বর্ত্ততে যস্য হৰিৰিত্যক্ষৰং দ্বয়ং" ইয়াৰ তেওঁ কৰা পদ,"হৰি হেন ইটো দুগুটি অক্ষৰ জিহ্বা অগ্ৰে থাকে যাৰ । গঙ্গা গয়া কাশী পুষ্কৰ সেতুক যাইবাক নালাগে তাৰ ॥—“যাহাৰ। মুখত থাকে হৰি হেন নাম । গঙ্গা গয়া কাশী পুষ্কৰতো নাহি কাম ॥" প্ৰতিভাশালী ওখ শ্ৰেণীৰ পণ্ডিত কবিৰ ৰচনাৰ বিশেষত্ব এই । বৈকুণ্ঠৰ আৰু বৈকুণ্ঠনাথৰ বৰ্ণনা কেনে সুন্দৰ চোৱাঁ ',--“বৈকুণ্ঠ নামে আছে মহা থান। ॥ শাৰী শাৰী ৰঞ্জে বিমান চৰ। বৈদূৰ্য্য হীৰা মৰকতময় |। চন্দ্ৰ সূৰ্য্য যেন প্ৰকাশে আতি ; নাজানি যাত পশি দিন ৰাতি || চাৰু সৰোবৰ নিৰ্ম্মল জল । সুগন্ধি পদ্ম শোভে উতপল ৷ আছে ৰাজহংস সমূহে ৰঞ্জি । লীলায়ে মৃণাল ভূঞ্জে উভঞ্জি ॥ পাৰে পাৰিজাত মলয়া বাৱ । চটকে ত্যজে সুললিত ৰাৱ ! ভ্ৰমৰগণে গাৱে হৰি গীত। বৈষ্ণৱগণ শুনি আনন্দিত ॥ হেন বৈকুণ্ঠৰ মাজত পাছে। উচ্ছ্ৰিত ৰত্ন-মন্দিৰেক আছে ৷| বৈদূৰ্য্যস্তম্ভ স্ফটিকৰ বাৰ। মাণিক্য কপাট হীৰাৰ দ্বাৰ। কাটিলা জিঞ্জিৰী সুবর্ণাৱলী । বিচিত্র মণি মৰকত স্থলী ॥ পদ্মৰাগ ৰত্নে লগাইল চৌতি। কোটী সূৰ্য্য যেন গৃহৰ জ্যোতি । বিচিত্ৰ চন্দ্ৰাতপ আহে টানি । আৰিল মুৰাৰি মুকুতা মণি। হেন মন্দিৰে ৰত্ন সিংহাসনে। আছন্ত বসি প্ৰভু নাৰায়ণে। চৌপাশে সেৱে পাৰিষদ যত। মৌক্তিক ছত্র [ ৫১ ] তৃতীয় গাধ্যা । ৫১ ধৰি ওপৰত৷ ধৱল চমৰে। হপাশে বিঞ্চে। সঘনে মুৰতি কুহুম সিঞ্চে ॥ চৰণে অনেক ভকতিভাৱে । উপাসন্ত লক্ষ্মী জগত-মাৱে ॥ চৈতন্যময় শুদ্ধ ৰূপ ধৰি । পৰম আনন্দে আাছ হৰি ॥ অতি চমৎকাৰ ৰাপ বিপুল ) কন্দৰ্প কোটা যাক নোহে তুল॥ কোটা সন্দুসম আছে প্রকাশি | স্মৰণে দহয় পাণ্ডক ৰাশি ॥”- (কীৰ্ত্তন )। বৈকুণ্ঠত থকা শ্ৰীকৃষ্ণৰ কেনে ৰূপ ভকতে ধান কৰিব। লাগে চোৱা—“স্থিৰ বুদ্ধি কৰি ভকতজনে : প্রত্যেক তাঙ্গক চিন্তিৰ মনে ॥ চৰণ-পদ্ম দেখি সুগী হুই । অৰুণ অতি পদতল দুই । অস্তুশ। পদ্ম ধ্বজ বজ্ৰ যৱ । দেখি চিহ্ন তাতে মিলে উৎসৱ ॥ চৰণ-পঙ্কজ আছে প্রকাশি । অঙুলিপাণ্ডি হাৰ ভৈল পাসি । দেখিয় প্ৰভুৰ । পাকৰি নয় ; প্রকাশে তায়ে নখ-চন্দ্ৰচয় । ৰতনে উজ্জল উজটি যত নূপুৰ প্ৰকাশে পাদপৃঃ ওঁ । ৰত্নৰ হোড়ৰ জ্বলে জজঘাত। উৰু কগ্ৰীক ২ স: সাক্ষণ । কটিত প্রকাশে বদন পীত। বান্ধিছে মেখলা পঢ়ে ৰঞ্জিত । নাভি-সবোৰুহ ৰুচিৰ কান্তি ; হৃদয়ে প্ৰকাশে শ্ৰীবৎসপান্তি । উকস্থলে লক্ষ্মী দিলন্ত দেখা । কষটিত যেন সোণৰ ৰেখ । ॥ পীত বস্ত্ৰে শোভে হামল কায় । তড়িত জড়িত জলদ প্রায় | বহল হৃদয়ে মুকুতা হাৰ । প্রকাশে জিলিমিলি পেচন্দাৰ ॥৷ চিকিমিকি কৰে ৰত্ন উজ্জ্বল। । আপা দলম্বী গলে বনমালা ॥ তাহাৰ মধুগন্ধে হয়৷ ভোল। বেঢ়িল্লা । মধুকৰে কৰে ৰোল ॥ চাৰু চতুহু জ শোভে সুঠাম। ললিত বলিত নীল মোলান ॥ কেয়ুব কন্ধন বলয়া তাত। প্রকাশে নৱ কিশলয় হাত। ৰত্নৰ শলাকা অসুলিপান্তি। অদুঠিচয় তাতে কৰে কান্তি ৷ অৰুণ নখ চন্দ্ৰমাৰ শাৰী। শখ চক্র গদা পঞ্চজ [ ৫২ ] শঙ্কৰদেৱ । ধাৰী ॥ গলত গলপতা সাতসৰি৷ উৰে নৱ গুণ পীত উত্তৰী । শ্যামল শৰীৰে শোভে অধিক । ময়ুৰ পুচ্ছ যেন চিকমিক ॥ কম্বুকণ্ঠে শোভে কোম্রাডমণি । প্ৰভাতে উদিত আদিতাজিনি ৷ পুর্ণচিত্র কচি মুখমণ্ডল । কৰ্ণত মকৰ দোলে কুণ্ডল । তাৰ ৰশ্বি জলে গও পাঙৰ। কচিৰ চিবুক চাৰু অধৰ ॥ প্রৱাল ৰঘে যেন কৰে কান্থি । সুন্দৰ দন্ত মুকুতাৰ পান্তি ৷৷ সদায় । হু গুচে ঈষত হাস। নাসা তিলফুল সম প্ৰকাশ অৰুণ লোচন পঙ্কজ পাসি । ধন্সম আছে ভাৰ । প্ৰকাশি ॥ কৰে বক্সময় ত্তিলকে কান্তি কপালে লম্বিত অলকা পাতি ॥ ৰঙ্গে শিৰে ৰত্নময় মুকুট। চূড়ামণি ৰত্নে প্ৰকাশে জুট। তাৰ মাজে ৰত্ন পঙ্কজ মালা। উজ্জ্বল মুখ লাগি তাৰ জ্বালা৷৷ হেল মনোহৰ ৰূপ নিৰক্ষি । ধাকিব সমস্ত অঙ্গক দেখি ও মকৰপৰা পদ পৰ্য্যৰে । নমাইবে গনক দুনাই দেখতে ॥ ধ্বজ বজ যৱ৷ । পঙ্কজ ঘাৱে প্ৰদক্ষিণে নমি পৰিব পাৱে ॥” কৃষ্ণৰ এনে কবিত্বময় ৰপৰ বৰ্ণনা পৃথিবীৰ কেইজন । কবিয়ে এনেকৈ অলপ । কথাৰ ভিতৰতে কৰিব পাৰে ? তপত দিয়া যমদূতৰ ভয়ঙ্কৰ অথচ অতি চমূ বৰ্ণনায় পঢ়িলে ভয়ঙ্কৰ যমদূত আগতে থিয় হৈছে যেন লাগে। "অনেক অধৰ্ম্ম কৰন্তে বিপ্ৰৰ আয়ু ভৈল সমাপত । ভয়ঙ্কৰ তিনি গোটা যমদূত আগে ভৈল উপগত t হতে পপ জৰী, চক্ষু টেৰ কৰি, থুলন্তৰ তাৰ জাঙ্গ। কৃষ্ণবৰ্ণ কায় দেখি ধাতু যানু, হাতত লোহাৰ ডাঙ্গ ॥ ব্ৰাহ্মণক ধৰি, জীৱ বাজ কৰি বান্ধিলেক হাতে তুলি। য়ে অজামিলে পুত্ৰক ডাকিলে, আইস । নাৰায়ণ বুলি ॥” হিৰণ্যকশিপুৰ ক্ৰোধ আৰু তপতাৰ নংক্ষেপতে [ ৫৩ ] তৃতীয় জাধ্য । ও কেনে জল বর্ণনা চোৱ11—“শুনিয়া হিৰণ্যে ভ্ৰাতৃ বধ । ক্রোধে আৰকত চক্ষু তবধ ॥ শূলক তুলি গজি । দৈত্যনাথ । দশন কামুৰি ঝঙ্কাৰে মাথ। দামরগণক মাতে সৰোধি । মাৰিরে। বৰাহক শূলে বিন্ধি ॥. . ...কথায়ে আশ্বাস কৰি দিতকি। তপক মনে গৈল মন্দৰক ।। আকাশ চাত উৰ্ববাহ হই। থাকিল ভুনিক প্রলুতে তুষ্ট জণ্টাৰ দীপিতি দেখন্তে ত্রাস । প্রলয় স্থৰ্ঘ্যৰ যেন প্ৰকাশ # ব্ৰহ্মাক চিস্তিয়া আছে মমত। বহি গৈল দিব্য বৰিষ শত । ঢাকিল তবু উই মাটি তুলি। শৰীৰৰ মাংস পাইলে সমূলি ॥ গজিল তাক ঢাকি বেক জাৰ। তথাপি কটাক্ষ নাহিকে তাৰ৷ শিৰত বরি বলাই তমোময় । তাৰ তাপে ভৈল জগতে ভয় ॥ সঘনে ভূমি কম্পে নিৰন্তৰ । পলকিল ত্ৰাসে পাতো সাগৰ । সঞ্চাৰে তাৰা গ্রহ অসংখ্যাত , দশো দিশে ভৈল উলক পাত ।” তলত দিয়া নৰসিংহৰ মূৰ্ত্তিৰ বৰ্ণনা পচিলে গাৰ নোম শিম’ৰি উঠে। যি তাত ভয়ানকৰো এনে বর্ণন। হব পাৰে, সেই ভাষা তুৰীয়া বুলি কোৱাটেও ভয়ানক কথ।। —“ঘোৰ মূৰ্ত্তি ধৰি নৰসিংহ ভৈল বাজ । মহাত্ৰাসে কল্পে দেখি দানরসমাজ ও তপ্ত সুবৰ্ণৰ বৰ্ণ বলে চক্ষু চষ্ট। পৰ্ব্বত । সমান কায় আছে স্বৰ্গ চুই । শৰীৰৰ লোম চলা সম ও ৰণ । তুলি আছে উর্ধক তবখ ভুত কৰ্ণ । বাইল মুখ যেন গিৰি গহবৰ পৰাই প্ৰচণ্ড বতাপ যেন নিশ্বাস বজাই ৷ প্রকাশষ কেপ শিৰে ৰবিৰ কিৰণ। অকুটিকুটীল মুখ বিকট দশন ৷৷ লহ লহ কৰে জিহব। বেন সুৰ-ধাৰ । জলে বাহু শত তীন্দ্ৰ নখে চমৎকাৰ । বহল হৃদয় গ্ৰীৱা কৃশ কটি । ৰিহৰা। [ ৫৪ ]
- ৪
শঙ্কৰদেৱ । মেলি আছে ঘই দশন প্ৰকটি ॥” হিৰণ্যকশিপুৰে সৈতে নৃসিংহৰ যুদ্ধবৰ্ণন । —“মনে বিমৰিষি পাছে গদাক উচ্চাই। দানৱ-মাতঙ্গ গৈল নৃসিংহক ধাই। নেদেথিয় দৈত!জক নৃসিংহৰ পাশে লুকাই পতঙ্গ যেন অগণিত জাসে ৷ ছিদ্ৰ চাই পাক ফুৰে দৈত্য দুৰাচাৰ । নৃসিংহক দিলে ঘোৰ গদাৰ প্ৰহাৰ ॥ এড়াইলন্ত নৰসিংহে কাতি কৰি কায। পাজৰত ফুৰে দৈত্য পতঙ্গ পৰাই ॥ গদায়ে সহিতে ধৰিলম্ব দিয । । । গৰুডৰ হাতত বাজিল যেন সৰ্প ॥ । এড়াইল হাত Hেত্য আাৰিমুৰি কৰি । লীলায়ে এডিল তাক অপুনি নৃহৰি ।.. ..দৈত্যশ্বৰে বোলে বা কটালিলো আৰ । কৈক যাইবি নৰসিংহ কৰিবে। দোহাব । এহি বুলি থাও। বাৰু ধৰি সেহি চেগে । । শ্ৰম কৰি পক্ষী যেন ধাইল মহাবেগে । ধোৰ নাদ ত্যাজি অধো উদ্ধে ফুৰে পাক । বাকতে লুকায় কায় নাকলিল তাক । প্ৰহাৰিবে লাগি ছিদ্ৰ চাৱে মহা । পৃৰ । .. দানৱ ফুৰন্তে যেবে আছে । দেখি খঙ্গে নৰসিংহে পাছে H কম্পাই শিৰ কেশৰ উল্লাসি। তুনিল । আটোপে ঘোৰ টাসি ॥ স্বৰ্গকো ভেদিল ঘোৰ ৰিঙ্গে বেগে চাম্প দিয়া নৰ। সিংহে ॥ আলগতে দৈতাক ধৰিল । । নাহি মাত চেতন হৰিল । সৰ্পে যেন ধৰিল উলুৰ । নিশবদ দানৱ দন্দুৰ ॥ । সাধিবাক লাগি দেৱ কাজ । দ্বাৰৰ কৰিল তাক বাজ ॥৷ চিত কৰি উৰুত থাপিল। নখে ভাৰ হিয়া বিদাৰিল ॥ যেহেন সৰ্পক পাৱে ভিৰি । গড়ে পেলাইল ঠোটে ছিৰি ॥ চকুপকাই দৈত্যঅন্তকাৰী। চেলেক, ঙ্গিহবারে কোৱাৰি ॥ কধিৰে দিগিধ দেহ৷ হই। শিৰত মেৰাইল। জন্ত্র জুই ॥ .. .দৈত্য জিনি ত্যজিলা৷ আটাস । পলায় দিগ গঙ্গ [ ৫৫ ] হুয়া ত্ৰাস । বাৰহে শিৰৰ কেশৰ । উৰায় সবে বিমান স্বৰ্গৰ । গলকে সাগৰ স্বাস লাগি । বেগত পত পৰে ভাগি ॥ নৃসিংহৰ চৰণৰ গতি। টলবল কৰে বঝুমতী ॥ চক্ষুৰ বৰ্গিৰ ভৈল ছন্ন । নিম্প্রভ সমস্ত গ্রহগণ ।” তলত দিয়া, ক্ষীৰ সাগৰৰ আৰু তাৰ মাজৰ ত্ৰিকুট পৰ্বতৰ কবিত্বপূর্ণ বর্ণনা পঢিলে মুগ্ধ হব লাগে । - ক্ষীসাগৰৰ মাঝে ত্ৰিকুট পঞ্চত। প্রকাশন্তে আছে তিনি লোকত বেকত। সুবৰ্ণ ৰজত লোহা জলে তিনি সঙ্গ । চক্ষুত জমক লাগে দেগিতে বিৰিঙ্গ । আন যত শৃঙ্গ ৰত্নে কৰে তিৰিমিৰি । দশোদিশ প্রকাশিয়া শোতে শুক্ল গিবি ॥ অযুত যোজন যুৰি জলে গিৰিবৰ । উচ্ছ ত দেখিয়া দশ হাজাৰ প্ৰহৰ । ক্ষীৰ সা"ৰৰ ঢউ চৌভিতি উথলে। পথাগে। পৰ্ব্বত মূলতল হস্থজলে ॥ থানে থানে থাছে ভূমি অনেক উষ্ঠান। ফুলে জকমক গন্ধে নাহিকে সমান 4 নদী নদ অশেষ বিশেষ। সৰোবৰ। ফটিক নিৰ্ম্মল ক্লল দেপি মনোহৰ । বিঙ্গাধৰী সবে তাত নামি কৰে মান। । পখালি শবীৰ বহে জগদ্ধত প্ৰাণ ৷৷ পৰম আমুল। গন্ধ উথলে সদায় । দশ দিশ যুৰি তাৰ গন্ধ বহি যায়। দেখি সুশোভন বম নব উপখনে । যাত নিতে ক্রীড়ে দেৱ। দিব্য নাৰীগণে ॥ শাল তাল তমাল মন্দাৰ পাৰিজাত । চম্পক অশোক আানো পুষ্প অসংপাত ॥। , জাম, নেবু, জৰাজামীৰ থাৰ { । অগুৰু জুৰী বেল নাৰিকল তাল । তাম্বুল পাকডি চন্দন পদ্ম সৰল সোণাৰু প্ৰানো যত ত সব যেন কল্পতৰু ৷ ছয় ঋতু এক স্থানে বসন্ত উচ্চ। অমৰে গুঞ্জৰে কুলি পঞ্চম পূৰয় । বহয় লয় বা আমোদিত মন । নৃত্য গীত কৰে তৈত আপেসৰ।। [ ৫৬ ] t৬ শঙ্কৰদেৱ । গণ। হৰিগুণ গীত গাৱে গন্ধা কিল্পৰ “ আক এঠাইত এখন উপবনৰ বৰ্ণনা চোৱা । -“পাছে ত্রিণয়ণ দিব্য উপবন দেখিল ৰিদ্ধমান। ফল ফুল ধৰি জকমক কৰি আছে যত বৃক্ষমান । শিৰীষ সেউতী তমাল মালতী লৱঙ্গ বাগী গুলাগ । কৰবীৰ বক কাঞ্চন চম্পক ফলভাৰে ভাগে ডাল। দেৱালী নেৱালী পলাশ পাৰলী পাৰিজাত ফুতী জ’ইি । বকুল বন্দুলী আছে ফুলি ফুলি তাৰ সীমা সংখ) } নাই । কনৌৰ কনাৰী কদম বাবৰ নাগেশ্বৰ সিংহ চম্পা। অশোক অপাৰ, দেৱাঙ্ক মন্দাৰ মণিৰাজ ৰাজচম্পা ৷ কুন কুৰুবক কেতেকী টগৰ গন্ধে মোকে বহপুৰ। ভটিমালী ভেটি । ৰঙ্গণ ৰেৱতী মৰুৱা । মধাই ধুৰ । চন্দন অঙক দিব্য কল্পতক দেৱদাক পদ্ম বসি। প্রতি গাছে গাছে ভিস্তা বান্ধি আছে সৰণ মাণিকে খচি ৷৷ মণি মৰকত । স্থলী নানা মত দীপ্তি কৰে তাৰ কাছে । মহা মনোহৰ দীঘি সৰোবৰ তাৰ মাঝে মাঝে আছে । চাৰিও কাখৰে পোৱাল বাখৰে ৰন্ধাইছে বিচিত্ৰ কৰি। বৈদূৰ্য্যৰ ৰাট, চটিকৰ ঘাট, মৰকত খাট পৰি॥ মুবৰ্ণ কমল ভেট উতপল ফুলি ফুলি আছে ৰহি । শোভে চক্ৰবাক, ৰাজহংসজাক কৃপাণ । । তুঞ্জে উভঞ্জি ॥৷ কোঢ়া কঙ্ক বক বিবিধ চটক অমস্থ মিঙত ভাৱে ।। অমৃত সমান জল কৰি পান ত্যজে সুললিত ৰাৱে । চাৰিও পাৰত দিৰ। পুপ যত গন্ধে দশোদিশ বাসে । অনেক ভ্ৰমৰে বেঢ়িয়া গুঞ্জৰে মধুপান অভিলাষে ॥। যত দিব্য পক্ষী ফল ফুল ভদি কাচন সুস্বৰ ৰাৱ । কুছ কুছ ঋনি কোকিলৰ শুনি বহয় মলয়া বাৱ ॥” ওপৰত তুলি দিয়া উজ্জল ললিত বর্ণনা ডোখৰে পৃথিবীৰ সবন শ্রেষ্ঠ কবিৰ লেখনীকো সন্মানিত কৰিব পাৰে। যি জলধীয়া [ ৫৭ ] তৃতীয় আাধ্য। ও ৭ ভাষাই এনে বর্ণনা হয়ত ঠাই দিছে, সেট অসদীয় ওাব সম্পদত নিশ্চয় কুবেৰ। স্বভাব বর্ণনাৰ অমির মাধুৰী পানকৰে ’তা অসমীয়া কবিসকলে, শঙ্কৰদেৱৰ ৰচিত এই কাব্য সৰোবৰত চিৰকাল ‘কোঢ়া কঙ্ক বক বিবিধ চটকৰ দৰে নিৰ্ভয়ে আমি তাৰ। “অমৃত সমান জল পান কৰি মলনিত” কবিতাৰ ৰৱ ত্যজি নিজক নিশ্চয় ধত্ব কৰিব । শঙ্কৰৰ অমৃতনিখুন্দিনী লেখনীৰপৰা ওলোৱা এই উপবনৰ জীৱন্ধু চিত্ৰৰ তুলনা নাট । যেনে উজু শবদৰ সমাৰেণ, তেনে ৰচনাৰ লালিত্যতেনে ছন্দৰ লহৰী । এই বর্ণনা পচিলে কোনোবা ভাৰতীয় ৰাফেলে (Raphaelসঁক। উপধনৰ চিত্র পট যেন লাগে। । অসমীম ভাষাক শঙ্কৰদেৱে যে কি ৰত্বেৰ বিভূষিত কৰি গৈছে, ভাগিলে শৰীৰ বোমাঞ্চিত হয়। সেই দেখি হে ক, যি অসামদেশত কীৰ্ত্তন পুথিৰ নিচিনা গ্রন্থ জনম সেই মালাম দেশ সাহিত্যত কেতিয়া ও দুখীয়া হব নোৱাৰে , যি তাষ৷ এনে ৰফুেৰে খচিত ভাষ৷ সেই ভাব চিৰউজ্জল । কি উচ্চ ভাব কি প্রার্থন, কি আতি, কি কৰুণ, কি শোক, সকলে বর্ণনাতে শঙ্কৰদেৱে মুখ ফুটাই গৈছে । । শধৰদেৱে যদি আন কোনো পুথি ৰচনা নকৰিলেহেঁতেন, আক আন কোনো কাম । নকৰিলে। হেঁতেন, তথাপি অকল এই কীৰ্ত্তনখনৰ বাবেই তেওঁ জগতত অমৰ হৈ থাকিলহেঁতন । কির আসামে এনে ৰত্ব লা কৰি, ছিল, যে তেওঁ ইয়াৰ বাহিৰেও এনে অনেক পুথি ৰচনা কৰি গৈছে, অনেক কাম কৰি গৈছে যিবোৰে আসামআশ অমস্ত কাললৈকে পোহৰ কৰি খব। তেওঁ প্ৰচাৰ কৰা ধৰ্মৰে সৈতে প্রীতি নথকাসকলৰ নিমিত্তে । যদি তেওঁৰ প্ৰচাৰিত হৈ পূৰ হকে। তেওঁ [ ৫৮ ] ৮ শঙ্কৰদেৱ । লোকৰ লেখৰপৰা বাদ দিয়া যায়, তেন্তেও তেওঁ ৰচা কীৰ্ত্তন, দশম, নাট, গীত, ভাটমাৰে অকমকীয়া অসমীয়া সাহিত্যৰ অমৃতসমুদ্ৰৰপৰা তেওঁলোক কোনোমতে পাৰিলৈ উঠিব নোৱাৰে। আসামত যি লোকে তাৰপৰা আঁতৰি থাকিব খুঞ্জিব তেওঁ গহন বনত চৰাই পহুৰে সৈতে বাস কৰি চকু মুদি বহি নাথাকিলে আৰু উপায় নাই ; আক সেইদৰে থাকোতেও, সম্ভৱত: দূৰৈত খয়িকটীয়াই ৰিঙিয়াই গোৱা কীৰ্ত্তনৰ সুমধুৰ পদ তেওঁৰ কাণত নপৰাকৈ নাথাকে। শঙ্কৰদেৱৰ ৰচনাৰপৰা উদ্ধত । কৰি সৌন্দৰ্য্য দেখুৱাবলৈ গলে অন্ত নপৰে। শ্ৰীময়াগৱতৰ বেদস্তুতিৰ কেনে সুম্বৰ ভাঙনি, চানেকী স্বৰূপে এডোখৰ । তলত দিলোঁ,---“বুদ্ধি অহঙ্কাৰে আবৰিলে আতি মতা মূট ভৈলে। স্বামী । তোমাৰ অৰ্থও আনন্দ ৰূপক কিমতে জানিবো আমি | দীন দয়াশীল, দিয়ে উপদেশ তোমাৰ চৰণে ধৰে1 । প্ৰৱণ কীৰ্ত্তন স্মৰণ ভক্তিক সদায় যিমতে কৰো । মিছা তর্কবাদে ভৈল অন্ধকাৰ তাতে আমো মন্দমতি। তযু জ্ঞান-পথ খুজিয়া নপাওঁ, কৰ ইৰি মোৰ গতি । তযু গুণ নাম মুখে। | নাছাৰোক, কৃপা কৰা চক্ৰপাণি । মাধৱ বামন গোবিন্দ বোলন্তে মুকুত হৈবে কৈসানি ॥। তুমি সত্য ব্ৰহ্ম, তোমাতে প্রকাশে জগত ইটো অসন্ত । জগততে সদা তুমিয়ে! প্রকাশ্য অস্বৰ্য্যামী ভগৱয় ॥। এতেকেসে জ্ঞানীগণে । অৱশেষি জগতকে বোলে হৰি ।। আৱে জগজীৱ তোমাৰ চৰণ ভজে1 হৃদয়ত ধৰি । যত তপ আছে সমস্তে কৰোক পৰোক পৰ্ব্বতে উঠি । সমন্তে । তীৰ্থত মানিয়া ফুৰোক, বেদক পঢ়োক তুষ্টি ॥ যত যজ্ঞ আছে। সমস্ত বজোক, কৰোক যোগ 'অভ্যাস। । হৰিৰ কীৰ্ত্তন নকৰি [ ৫৯ ] তৃতীয় আধ্যা । ৫৯ তথাপি নেৰয় মৃত্যুৰ ত্ৰাস ॥ নাহি দেহেজিয়, সমস্ত কৰ্ত্তাৰ শক্তিক ধৰা অকলে । তুমিসি সৰ্ব্বজ্ঞ । তুমি সৰ্ব্বকৰ্তা তোমাক সেৱে। সকলে ॥ যেন চক্ৰবৰ্ত্তী ৰাজাক যোগাৱে সামৰাজে কৰভাৰ৷ ব্ৰহ্মা আদি কৰি জীৱৰ ঈশ্বৰ তযু পাৱে নমস্কাৰ । তোমাৰেসে মায়া কৰ্ম্মে বন্দী হুয়া সংসাৰে ওপজে। মাৰে।। 5থ-সাগৰত প্ৰাণ। কৰা হৰি তোমাৰ চৰণে ধৰো । তুমি অসুৰ্য্যামী সমস্ত লোকৰ তুমি মহেশ্বৰ দেৱ । তুমিসি সৰ্ব্বজ্ঞ নৃসিংহ তোমাক মনে কৰো আমি সেৱ । সংসাৰ-চক্রৰ কৰৱতে চিৰে নেৰে মহা মোহ ভয় । (তামাৰ চৰণে পশিলো শৰণে ৰক্ষা কৰা কৃপাময় । তুমি মই ঙক তোমাৰ চৰণে মন যদি লৱে বাস । তোমাৰ কৃপায়ে সবে ‘সদ্ধি হৈব, নালাগে জ্ঞান অভ্যাস । তুমি আত্মা তেন জানিয়া তোমাক চিত্তে ভজে যিটো জন । তুছ পুল দাৰা বিষয় ভোগত ংহি তাৰ প্ৰয়োজন । তোমাৰ নামক মুখে ফুৰে। গাই, হিৰে উষ্ণু ৰাপ ধৰি। শুনে মানে ধ্বনি পলায় পাতক ডাকি বোলা হৰি হৰি । ‘তোমাৰ চৰণ চিন্তি যথাত ভকত থাকে সেহি পুণ্য সেহি তীর্থস্থান ! তোমাৰ অমৃত কথা ধাৰায়ে বহয় যথা তাক যিটো কৰ্ণে কৰে পান ॥ এৰাস্থ সংসাৰ ক্লেশ কুৎসিত বিষয় হগে তাসম্বাৰ মুহি অভিলাষ । একবাৰ মাত্ৰ তযু চৰণ চিন্তিলে যিটে। , তাৰ মুখ সুহি গৃহবাস। অসন্ত জগতখান তোমাত উদ্ভৱ ভৈল সস্থ হেন প্ৰকাশে সদায় কৰ্ম্মজড় মসুষ্যৰ মন মগ্ন ভৈল তাতে বেদৰ সুবুজে অভিপ্রায় । তোমাৰ অদ্বৈত রূপ, পৰম আনন্দ পন, তাতে মোৰ মগ্ন হৌক চিত । ভৈলোহে লসৰো দাস, জানি এবে নৰহৰি, আমাক নেৰিবা কদাচিত ৷৷ মুকুট কুণ্ডল যেন [ ৬০ ] শঙ্কৰদেৱ । সুবৰ্ণৰ ভিন্ন মুহি, মিছা মাত্ৰ নাম ৰাপ যত । অহঙ্কাৰ পঞ্চভূত তোমাত পৃথক সুহি প্রত্ন পৰমাৰ্থ বিচাৰত । তোমাত। পৰম জ্ঞান মাধৱ দিয়োক মোক যিটো খণ্ড ২থ হথহীন । মুহি নাৰাষণ দিখা শ্ৰাৱণ-কীৰ্ত্তন ভক্তি নোহো যেন বেদৰ অধীন । ওৰেবা খণ্ডত । ইগ্ৰছমৰ । সুতি, ~“‘মায়াতেসে দেখয় বিবিধ পৰিচ্ছেন । স্বৰূপত তোমাৰ নাহিকে কিছু ভেদ । চৈতন্ত । স্বৰাপে ব্যাপী এক নিৰঞ্জন । তোমাক বুলিবে দ্বৈত কোন অজ্ঞজন ॥ নিশ্চল নিৰ্ম্মল সূক্ষ্মৰূপ যিটো স্বামী । দেৱে । নজানস্থ। তাঙ্ক কেনে আানো আমি ॥” “লভিলোহো জন্ম প্রড় অসংখ্য প্রমাণ। পচিলোহো বেদশাস্ত্র অনেক পুৰাণ ॥ অসন্তোষ । সন্তোষক লভিলেঅপাৰ। । ক্ষয় বুদ্ধি উদয়ক পাইলে। বাৰেবাৰ ৷ সংযোণ বিযোগ শক্র মিত্র বান্ধৱৰ। । দেখিলো সংসাৰে পিতৃ মাতৃক বিস্তৰ ॥ দুখ হৈ অমুভৱ ভৈল অসংখ্যাত । পাইলে। পুত্ৰ ভ্ৰাতৃ স্নাতি অনেক ইহাত ॥ বিষ্ঠা মূত্ৰে পচিলো নাৰীৰ উদৰত। গর্ভবাস দুখ প্ৰভু পালে। নানামত ৷ জানিলোঁ ছো দুগ শিও যুবা বুদ্ধকালে। মৰণ পীড়াক প্ৰভু জানিলেহে তালে ৷৷ কৃমি কীট হস্তী ঘোবর মৃগ পশু পক্ষী। গৰু উট মছি পশুক যত দেখি । নিজ শূদ্ৰ ধনী হবী তপস্বী যতেক । ৰাজা । ৰাজভৃত্য আন্তো মফুষ্য অনেক ॥ সবাৰে গুহত বাৰে বাৰে ভৈলে' জাত। অনেকৰ ভৈলো প্ৰভু ভৃত্য অসংখ্যাত ॥ হওঁ । কতো। দৰিদ্ৰ ধনৰ অধিকাৰী। কতো যোক মাৰে কতো মরো আছে। মাৰি ॥ মই আনি কাটে। কতো মোক ধৰি কাটে ।” পিতৃ [ ৬১ ] ৩১ তৃতীয় আধ্যা । মাতৃ ভাতৃ ভাৰ্য্যাৰ সংযোগে । কতোহো মিলে সন্তোষ । তাহাৰ বিয়োগে কতো শোকে কান্দো পায়। মহা অসস্কোয ॥... . .জল যন্ত্র চ েজৰী বন্ধ হুয়া খণ্ড ঘট যেনমতে { কতো উদ্ধগতি। কতো অধোগতি কতোহো থাকে। মধ্যতে । কৰ্মে বন্ধ হয়৷ সংসাৰচক্ৰত সেহিমতে ভগৱন্ত । ভ্ৰমো চিৰকাল, কদাচিত মই ছখৰ নেদেখো অত্ত / মোক শোক তৃষ্ণা আকুল কৰা, ভৈলে। অতি অচেতন । কিবা কৰোঁ সবে একোকে নাজানো, তোমাত লৈলোঁ শৰণ । । তোমাৰ ভকত মই হওঁ যেবে, জগন্নাথ কৃপা কৰ1 । সংসাৰসাগৰে মজিলে। মাধৱ আমাক প্ৰভু উদ্ধাৰ। .. যৈতে যৈতে গৈয়া জন্ম লভো মই আপোন কৰ্ম্মৰ গতি ভৈতে । েৈত হৰি তোমাৰ চৰণে থাকোক দৃঢ় ভকতি ॥ .. তি কৰি। বাক নোৱাবে তোমাক ব্ৰহ্মা আদি দেৱজাক। মনুষ্য বুদ্ধিৱে কোন মতে মই কৰিবে প্ৰতি তোমাক ॥৷ ঘিটে মূঢ়ভাৱে কৰি লোহো স্তুতি তাক ক্ষমিয়োক মোক। যদি অপৰাধ কৰে তথা পিতো ক্ষমা কৰে সাধুলোক ॥ হেন জানি প্ৰভু হুয়োক প্ৰসন্ন তোমাৰ ভকত আামি । ভক্তিভাৱে যিটো কৰিলে’হে। ওতি, সাঙ্গ হোক সবে স্বামী ॥* কেনে ওখ আক জটিল দাৰ্শনিক তত্ত্ব কেনে উজু ভাষাত প্ৰকাশ কৰা হৈছে! কেনে অম্ভর্নিহিত গভীৰ ভাব জয়ণী কথাৰে । বাহিৰলৈ উলিয়াই শুভিৰনিজৰ] বোৱাই দিয়া হৈছে । শহৰদেৱৰ প্রতিভাপ্রদীপ্ত হাতত পৰি ছৰহ বিষয়ে কেনে সৰল আাক ফুল লিত হয় । এনেজন প্রতিষ্টাশালী পুৰুষ যদি মহাপুৰুষ নহয়, তেন্ধে মহাপুৰুষ কোন ? [ ৬২ ] ৬২ শঙ্কৰদেৱ । কীৰ্ত্তনৰ ব্ৰাস্বতিৰ এঠাইত আছে-“জ্ঞানপথ এৰি প্ৰভু । তোমাৰ কথাক। কাযবাক্য মনে সেৱে যিটো সাধুজাক ৷ ব্যপি অজিত তুমি তিনিও জগতে তথাপি তোমাক জিনে সেহিসে ভকতে ॥ মুকুতি ৰসকে। মুৱে তোমাৰ ভকতি । তাক এৰি যিটো জ্ঞান-পথে কৰে ৰতি | ক্লেশ মাত্ৰ পাৱে সিটো নিষ্কল প্রয়াসে { বাহানে পতান বেন তা ভুল ক আশে ।" জ্ঞান-পথতকৈও কায়-বাক্য মনে সেৱা কৰা ভক্তিৰ পথক । শ্ৰে৮ত। দিয়া কথাটো । শঙ্কৰৰ লেথনীয়ে কোনে মুখকৈ প্ৰকাশ কৰিছে। ঈশ্বৰক অকল জানিবলৈ গলেই নহয়, কাৰণ সেইটো। এক ৰকম অসাধা, গতিকে সেই প্রয়াস নিল , সেই দেখি তেওঁত বিশ্বাস স্থাপন কৰি কায় বাবা মনে তেওঁক ভকতি কৰি সেৱা কৰাই । শ্রেয়। ; কাৰণ ভকতিগ্রেহে মুকুতিৰসক শ্ৰৱাখ । বিশ্বাস কৰি ভক্তি কবিকে ঈশ্বৰ-বস্তুক পোৱা যায়, জ্ঞানময় ভকতে নহয়। । “বিশ্বাসে পাইবে বস্তু, তকে বহুদূৰ । ।” হৰমোহনত ঋষিসকলে । শঙ্কৰৰ বিপৰ্য্যয় অৱস্থা দেখি —“বিষ্ণু বিষ্ণু স্মৰি সবে চাপৰাইলা মাথ কিনো বিপৰ্য্যয় ভোল ভৈল গৌৰীনাথ ।" শঙ্কৰ-দেৱৰ শক-যোজনা কেনে স্থানোপযোগী চোৱ। দ্বিতীয় তৃতীয় শ্ৰেণীৰ কৰিয়ে ঠয়াত গৌৰীনাথ শব্দটো । ব্যৱহাৰ নকৰি কিজানি ভূতনাথ বা তেনে আন শব্দ ব্যৱহাৰ কৰিলেহেঁতেন ; কিন্তু শঙ্কৰদেৱে জানে যে গৌৰীনাথ শব্দটোহে এই সময়ত {expressive) অর্থপ্রকাশক । -“লুম্পং প্রবালোপহিতং যদিস্তান মুক্তাফলং বা ফুটবিভ্রমন্থম। কতোহফুকুৰ্য্যাদ্বিশদ্য অ্যাস্তাশ্ৰেীষ্ঠপৰ্য্যন্তশ্চমিতপ্ত ॥ [ ৬৩ ] তৃতীয় আধ্যা ৬৩ সর্বোপমাদ্রব্য সমুচ্চয়েন যথাপ্রদেশং বিনিবেশিতন । সানিৰ্স্মিতা বিশ্বসৃজা প্রযত্নাদেকস্থ সৌন্দৰ্য্যদিদ্বক্ষযেব। ” (কালিদাস)। এনে ৰূপৱতী গৌৰী ঘৰত থাকোতেও যে মহাদেৱে আন স্বীৰ ৰূপ দেখি মুগ্ধ হৈছিল, এই কথা "গোৰীনাথ’ শব্দটোৰে "শঙ্কৰদেৱে সম্পূৰ্ণৰূপে বুজাই দিলে । বিপ্ৰপুত্ৰ আৰ্নবলৈ শ্ৰীকৃষ্ণই অৰ্জ্জুনেৰে সৈতে ৰথত উঠি যাঁওতে-"ধৰিল উত্তৰ দিশ পথ । অৰ্জ্জুনে ডাকন্তে যান্ত ৰথ || সাতোখান পৃথিবী এৰাইল । । গৈয়া সাতো সাগৰ ছৰাইল ।|ধৰি মহা মনোজয় গতি । গৈলা লোকালোকৰ সিভিতি ॥ পবেশিলা ঘোৰ অন্ধকাৰে । ঘোৰা আৰ যাহবাক নাপাৰে ।| ১ম দেখি যোগেশ্বৰ হৰি । । 'আগক হানিলা চক্ৰ ধৰি । মহা ৰশ্মি পুঞ্জে পোসৰাই । আগত কিৰণে ফাৰি যায় ॥"লোকালোকৰ সিভিতি’ত থকা ঠাইৰ এই উৎকৃষ্ট বর্ণনাত ভাবার্থ প্রকাশক শব্দযোজনা দেখিলে আচৰিত মানিব লাগে । লোকালোকৰ সিভিতিৰ ঘোৰ অন্ধকাৰত প্ৰবেশ কৰিলত যেতিয়া ঘোৰা আৰু যাব নোৱাৰা হল, তেতিয়া আগলৈ চক্ৰ হানিলে । কোনে ? যোগেশ্বৰে । মনোজয় গতি আৰু লোকালোকৰ সিভিতিৰ অন্ধকাৰ ভেদি পোহৰ উলিৱা কাম যোগবলেৰে বলী যোগে স্বৰৰ হে ; সেই দেখি কৃষ্ণ বা তেওঁৰ অন নামব্যঞ্জক শব্দ ব্যৱহাৰ নকৰি এই খিনিত শঙ্কৰদেৱে যোগেশ্বৰ শব্দ ব্যৱহাৰ কৰিলে। সাধাৰণ কবিয়ে এনেবোৰ (nice distinction) সুক্ষ্ম প্ৰভেদলৈ দৃষ্টি নাৰাথে । [ ৬৪ ] ৬৪ শংকৰদেৱ | কীৰ্ত্তনৰ প্ৰহলাদচৰিত্ৰ ছোৱাত শঙ্কৰদেৱে দুই চাৰি উজু কথাৰে চাৰি সিদ্ধৰ এনে বর্ণনা দিছে, যে আন কবিয়ে কিজানি পুথিৰ দুপাঠ পূৰাহ হে সেই কাম কৰিব পাৰিলেহেঁতেন। কাল । মায়া আদিৰ অধিকাৰী । কৃষ্ণ যেনে, কৃষ্ণৰ বৈকুণ্ঠধাম যেনে তাত ফুৰোতা চাৰিজন নিৰ্ম্ময়া ঋষিও তেনে -'পঞ্চ বৰষীয়া শিশু- শঙ্কাশ | নাহিকে বস্ত্ৰ সবে দিগবাস। ॥ আনন্দে লোকক চাহন্তে । ফুৰি। দিনেক দেখিল বৈকুণ্ঠপুৰি । দেখিয়া পাছে হেন, চাৰি । সিদ্ধ । দেখন্তে শিশু বয়সত বৃদ্ধ ||” বৈকুণ্ঠ পুৰীৰ প্ৰধান লক্ষণ কি ?—“বৈকুণ্ঠ নগৰী নিপৰুম । নাহি যাত কালৰ বিক্ৰম ॥" বৈকুণ্ঠত কেনে লোক থাকে ? --“দূৰতে ধৰ্ম্মক পৰিহৰি। যিটো চিন্তে হৃদি ৰূপ ধৰি ॥ নিতান্তে কীৰ্ত্তন মাত্ৰ কৰে। বৈকুণ্ঠত থাকে সিটো নৰে || বৈকুণ্ঠত বৈষ্ণৱসকলে যে হৰি গুণ গায়েই, ভোমোৰা আাৰু চৰাই আদিয়েও গায় আৰু শুনে। “ভ্মৰ-ৰাজে গাৱে হৰি গীত । যতেক পক্ষী তাতে দিয়ে চিত ॥ নকৰে আৰাৱ থাকে নিচুকে । কৃষ্ণৰ চৰিত্ৰ শুনে উৎসুকে ॥”. মূৰ্ত্তি ধৰি বেদশাস্ত্ৰগণ৷ । কৰে বেঢ়ি মহিমা কীৰ্ত্তন ৷|” দুৱৰী দুজনে। এনে বৈকুণ্ঠৰ অনুপযুক্ত আচৰণ কৰা বাবে ঋষি চাৰিজনে তেওঁলোকক ঠিক কথাকে কৈছিল--"বৈঞ্চৱ বোলা তোৰা দুয়োজন । বৈকুণ্ঠবাসীৰ নুহি লক্ষণ। প্রশান্তপুৰুষ আনন্দময়। তাহান্তো তোমৰা কৰা সংশয় ॥ পাৰিষদ বোলাই কৰস চটি । নুহিকে বৈষ্ণৱ দুয়ো কপটী ॥ বৈকুণ্ঠৰো আন দুৰ্যশ বৰ ।” বৈকুণ্ঠৰ অধিপতি যদিও নিৰাকাৰ, নিৰ্ব্বিকাৰ, তথাপি তেওঁ ভকতৰ অৰ্থে হে মূৰ্ত্তি পৰিগ্ৰহ কৰে —“ধৰিছা মূৰ্তি ভকতৰ [ ৬৫ ] চতুৰ্থ আধ্যা ৫ পদে ॥" তেওঁক ভকতেখে: পাঘ, কৰ্ম্মীয়ে। নাপায় । পম ও ভূতৰে যদি তুমি হৃদিগত। তথাপী কর্মীৰ মন মুহিকা বেকত { ভকতেসে পারে খুজি তুমি অন্তৰ্য্যামী ।" ঈশ্বৰৰ চৰণত শৰণ। পোৱা ভকতে স্বৰ্গসুখ যে । নিবিচাৰেই োক্ষ প্রসাদকে। মামাগে । ভকতৰ হেঁপাহ মাত্র ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্ত্তনত। "তোমাৰ পাৱত, শৈলে যিজনে শৰণ - তযু গুণ ন'ম কৰে । শ্ৰৱণ কীৰ্ত্তন ॥ মোক্ষ প্রসাদকে প্র তৃ .£ম। ত নামাগে । ছাৰ স্বৰ্গ-সুখ কোন তাসম্বাৰ আশে । উয় গুণ নাম যদি কৰ্ণে । থংকে ভৰি । সদায় বদমে ন দি বোলে ৰাম ভৰি ॥ vৰওকে। ন্ত চিত্তে বিঘ্নিকো নগণি। নাৰকী জন্মতে৷ তেবে আমাৰ। বা নিী ॥ " এটাকি দুফাকি উজু কথাহে শঙ্কৰদেৱে কেনে গভীৰ তত্ব ঘলকৈ প্ৰকাশ কৰিছে । অসম ভানাক মহাপুৰুষ শঙ্কৰদেৱে দু’থবীত । উন্ম ত ভাষাবোৰেৰে সৈতে সমানে জোৰ মাৰিব। পল কৰিলে । -- :: a —— চতুৰ্থ আধ্যা। শঙ্কৰদেৱে পাটবাউসীত । থাকোতে আদশম পুথিখন ৰচনা কৰিছিল। । বৰদোৱাৰ । গুচৰিত্ৰ পুথিত আছে,-– “শঙ্কৰদেৱে শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধৰ আগছোৱা ৰচনা কৰি সঁতাইছে, যাক। [ ৬৬ ] ৬৬ শঙ্কৰদেৱ । আক শেষ ছে৷ ৱ৷ বাকী আছে; এনেতে এদিন শঙ্কৰদেৱৰ ভোজনৰ সময়ত অনহ ককলি উপস্থিত হৈ শঙ্কৰ দেৱত জনালে “বাপ ! আজি আমি আপোমাৰ উচ্ছিষ্ট লবলৈ আহিছে৷ ; অনুগ্রহ কৰি দিয়ক’ । পুকষে ইঙ্গিত বুজিব পাৰি কলে- আমি এথনি কৰিলে1; থৈনি বাকী আছে’। শঙ্কৰদেৱে কলিৰ আভ্যন্তৰিক ভাব উন্ন। দেখি আচৰিত হৈ কন্দলিয়ে শম্বৰদেৱক প্ৰণাম কৰি কলে—“আপুনি সিদ্ধ পুৰুষ, ঈশ্বৰৰ অ&তাৰ, মনুষ্যভাৱে জাপোনাকে দেখা উচিত নহয় । হে প্ৰভু, কৃপা কৰক, আপোনাৰ প্ৰসাদত যেন আমাৰ। মনোভিলাষ পুণ হয। শঙ্কৰদেৱে ‘তথাস্তু’ বুলি কন্দলিক আশীৰ্ব্বাদ । কলি কল এই কথা মাধৱদেৱে শুনি অ্যাক্ষে । কতি শঙ্কৰদেৱক জনােৈল, -“অংগলৈ সুবিধামতে নাচণিাৰ ; শ্রীহশুৰ শ্ৰীমুথৰ নিসৃত হোৱা হলে ভাল আছিল ' শঙ্কৰদেৱে উত্তৰ দিলে,-“কি কৰিব, ভকতে বাঃণ কৰা ফল দিব লাগে । ব* আমি এবাৰ সৃষ্টি কৰি । । দিয়া হব । শঙ্কৰদের ও যrই থাকোতে কিন্তু দশমৰ শোহভাগৰ ভাঙনি তানন্ত কন্দলিয়ে শেষ কৰিব পৰা নাছিল । শঙ্কৰদেৱৰ মৃত্যুৰ পিছত eে যে কনদলিৰ ৰচল। শেষ হৈছিল সেই কথা কন্দলিৰ দশমৰ শেহৰ ভনিতাত স্পষ্ট ঃ- শঙ্কৰদেৱ “কৃৎ । স্মৰি মৰি স্থিত ভৈল। বৈকুণ্ঠত ।” আদ্য দশম ৰচনাৰ পিছতে শঙ্কৰদেৱে মাধৱদেৱ আদিৰে সৈতে দ্বিতীয়বাৰ তীৰ্থলৈ গৈচিল অনুমান হয়। শঙ্কৰদেৱে পুৰীত সমুদ্রত স্নান কৰোতে সাগৰৰ টেী লোৱাৰ সময়ত “সাগৰঘুলি কাপোৰ পাই সেই কাপোৰৰ একোডোখৰ সকলো ভকতক ভগাই দিছিল, [ ৬৭ ] চতুৰ্থ তাধা। ১৭ মাক তাৰে এডোখৰ মাধৱদেৱে দশম পৃথি মোই থবলৈ ৰাখিছিল। এই কথাৰ পৰা অনুমান হয় যে দশমখন তেতিয়া নতুনকৈ ৰচনা কব পুথি দেখি তাৰ ওপৰত মাধৱদেবৰ মৰম বেছি হৈছিল । "ৰদেরে এইবাৰ ১৫৩৩ খৃষ্টাব্দত তীশ শ থৈছিল বুলি শমি পিছত প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে । তাৰ এবছৰ আগেয়ে সম্ভৱতঃ দশম আৰম্ভ হৈ এই বছৰত সনাপ্ত :ৈব লা। সেচসেবি .৫৩২ খৃষ্টাব্দৰ পৰা ১৫৩৩ গুষ্টাৰ ভিতৰত দেৱে হওঁৰ আগচোৱা দশম ৰচনা কৰিছিল বুলি আমি ধৰি৮ো । এইটো ঠিক যে মহাপুৰুষীয়া ধৰ্ম্মৰ চাৰিখন ঘাই গ্রস্তব fতও ধৰ্ম্ম সংস্থাপক শঙ্কৰদেৱৰ পৰাই । ৰচিত কীৰ্ত্তন আৰু দশম এ পদেই ধধ্যা জ’ ৱনৰ আগুন লক সামৰণৰ ফল । । বাৰ স্কন্ধ ছাগলত তাক গীতা । তা নি শ। } সাৰ কীনে পৃথি শঙ্কৰদেৱে ও °ৰ ধৰ্ম্ম জানৰ আগছোৱা কালতে ১ম ] কৰিছিল , তাক , বাৰ এ প্রমদ্ভাগৱতৰ ভিতৰত শ্ৰেষ্টম দশম স্কন্ধৰ শাদিছোৱ। তেওঁ ? দ্য ইৗৱনৰ চেচোৱা কালত বচন' ক{ৰচিল । দশমৰ মাজছোৱা তাক শেহছোৱা তেওঁ অনন্ত কন্দলিক এৰি দি তাৰ পিছত ক্ৰমদ্ভাগ একাদশ মাক দ্বাদশ স্কন্ধৰ পদ কৰি গাগৱত প্ৰচাৰ কাৰ্য্যৰ সামৰণি কৰে। কিন্তু ক্লধ্বজন্মৰ পৰা গোপী-উদ্ভৱ-সংবাদলৈকে (সক্ট কীৰ্ত্তন ছোৱা তেওঁৰ অস্কাৰশমৰ চুম্বক সংগ্রহ যেন দেখি ; আৰু সেট দেথি কীৰ্ত্তনখন দশমৰ পিছত ৰচিত হৈছিল যেন ধাৰণ হয় । কিন্তু বাস্তবিকতে তেনে নহয়। কীৰ্ত্তন হে আগদশম আাগ নহয় । কীৰ্তনখন বাৰ স্কন্ধ ভাগৱতৰ সংক্ষিপ্ত সাৰ। কীৰ্ত্তনত বৃন্দীৰ বাহপূণবপৰা শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণলৈকেও (যি ছোৱা দশমৰ [ ৬৮ ] । শঙ্কৰদেৱ { পদ শঙ্কৰদেৱে কৰা নাছিল স্ক যি ছোৱ। শঙ্কৰদেৱ “চলাৰ” পিছত সমাপ্ত হৈছিল। তয়াৰ দ্বাৰাই আমি ভালকৈ বুজিব পাণে । যে প্রথম গোটে ভাগৱতৰ সংক্ষিপ্ত সাৰেৰে তেওঁ <ম্ম প্ৰচাৰ কৰিবলৈ, আৰু সেই ধৰ্মমত একেঠাইতে সুবিধাকৈ সকলোকে দিবলৈ তেওঁ বীৰ্তন পুপি ৰচল কৰিছিল , তাৰ পিছত লাহে লাংচে ((তও । ভাগৱতৰ স্বন্ধবোৰং বাছলাকৈ পহ কৰে । । তেওৰ দশমৰ ভিত৭৩ অনেক পদ োৱা যায যি শাৰীয়ে শাৰীয়ে কীৰ্ত্তনৰ পদেৰে সৈং০ মিলে , আক ম•েক আছে যাৰ ফুটা এট। শৰ ব৷ ফকিহে লৰচৰ হৈছে । বোনো কোনো ঠাশত কীৰ্ত্তনৰ প্ৰায় একে। একে। সাধ্যায় দশম “ভতৰুৱ) হৈ থক।। পোৱা যায় । তলত তামাৰ কথাৰ প্ৰমাণ স্বৰূপে দশমৰ পৰ কিছু মান তুলি দিলে,- - ‘কস্মিণক কৰিলাহা ে প্ৰেমে পৰিহাস । হুইল ভয়ত দেধী প্রাণতে৷ নৈৰাশ ॥ চতুচ্ছ জ হয়২ৰি তাঙ্ক আঙ্কোৱালি কৃষ্মীণীক স্বাস কৰিলা বনমালী৷ ৷ বহৰি বধ ক'ব নালা জগতৰ নাহে । মহল' ক স্মক অনিৰুদ্ধৰ ‘ববাহ" । চক্র ধৰি থো। গৈ লাবাৰাসী থান দক্ষিণ পৌণ্ড কৰ তুম লৈলা প্ৰাণ* ‘ঘাৱে বণ। বেণু অঙ্গশিক্ষাৰ নিশান । ক°শ বধিবাক কুন কৰিলা প্রয়াণ ॥" কৈত কিবা আাবে খুৰ দেখিলা অস্তৃত। সত্বৰে কহিযে কথাগান্দিনীৰ ওত ॥হেন শুনি অঞৰে বুলিলা বাক্য পাছে। সমস্ত প্ৰভু তোমাতেসে আছে। “ভজ্বৰক পঠায়া গৃহক আাণ কৰি। লৈয়া গোপগণ সঙ্গে ৰঙ্গে ৰাম হৰি ॥ পৰম উৎয়কে প্রবেশি। মথুৰাত। সিতো বিতোপন পুৰী দেখিলা সাক্ষাত ॥ ফুটিয়ে [ ৬৯ ] চতুৰ্থ আধ্যা ৬ ৯ ঠিত পুৰ দ্বাৰ তুতি খাট। লাগাট আছে সুবৰ্ণৰ বৃহত কপাট ॥ মমব তোৰণ চিৰলে অলক্ষ্মত। চতুৰ্ভিতি গডপাষ্ট দেখি ভয়ভীত ॥ বঙ্গ বিধ উষ্ঠান শোভিত কাছে কাছে। শাৰী শাৰী গুসব প্রকাশত্তে ‘গাছ । হীৰা মৰকত ৰত্নে ৰঞ্জৈ ঠংরে ঠাৱে { শোভা কৰে প. শহত ম মূৰৰ ৰাৱে ॥" “তাই বড় ভৰি চৰণক শাগে অম্ভি" পৰক তুলি চিবুকত ধৰি হাতে । কৰিল চপ {নfম ৰে »ৈ * । •খে ॥* এতিমতে ৰামরষ্ণ ভ্ৰমন্তে পথত। ধনু’াগশালা । প'ষ্টপা । পৃয়ি লো কত দে িলা ক°শৰ দিব্য ধন্ত কৃষ্ণে পাছে যেন লগঞৰ চাপ প্ৰকাশন্তে আছে ...... অপ্ৰয়াসে ধন্তু ক কৰিল। । উ থ ণ্ড । যেন মত্ত মাতঙ্গে + ‘ল ' ইক্ষপ & ! *াবল শবধ - * বিদিশ মাকাশ। বজd পতনে ন জবে মহা ত্ৰাণ ॥...... অধিয়া ৰখীয। সটে। কটক কিটাইল৷ অস্ব স্ব ধৰি ক্রোধে । মাধৱক ধাইল ॥ বেঢ়িলেক চতুৰ্ভিতি ধৰ মাৰ বুলি । খঙ্গে । ভগা ধনু এাম কৃষ্ণে লৈলা তুলি ৷৷ .প্রভাৱ প্ৰগলভ কপ দেখি নিকপমা । সবে বোলে ইটো দুই দেৱতে) উ যম ।। অনন্তৰে শাগ্য পাইলা অস্তশিৰ গই । ‘মবলি৷ ৰামকৃষ্ণ গোপগণ লই ॥ নগৰৰ বাজত ৰহিলা বাসা কৰি। পাছে ৰামকৃষ্ণ দুই পখালিল। •বি । গোপগণ সঙ্গে লৈয়া ভুঞ্জি দধি ভাত । ব’ঞ্চল। ৰজনী সুৰে শুতিয়া শয্যাত ॥ , ধনুৰ্ভঙ্গ এণীয়া সেনাৰ শুনি বধ । নাসে নিদ্র। কস ভৈল ভয়তে তবধ ॥ মিলে নানা বিমঙ্গল চিত্ত নুহি থিৰ । tয়াতো নেদেখে সিটে। আপোনাৰ শিৰ। ॥ ধূলি কদমতো নিজ খোজকো নাকলে । আকাশত দেখে কতো জই শণা জলে । [ ৭০ ] শঙ্কৰদেৱ । স্বপনতো আদি ধৰে মৃতকে সাবাট । বিষক ভোজন কৰে। র্দেভত উঠি ॥ ওডফুল মালা পিন্ধি হুয়া দিগধৰ । তৈল ঘসি। দক্ষিণক ঘাষ একেশ্বৰ । ॥ আনো নানাবিধ বিমঙ্গল দেখে ক্ষতি । ভদতে নাপাইলে নিদ্ৰা কংসে সিটো ৰীতি ॥” ““কৰিল৷ একশ । ৰাম সমে সমজ্যাত। দেখে দশ প্ৰকাৰে কৃষ্ণক সিবেলাত । মালে বোলে কিনো ৩টে। তসু বন্ধুপম । অত্য জনে বোলে । এন্তে নৰত উত্তম ॥ মূৰ্ত্তিমস্ত কাম নংত্ৰীসকলে বখানে। আমাবে সে বন্ধু বুলি গোপগণে মানে । ৰাজাগণে দেখে এওে শাস্ত আমদ তৃত । বস্তুদেৱ দৈৱকী বোলন্ত মোৰ সু । কংসে বোলৈ । এপ্তি মোৰ মৃত্যু বনমালী। অজ্ঞানী সকলে বোলে ছোট সে ঢৱালী ॥ ৰোগাগণে বোলে। এহেন্তেসে ব্ৰহ্মতত্ত্ব । । ষ্ণিবংশে
iানে এত্তে কুণব দত " ‘মাৰিলন্ত ৰাম পর্কে দেবে নহামল । কোপে কম্পমান জাতিশয়। কংস কাল । এস্কিবে লাগিলা মহাক্রোধে অন্ধ হুহ। করেন। অসজন বসুদের ত দু" ॥ ..নগৰৰ বাজ কৰি °ে দাযে , । অামাৰ । । সমাজত থাকিবাক নলাগে হহাৰ ৯ গুৱালৰ ধনক আগ্ৰহি । লৈয়ো জুম্মত নক্ষক লোভ লগাই বান্ধি থৈয়া । • পিতৃ উগ্ৰসেনক এখনে মাৰ নিধা । নাৰথিবি আউৰ আৰ ঘত । এগৰায়। "... লঘিমা গুণক আগুইয়) কৃষ্ণদেৱে। ধ্বংসৰ উদৃত চাঙ্গে উঠিল & ডেরে । . দেশি কংসে আসনৰ উঠি তাৱক্ষণে । ধৰিলেক খাণ্ডা ব্যক যুজিবাক মনে। বাৰুক ফুৰারে লুঙ্কি ফিঙ্কারে গা ওাক। যেন শেন। গোটে আকাশত ফুৰে পাক অচিন্ত্য মহিমা হৰি লীলায়ে হাসিয়া। আলাগতে কংসক থৰিল চাম্প দিয়া৷ ॥• গুচিল প্ৰভাৱ সব হত । [ ৭১ ] চতুৰ্থ আধ্যা । ৭১ ভৈল দপ। গড়ৰ হাতে যেন বন্দী ভৈলা সৰ্প ॥ • কিৰীটি সহিতে চলে খৰি ঘণ্টা লাৰি । উছল চাগৰ পৰী পেলাটক। মা জুৰি ৷” কৃষ্ণত নিৰাশা হুয়া গোপীপবে বালিত নামি দুনাই। কৃষ্ণ । দৰশন মনে গীত গাৱে কৃষ্ণৰ গুণ বৰ্ণাই । (হ বন্ধ তযু সনম । নিমিত্তে গোকুল বাচে সম্পন্নে । লক্ষ্মীয়ো সাক্ষাতে ব্ৰজত বঞ্চস্থ সুখে আছে সবজনে ॥ তোমাতেসে প্ৰাণ সুম্পি গোপীয় চ্যত ফুৰে। দশোদিশ। গুচোক নিকাৰ প্ৰাণৰ বল্লভ দেথঃ বঘা। ভগদাশ । শৰত কাণৰ বিকচ পদ্ৰৰ । উদৰৰ শ্ৰীক নিন্দে । হেনয় নেত্ৰৰ কটাক্ষে আমাক মাৰিছ৷ তুমি গোবিন্দে নিকি নিলাw: সী: • জলোহা গসি, গীতত হুয়া' দগধ । । । কটাক্ষে মাৰিলে বৰ । 'লা- কি ? অস্ত্ৰে কাটিলেসে নৰ ॥" ঘোৰ ৰজনী প্ৰেত পিশাচৰ শr" । ঐত নাথাকিবা তোৰাসব স্বামতি ৷” “বিদুৰত থাকি কৰে শ্ৰবণ কীৰ্ত্তন । বাঃ মোত ভকতি নিৰ্ম্মল হোৱে মন। দেখন্তে গুমন্তে সদ। হেল! চোৰে মতি । জানিয়া গৃহত থাকি কৰিয়ো ভকতি ॥..হেনয় বিপ্ৰিয বাণী শুনি । গোপীগণ । পাইলেক হুৰন্ত চিন্তা বিবৰ্ণ বদন ॥ ওলমাইল মুথ। আতি পায়৷ এথ ভাৰ । সঘনে নিশ্বাস কাঢ়ে শুকাইল অধৰ ॥.. চৰণে ভূমিক লেখে দেখে অন্ধকাৰ { নাই যুতি জ্ঞান আতি একো গোপিকাৰ ॥” - ‘শুক নিগততি শুনা ৰাজা মহাশয় । ...গোপিকাৰ । মোক্ষ দেৰি নুহিবা বিস্ময় । দ্বেষ কৰি শিশুপালে লভিল মুকুতি । বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি ।... . বিষ বুলি অমৃতক পীলে যিটো নৰ । নুহিবে । কি হেন জন৷ অজৰ অমৰ ৷ যেন । [ ৭২ ] শঙ্কৰদেৱ তেন মতে মাত্ৰ স্তৰোক সততে । এতেকে মুকুতি পাৱে কহিলে। বেকতে ॥” “বন্দি হুয়া আছে নন্দে কৃষ্ণক দেখিল ॥ হাসিলন্ত কোনে হেন কৰিলন্ত বুলি । বান্ধ মেলি কৃষ্ণক কোলাত লৈল তুলি । কতো গীত গান্ত কৃষ্ণ গোপীৰ বচনে ৬াযা পুতলাক যেন নচাৱে যতনে । । কেহো বেলা গোপিকাৰ শুনি শ্লাজ্ঞাবাণী । কোনে ফল লটাব বুলি ডাকিলে পসাশী ; ধান দিযা হাত পাতি থাকন্ত মুৰাৰি। কৃষ্ণৰ হস্তক ভৰি দের ফশ বাছি সুবৰ্ণ ৰতনে তাইৰ উপচিল পাচি । আর্ন্যুনত লাগি ভৈণ উৰল পথালি । ক'শ ফান্দিয়া টান । দিলবনমালী। “দিনেক যশোদা নাৰী নন্দৰ ঘৰিণী । মথিবাক লাগিল । আপুনি দধি আসি । স্মৰি কৃষ্ণৰ সব বালক চৰিত । দধিক মথন্তে যাশাদাই জাবর গীত । ক্ষেীম বঙ্গ প্রকাশে নিতম্ব । কৃশ কটি। সোণাৰ মেথল। ত৷ত ৰান্ধিযাাছ সই । আজোপাত্ত লৰে আতি ৰূওল কঙ্কণ পুত্ৰৰ শ্নেহত শ্রাণ কম্পে ডযো স্তন ॥ কৃষ্ণক বান্ধন্ত জহি যশেদ আরব । মুযুৰিলে দেখন্ত আন্দুল । দুই জৰী ॥ "আটি মুক জৰী সতী তাতে জোৰা দিল। বাস্কি চারে সিয়ো দুই আসুল নাটিল ॥ ছনাই জুৰী পুৰিয়া গাৱব। বাল আচে । দেখে গোপী তথাপি আঙুল দুই নাচে ৷ এহিমতে গৃহত পাইলন্ত যত জৰী। আলি আনি বোৱা দিয৷ বান্ধঃ পুনৰী ॥
- বৰিষে কণিকা মেঘে ওপৰত গাজে । ফণায়ে ধৰিলা ছত্র
আসি সৰ্পৰাজে । ওপৰত দিযা দশমৰ এই পদবিলাক কীৰ্ত্তনত [ ৭৩ ] চতুৰ্থ আধ্যা । ৭৩ ক। পদেৰে সৈতে কেনেকৈ মিলি যায়, যি কীৰ্ত্তন পটিডে সিযেই দেখিবলৈ পাব। শকৰদেৱ ৰচিত দশমৰ ভণিতাবো । এনে সুন্দর উপদেশ পূর্ণ যে সেই বোৰ অসমীয়া মান্নতৰ মুখে মুখে । উদাহৰণ স্বৰূপে ইটা। দিলে - ---“শুনিয়োক সৰ্ব্বজন কৃঞ্চৰ ১f আতপৰে আন পুণ্য নাহিকে কলিত ॥ | লডিয়াদা জন হয়ে • যাবে। ব'ণ্ডত । জানি যত্নে কৰ৷ পান কৃষ্ণকথামৃত । ক্ষণক 'দীৰ পলম্বত কার্যা নাই। চিন্তামনি জন্ম হেৰা হাত হৰায় নাচ ক চেতন ক’সজাগৰে গিংলা । ধন জনা জাইন ওবক এক মিলে । দেখ ভাৰ্য। পুল সবে সক ৰ্বণ। চা’ মান থাকে কাণে মেতিক্ষণ। বিষযৰ ফুখ এক তিলে কৰি চল । যমৰ কিঙ্কৰে |ৰ নিবে যমপুৰ ॥ যমৰ মূৰ্ত্তিক ৮ে ই হবইবে চেতন। আৰ্ঘোৰ । ম শাক পেলrt ভুঞ্জাইবে যাতনা । হে, জানি কৃষ্ণৰ চৰিত্ৰ কৰা৷ । {গ। তেবেসে তৰিবা ঘোৰ সংসাৰ নিকাৰ । বিচাৰি শাস্ত্ৰত পাইবা এহিসে যগুতি। কৃষ্ণৰ নামেসে সাধে ভুকুতি মুকুতি । কলিৰ পৰম। ম্ম জানা হৰি নাম শঙ্কৰে ৰচিলা ডাকি বোলা ৰাম ৰাম ॥" স° সৰ সাগঃ ঘোৰ দুখৰ নাহিকে ওব, কেবল তাপত মাত্র । মজি । জানি এৰ। আন ৰতি, কমিযা একান্ত মতি, হুয়া পাৰ । । মধৱক ভজি ॥ যি লক্ষ্মীত অ্যাশ; কবি, সদায় আকুল মম তেটে মত চঞ্চল সৰ্ব্বথা । বিষ্যৰ যত সুখ, অনন্ত সমস্ত জগ, তাক যন্ত্র কৰি মৰে ৰূপা যিটো শৰীৰৰ পদে, অনেক প্রবন্ধ কাৰে, ইয়ো। মহা আপদৰ ঘৰ । যতেক বাঢ়য় ধন, ততেক বাচয় মন, আপদ নাহিক আতপৰ ॥ যতেক তাছয লোক, সবাৰো আগত শোক, [ ৭৪ ] ৭৪ শঙ্কৰদেৱ । ট্রথম সকল সংসাৰ । । যতেক সুন্দৰী নাৰী, পৰম অনৰ্থকাৰী আতপৰ নাহিক নিকাৰ ॥ আনো যত মনোৰথ, পৰম তুৰ্ঘোৰ । পথ, তথাপিতো তাতে মাত্ৰ ৰতি । যিটে। আত্মা প্ৰিয়তম, যুগৰ সাগৰ দেৱ, কদাচিতে। তাস্ত নাই মতি ॥" ইত্যাদি । শঙ্কৰদেৱে দশমৰ এটা ভনিগাত নিজৰ বংশৰ এইদৰে চিনাকি মিছে-“বৰদোৱা নামে গ্রাম, শস্তে মৎস্তে অস্তৃপাম, লোহিতৰ অতি অমুকুল। সেই মহ। গ্রামেশ্বৰ অচিলন্ত ৰাজধব, কায়স্থ কুলত পদ্মফুল। তান পুত্ৰ সূৰ্য্যবৰ, মহা বৰা দেশধৰ, দানী মানী পৰম৷ বিশিষ্ট। যাৰ যশ এ জলৈ, জয়ন্ত মাধৱদলৈ, গুয়ো ভাট যাহাৰ । কনিষ্ঠ । তানপুত্র কুলোদ্ধাৰ, ভৌমিক মধ্যত নাৰ প্রসিদ্ধ কুত্স নাম যাৰ। তান পুত্র । শিশুমতি, বঞ্চ পাৱে কৰি নডি, বিৰচিল। শঙ্কৰে যাৰ ।' vশমল কিছুমান ০ 'দ এনে সুৰ যে 'অশিক্ষিত সৰ্বসাধাৰণ মায়ুতে ও সেইবোৰ মিতেী কথা কওঁতে ব্যৱহাৰ কৰি থাকে। । যেনে,- "আজি মৃত্যু হৌক, জহি শতেক অন্তৰ ; অবশ্যে মৰণ। আছে সব জগতৰ কৰ্ম্মৰ তাধীন ভ্ৰীৱ তেতিক্ষণে যায়। এটি পূৰ্ব্ব দেহ আউৰ শৰাই পায় যেন জোকে তৃণ পাইলে এৰে। আৰ তৃণ। জীৱন মৰণ থলুয়েৰে আহি ভিন ॥', "কিব। দৈৱকীৰ গৰ্ভে পুত্ৰ নোপজা । কিবা কংস মৰি আগে । যায যমালয় । কংসে' যেবে নমৰয় পুত্র হোৱে জাত । তাৰ গাতে হোৱে কিবা। অব কন্ধপাত ।”
- চিৰকাল প্রাণী একত্রে না থাকে, বিষম দৈৱৰ গতি ।
- ↑
পাছে কতো দিনে, শ্ৰদ্ধা ভৈল মনে, ৰামচৰণৰ জনে।
ঠাই ঠাই ঘোৰ কীৰ্ত্তন আছয়, কৰোঁ আনি এক খানে॥
কতো আছে হাজো, দক্ষিণ-কুলতা কতো বৰনগৰত।
কতো বৰপেটা, অসম ৰাজ্যত, কতোহো কালজাৰত॥
বছৰেক মান ফুৰি একখান কৰিলা৷ ঘোষা কীৰ্ত্তন।
মাধৱদেৱক পুনু দেখিবাক গৈলন্ত ৰামচৰণ॥ - ↑ মাধৱদেৱে পুথিখন পাই—
দেখি পুথিখান আনন্দিত মন, তাৱক্ষণে ডঠিলন্ত।
শিবৰ ওপৰে, পুথিখান আতি আনন্দতে নাচিলন্ত॥
বোলা উচ্চ কৰি, কেন উপকাৰী আমাৰ ৰামচৰণ।
দেখা দেখা লোক, কহোঁ শুনিয়োক, পূৰ্ব্বে এহি পুথিখান॥
পায়া সংসাৰক আমি পাশৰিলোঁ, ইটো থানে থানে গৈল।
অংক এক থান কৰিবাক প্ৰতি পূৰ্ব্বে মোৰ মন ভৈল॥
এতেকে ই ৰাজ্যে আইলোঁ, এক থান কৰিবাক নাপাৰিলোঁ।
ৰমাচৰ্ণে আৰু এক ঠাই কৰি মোৰেসে কাম কৰিল॥
এহিবুলি পুথি মেলি চাহিলন্ত, কৈত কোন কথা আছে।
যৈত যিবা কথা শৈবে লাগে থৈছে, বিচাৰি দেখিলা পাছে।” দৈতাৰি।