পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


t৬ শঙ্কৰদেৱ । গণ। হৰিগুণ গীত গাৱে গন্ধা কিল্পৰ “ আক এঠাইত এখন উপবনৰ বৰ্ণনা চোৱা । -“পাছে ত্রিণয়ণ দিব্য উপবন দেখিল ৰিদ্ধমান। ফল ফুল ধৰি জকমক কৰি আছে যত বৃক্ষমান । শিৰীষ সেউতী তমাল মালতী লৱঙ্গ বাগী গুলাগ । কৰবীৰ বক কাঞ্চন চম্পক ফলভাৰে ভাগে ডাল। দেৱালী নেৱালী পলাশ পাৰলী পাৰিজাত ফুতী জ’ইি । বকুল বন্দুলী আছে ফুলি ফুলি তাৰ সীমা সংখ) } নাই । কনৌৰ কনাৰী কদম বাবৰ নাগেশ্বৰ সিংহ চম্পা। অশোক অপাৰ, দেৱাঙ্ক মন্দাৰ মণিৰাজ ৰাজচম্পা ৷ কুন কুৰুবক কেতেকী টগৰ গন্ধে মোকে বহপুৰ। ভটিমালী ভেটি । ৰঙ্গণ ৰেৱতী মৰুৱা । মধাই ধুৰ । চন্দন অঙক দিব্য কল্পতক দেৱদাক পদ্ম বসি। প্রতি গাছে গাছে ভিস্তা বান্ধি আছে সৰণ মাণিকে খচি ৷৷ মণি মৰকত । স্থলী নানা মত দীপ্তি কৰে তাৰ কাছে । মহা মনোহৰ দীঘি সৰোবৰ তাৰ মাঝে মাঝে আছে । চাৰিও কাখৰে পোৱাল বাখৰে ৰন্ধাইছে বিচিত্ৰ কৰি। বৈদূৰ্য্যৰ ৰাট, চটিকৰ ঘাট, মৰকত খাট পৰি॥ মুবৰ্ণ কমল ভেট উতপল ফুলি ফুলি আছে ৰহি । শোভে চক্ৰবাক, ৰাজহংসজাক কৃপাণ । । তুঞ্জে উভঞ্জি ॥৷ কোঢ়া কঙ্ক বক বিবিধ চটক অমস্থ মিঙত ভাৱে ।। অমৃত সমান জল কৰি পান ত্যজে সুললিত ৰাৱে । চাৰিও পাৰত দিৰ। পুপ যত গন্ধে দশোদিশ বাসে । অনেক ভ্ৰমৰে বেঢ়িয়া গুঞ্জৰে মধুপান অভিলাষে ॥। যত দিব্য পক্ষী ফল ফুল ভদি কাচন সুস্বৰ ৰাৱ । কুছ কুছ ঋনি কোকিলৰ শুনি বহয় মলয়া বাৱ ॥” ওপৰত তুলি দিয়া উজ্জল ললিত বর্ণনা ডোখৰে পৃথিবীৰ সবন শ্রেষ্ঠ কবিৰ লেখনীকো সন্মানিত কৰিব পাৰে। যি জলধীয়া