পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় আধ্যা ৪t বতৰপৰা নজামিলে।পাখ্যান, প্রস্ফাদচৰিত্ৰ, গজেdেiপাখ্যান, হৰ যোহন, বলিছলন, অীকৃষ্ণৰ শিশুলীলা, ৰাসক্রীড়া, কংসবধ, গোপী উদ্ধব সংবাদ, কুঁজীৰ বাহা পূৰণ, আৰাগন্ধাৰে সৈতে বুদ্ধ, কালযৱন বধ, মুচুকুন্দ তি, গুমন্ত হৰণ, নাৰদে কৃষ্ণৰ গহস্থ ধৰ্ম্ম দর্শন, বিপ্ৰপুত্ৰ আময়ন, বিপ্ৰ দামোদৰ আথান, দৈণকীৰ পুত্ৰ আনয়ন, বেদস্তুতি, লীলামালা অর্থাৎ প্রীক্লকৰ ভাৰপৰা বৈকুণ্ঠ প্রগাণ পৰ্য্যন্ত সংক্ষেপকৈ বৰ্ণনা । ইৰ্ষাৰ পিছত ছয় আধ্যা সহস্রনাম স্বৰা, পদ্মপুৰাণৰ অন্তৰ্গত । * এই ছয় আধ্যা । ৰত্নাকৰ কলিব ৰচনা, শঙ্কৰদেৱে তেওঁৰ কীৰ্ত্তনৰ ভিতৰe ঠাই দিচে । কবিত্ব, শকযেঞ্জনা, আক পদৰ লালিতাত এই ৰ$না। । নিশ্চয় অতি স্থস্বৰ ; গতিকে, শঙ্কৰদেৱে তাক তেওঁৰ অতি মৰমৰ তীৰ্ত্তন পুথিৰ ভতৰত ঠাই দি সম্মানিত কৰাটোৰ মানে সহজে বজিব পাৰি। । ৰত্নাকৰ কন্দলি আসাম আকাশত শঙ্কৰৰূপী চক্ৰক পৰিবেষ্টন কৰি থকা বৈষ্ণৱ-তৰাসকলৰ খিতৰৰে এজন উদ্ধৱে বন্দিলা গোটৰ ধূলি । অৰে মূঢ়জনে নিলে কি বুলি। তী বুলি কৰে জগত গুদ্ধি। প্ৰতিমাত কবে দেৱতবুদ্ধি । ধৈৱত নাই ইসব মতি । গকাতা অধম কৃষ্ণ ৰদতি ॥ একান্তে মৰে মাত্ৰ কৰি । হৃদয়ে থাযি বিদূৰ হৰি । বিষ্ণু ভকতক দেখিয়া হাসে। আপুনিও নষ্ট আনকে৷ লাশে ॥ কীৰ্ত্তন গুলির সম্যকে মৰে । জলিখা নিতে মহাপাপ কৰে ৷ হৰিধ্বনি শুনি ৰিহাল হই । হিয়াত তাৰ লাগে যেন জুই ॥ সমথ শাহও কৰিয়া সাৰ । পাবওমর্থন নাম ইধাৰ ।" কীৰ্ত্তন। - “কৃষ্ণৰ চৰণে কৰি প্ৰণাম । পদ্মপুৰাণৰ সহস্র নাম । আমি বিৰচিবো কীৰ্ত্তণ সাৰ । তনি পাতকৰ হয়ে নিস্তাৰ ॥ বাৰৰ কন্দলি । কীৰ্ত্তন।