চতুৰ্থ আধ্যা
৫
পদে ॥" তেওঁক ভকতেখে: পাঘ, কৰ্ম্মীয়ে। নাপায় । পম ও
ভূতৰে যদি তুমি হৃদিগত। তথাপী কর্মীৰ মন মুহিকা বেকত {
ভকতেসে পারে খুজি তুমি অন্তৰ্য্যামী ।" ঈশ্বৰৰ চৰণত শৰণ।
পোৱা ভকতে স্বৰ্গসুখ যে । নিবিচাৰেই োক্ষ প্রসাদকে।
মামাগে । ভকতৰ হেঁপাহ মাত্র ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্ত্তনত।
"তোমাৰ পাৱত, শৈলে যিজনে শৰণ - তযু গুণ ন'ম কৰে ।
শ্ৰৱণ কীৰ্ত্তন ॥ মোক্ষ প্রসাদকে প্র তৃ .£ম। ত নামাগে ।
ছাৰ স্বৰ্গ-সুখ কোন তাসম্বাৰ আশে । উয় গুণ নাম যদি কৰ্ণে ।
থংকে ভৰি । সদায় বদমে ন দি বোলে ৰাম ভৰি ॥ vৰওকে।
ন্ত চিত্তে বিঘ্নিকো নগণি। নাৰকী জন্মতে৷ তেবে আমাৰ।
বা নিী ॥ "
এটাকি দুফাকি উজু কথাহে শঙ্কৰদেৱে কেনে গভীৰ তত্ব
ঘলকৈ প্ৰকাশ কৰিছে । অসম ভানাক মহাপুৰুষ শঙ্কৰদেৱে
দু’থবীত । উন্ম ত ভাষাবোৰেৰে সৈতে সমানে জোৰ মাৰিব।
পল কৰিলে ।
-- :: a ——
চতুৰ্থ আধ্যা।
শঙ্কৰদেৱে পাটবাউসীত । থাকোতে আদশম পুথিখন ৰচনা
কৰিছিল। । বৰদোৱাৰ । গুচৰিত্ৰ পুথিত আছে,-– “শঙ্কৰদেৱে
শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধৰ আগছোৱা ৰচনা কৰি সঁতাইছে, যাক।
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৬৭
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
