পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৬২ শঙ্কৰদেৱ । কীৰ্ত্তনৰ ব্ৰাস্বতিৰ এঠাইত আছে-“জ্ঞানপথ এৰি প্ৰভু । তোমাৰ কথাক। কাযবাক্য মনে সেৱে যিটো সাধুজাক ৷ ব্যপি অজিত তুমি তিনিও জগতে তথাপি তোমাক জিনে সেহিসে ভকতে ॥ মুকুতি ৰসকে। মুৱে তোমাৰ ভকতি । তাক এৰি যিটো জ্ঞান-পথে কৰে ৰতি | ক্লেশ মাত্ৰ পাৱে সিটো নিষ্কল প্রয়াসে { বাহানে পতান বেন তা ভুল ক আশে ।" জ্ঞান-পথতকৈও কায়-বাক্য মনে সেৱা কৰা ভক্তিৰ পথক । শ্ৰে৮ত। দিয়া কথাটো । শঙ্কৰৰ লেথনীয়ে কোনে মুখকৈ প্ৰকাশ কৰিছে। ঈশ্বৰক অকল জানিবলৈ গলেই নহয়, কাৰণ সেইটো। এক ৰকম অসাধা, গতিকে সেই প্রয়াস নিল , সেই দেখি তেওঁত বিশ্বাস স্থাপন কৰি কায় বাবা মনে তেওঁক ভকতি কৰি সেৱা কৰাই । শ্রেয়। ; কাৰণ ভকতিগ্রেহে মুকুতিৰসক শ্ৰৱাখ । বিশ্বাস কৰি ভক্তি কবিকে ঈশ্বৰ-বস্তুক পোৱা যায়, জ্ঞানময় ভকতে নহয়। । “বিশ্বাসে পাইবে বস্তু, তকে বহুদূৰ । ।” হৰমোহনত ঋষিসকলে । শঙ্কৰৰ বিপৰ্য্যয় অৱস্থা দেখি —“বিষ্ণু বিষ্ণু স্মৰি সবে চাপৰাইলা মাথ কিনো বিপৰ্য্যয় ভোল ভৈল গৌৰীনাথ ।" শঙ্কৰ-দেৱৰ শক-যোজনা কেনে স্থানোপযোগী চোৱ। দ্বিতীয় তৃতীয় শ্ৰেণীৰ কৰিয়ে ঠয়াত গৌৰীনাথ শব্দটো । ব্যৱহাৰ নকৰি কিজানি ভূতনাথ বা তেনে আন শব্দ ব্যৱহাৰ কৰিলেহেঁতেন ; কিন্তু শঙ্কৰদেৱে জানে যে গৌৰীনাথ শব্দটোহে এই সময়ত {expressive) অর্থপ্রকাশক । -“লুম্পং প্রবালোপহিতং যদিস্তান মুক্তাফলং বা ফুটবিভ্রমন্থম। কতোহফুকুৰ্য্যাদ্বিশদ্য অ্যাস্তাশ্ৰেীষ্ঠপৰ্য্যন্তশ্চমিতপ্ত ॥