পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তৃতীয় আধ্যা । ৫৯ তথাপি নেৰয় মৃত্যুৰ ত্ৰাস ॥ নাহি দেহেজিয়, সমস্ত কৰ্ত্তাৰ শক্তিক ধৰা অকলে । তুমিসি সৰ্ব্বজ্ঞ । তুমি সৰ্ব্বকৰ্তা তোমাক সেৱে। সকলে ॥ যেন চক্ৰবৰ্ত্তী ৰাজাক যোগাৱে সামৰাজে কৰভাৰ৷ ব্ৰহ্মা আদি কৰি জীৱৰ ঈশ্বৰ তযু পাৱে নমস্কাৰ । তোমাৰেসে মায়া কৰ্ম্মে বন্দী হুয়া সংসাৰে ওপজে। মাৰে।। 5থ-সাগৰত প্ৰাণ। কৰা হৰি তোমাৰ চৰণে ধৰো । তুমি অসুৰ্য্যামী সমস্ত লোকৰ তুমি মহেশ্বৰ দেৱ । তুমিসি সৰ্ব্বজ্ঞ নৃসিংহ তোমাক মনে কৰো আমি সেৱ । সংসাৰ-চক্রৰ কৰৱতে চিৰে নেৰে মহা মোহ ভয় । (তামাৰ চৰণে পশিলো শৰণে ৰক্ষা কৰা কৃপাময় । তুমি মই ঙক তোমাৰ চৰণে মন যদি লৱে বাস । তোমাৰ কৃপায়ে সবে ‘সদ্ধি হৈব, নালাগে জ্ঞান অভ্যাস । তুমি আত্মা তেন জানিয়া তোমাক চিত্তে ভজে যিটো জন । তুছ পুল দাৰা বিষয় ভোগত ংহি তাৰ প্ৰয়োজন । তোমাৰ নামক মুখে ফুৰে। গাই, হিৰে উষ্ণু ৰাপ ধৰি। শুনে মানে ধ্বনি পলায় পাতক ডাকি বোলা হৰি হৰি । ‘তোমাৰ চৰণ চিন্তি যথাত ভকত থাকে সেহি পুণ্য সেহি তীর্থস্থান ! তোমাৰ অমৃত কথা ধাৰায়ে বহয় যথা তাক যিটো কৰ্ণে কৰে পান ॥ এৰাস্থ সংসাৰ ক্লেশ কুৎসিত বিষয় হগে তাসম্বাৰ মুহি অভিলাষ । একবাৰ মাত্ৰ তযু চৰণ চিন্তিলে যিটে। , তাৰ মুখ সুহি গৃহবাস। অসন্ত জগতখান তোমাত উদ্ভৱ ভৈল সস্থ হেন প্ৰকাশে সদায় কৰ্ম্মজড় মসুষ্যৰ মন মগ্ন ভৈল তাতে বেদৰ সুবুজে অভিপ্রায় । তোমাৰ অদ্বৈত রূপ, পৰম আনন্দ পন, তাতে মোৰ মগ্ন হৌক চিত । ভৈলোহে লসৰো দাস, জানি এবে নৰহৰি, আমাক নেৰিবা কদাচিত ৷৷ মুকুট কুণ্ডল যেন