শঙ্কৰদেৱ
তেন মতে মাত্ৰ স্তৰোক সততে । এতেকে মুকুতি পাৱে কহিলে।
বেকতে ॥”
“বন্দি হুয়া আছে নন্দে কৃষ্ণক দেখিল ॥ হাসিলন্ত কোনে
হেন কৰিলন্ত বুলি । বান্ধ মেলি কৃষ্ণক কোলাত লৈল তুলি ।
কতো গীত গান্ত কৃষ্ণ গোপীৰ বচনে ৬াযা পুতলাক যেন
নচাৱে যতনে । । কেহো বেলা গোপিকাৰ শুনি শ্লাজ্ঞাবাণী ।
কোনে ফল লটাব বুলি ডাকিলে পসাশী ; ধান দিযা হাত পাতি
থাকন্ত মুৰাৰি। কৃষ্ণৰ হস্তক ভৰি দের ফশ বাছি সুবৰ্ণ ৰতনে
তাইৰ উপচিল পাচি ।
আর্ন্যুনত লাগি ভৈণ উৰল পথালি । ক'শ ফান্দিয়া টান ।
দিলবনমালী।
“দিনেক যশোদা নাৰী নন্দৰ ঘৰিণী । মথিবাক লাগিল ।
আপুনি দধি আসি । স্মৰি কৃষ্ণৰ সব বালক চৰিত । দধিক
মথন্তে যাশাদাই জাবর গীত । ক্ষেীম বঙ্গ প্রকাশে নিতম্ব ।
কৃশ কটি। সোণাৰ মেথল। ত৷ত ৰান্ধিযাাছ সই । আজোপাত্ত
লৰে আতি ৰূওল কঙ্কণ পুত্ৰৰ শ্নেহত শ্রাণ কম্পে ডযো স্তন ॥
কৃষ্ণক বান্ধন্ত জহি যশেদ আরব । মুযুৰিলে দেখন্ত আন্দুল ।
দুই জৰী ॥ "আটি মুক জৰী সতী তাতে জোৰা দিল। বাস্কি
চারে সিয়ো দুই আসুল নাটিল ॥ ছনাই জুৰী পুৰিয়া গাৱব।
বাল আচে । দেখে গোপী তথাপি আঙুল দুই নাচে ৷ এহিমতে
গৃহত পাইলন্ত যত জৰী। আলি আনি বোৱা দিয৷ বান্ধঃ পুনৰী ॥
- বৰিষে কণিকা মেঘে ওপৰত গাজে । ফণায়ে ধৰিলা ছত্র
আসি সৰ্পৰাজে । ওপৰত দিযা দশমৰ এই পদবিলাক কীৰ্ত্তনত