পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শঙ্কৰদেৱ । মেলি আছে ঘই দশন প্ৰকটি ॥” হিৰণ্যকশিপুৰে সৈতে নৃসিংহৰ যুদ্ধবৰ্ণন । —“মনে বিমৰিষি পাছে গদাক উচ্চাই। দানৱ-মাতঙ্গ গৈল নৃসিংহক ধাই। নেদেথিয় দৈত!জক নৃসিংহৰ পাশে লুকাই পতঙ্গ যেন অগণিত জাসে ৷ ছিদ্ৰ চাই পাক ফুৰে দৈত্য দুৰাচাৰ । নৃসিংহক দিলে ঘোৰ গদাৰ প্ৰহাৰ ॥ এড়াইলন্ত নৰসিংহে কাতি কৰি কায। পাজৰত ফুৰে দৈত্য পতঙ্গ পৰাই ॥ গদায়ে সহিতে ধৰিলম্ব দিয । । । গৰুডৰ হাতত বাজিল যেন সৰ্প ॥ । এড়াইল হাত Hেত্য আাৰিমুৰি কৰি । লীলায়ে এডিল তাক অপুনি নৃহৰি ।.. ..দৈত্যশ্বৰে বোলে বা কটালিলো আৰ । কৈক যাইবি নৰসিংহ কৰিবে। দোহাব । এহি বুলি থাও। বাৰু ধৰি সেহি চেগে । । শ্ৰম কৰি পক্ষী যেন ধাইল মহাবেগে । ধোৰ নাদ ত্যাজি অধো উদ্ধে ফুৰে পাক । বাকতে লুকায় কায় নাকলিল তাক । প্ৰহাৰিবে লাগি ছিদ্ৰ চাৱে মহা । পৃৰ । .. দানৱ ফুৰন্তে যেবে আছে । দেখি খঙ্গে নৰসিংহে পাছে H কম্পাই শিৰ কেশৰ উল্লাসি। তুনিল । আটোপে ঘোৰ টাসি ॥ স্বৰ্গকো ভেদিল ঘোৰ ৰিঙ্গে বেগে চাম্প দিয়া নৰ। সিংহে ॥ আলগতে দৈতাক ধৰিল । । নাহি মাত চেতন হৰিল । সৰ্পে যেন ধৰিল উলুৰ । নিশবদ দানৱ দন্দুৰ ॥ । সাধিবাক লাগি দেৱ কাজ । দ্বাৰৰ কৰিল তাক বাজ ॥৷ চিত কৰি উৰুত থাপিল। নখে ভাৰ হিয়া বিদাৰিল ॥ যেহেন সৰ্পক পাৱে ভিৰি । গড়ে পেলাইল ঠোটে ছিৰি ॥ চকুপকাই দৈত্যঅন্তকাৰী। চেলেক, ঙ্গিহবারে কোৱাৰি ॥ কধিৰে দিগিধ দেহ৷ হই। শিৰত মেৰাইল। জন্ত্র জুই ॥ .. .দৈত্য জিনি ত্যজিলা৷ আটাস । পলায় দিগ গঙ্গ