শঙ্কৰদেৱ ।
ধাৰী ॥ গলত গলপতা সাতসৰি৷ উৰে নৱ গুণ পীত উত্তৰী ।
শ্যামল শৰীৰে শোভে অধিক । ময়ুৰ পুচ্ছ যেন চিকমিক ॥
কম্বুকণ্ঠে শোভে কোম্রাডমণি । প্ৰভাতে উদিত আদিতাজিনি ৷
পুর্ণচিত্র কচি মুখমণ্ডল । কৰ্ণত মকৰ দোলে কুণ্ডল । তাৰ
ৰশ্বি জলে গও পাঙৰ। কচিৰ চিবুক চাৰু অধৰ ॥ প্রৱাল
ৰঘে যেন কৰে কান্থি । সুন্দৰ দন্ত মুকুতাৰ পান্তি ৷৷ সদায় ।
হু গুচে ঈষত হাস। নাসা তিলফুল সম প্ৰকাশ অৰুণ লোচন
পঙ্কজ পাসি । ধন্সম আছে ভাৰ । প্ৰকাশি ॥ কৰে
বক্সময়
ত্তিলকে কান্তি কপালে লম্বিত অলকা পাতি ॥ ৰঙ্গে শিৰে
ৰত্নময় মুকুট। চূড়ামণি ৰত্নে প্ৰকাশে জুট। তাৰ মাজে ৰত্ন
পঙ্কজ মালা। উজ্জ্বল মুখ লাগি তাৰ জ্বালা৷৷ হেল মনোহৰ
ৰূপ নিৰক্ষি । ধাকিব সমস্ত অঙ্গক দেখি ও মকৰপৰা পদ
পৰ্য্যৰে । নমাইবে গনক দুনাই দেখতে ॥ ধ্বজ বজ যৱ৷ ।
পঙ্কজ ঘাৱে প্ৰদক্ষিণে নমি পৰিব পাৱে ॥” কৃষ্ণৰ এনে
কবিত্বময় ৰপৰ বৰ্ণনা পৃথিবীৰ কেইজন । কবিয়ে এনেকৈ অলপ ।
কথাৰ ভিতৰতে কৰিব পাৰে ? তপত দিয়া যমদূতৰ ভয়ঙ্কৰ
অথচ অতি চমূ বৰ্ণনায় পঢ়িলে ভয়ঙ্কৰ যমদূত আগতে থিয় হৈছে
যেন লাগে। "অনেক অধৰ্ম্ম কৰন্তে বিপ্ৰৰ আয়ু ভৈল সমাপত ।
ভয়ঙ্কৰ তিনি গোটা যমদূত আগে ভৈল উপগত t হতে পপ
জৰী, চক্ষু টেৰ কৰি, থুলন্তৰ তাৰ জাঙ্গ। কৃষ্ণবৰ্ণ কায় দেখি
ধাতু যানু, হাতত লোহাৰ ডাঙ্গ ॥ ব্ৰাহ্মণক ধৰি, জীৱ বাজ কৰি
বান্ধিলেক হাতে তুলি। য়ে অজামিলে পুত্ৰক ডাকিলে, আইস ।
নাৰায়ণ বুলি ॥” হিৰণ্যকশিপুৰ ক্ৰোধ আৰু তপতাৰ নংক্ষেপতে
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৫৪
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
