৫
শঙ্কৰদেৱ ।
পৰমব্ৰহ্ম ঈশ্বৰৰ ওচৰলৈ লৈ যায়। ; খারু স্থললিত গৃদয়স্পৰ্শী
গছেৰে ; দাত-ভাগি-যোৱা ছঝোধ্য ঘল তথ্য শবসমষ্টিৰে নহয় ;
অথচ তাত তাৰ লালিত্য, কবিত্ব আৰু ভাৰৰ অলপো ব্যাঘাত
নহয় । যেনে,-“ন গঙ্গা ন গল্প সেতু ন কাশী নচ পুষ্কৰং
জিহবাগ্ৰে বর্ততে ঘন্ত হৰিৰিত্যক্ষৰং দ্বয়ং* উত্মাৰ তেওঁ কৰ। পদ
,"চ্চৰি হেন ইটো ডগুটি অক্ষব জিহা অগ্ৰে থাকে যাৰ । গঙ্গা
গয়া কাশী পুকৰ । সেতুক যাইবাক আলাগে তাৰ । ॥—“যাহাৰ।
মুখত থাকে হৰি হেন নাম । গঙ্গা গয়া কাশী পুষ্কৰতো নাহি
কাম ॥ প্ৰতিভাশালী ওখ শ্ৰেণীৰ পণ্ডিত কবি ৰচলাৰ
বিশেষত্ব। এই । বৈকুণ্ঠৰ আাক বৈকুণ্ঠনাথৰ বৰ্ণনা কেনে
সুন্দৰ $োৱ ',--“বৈ কুপ্ত নামে আচে মহ থান। ॥ শাৰী শাৰী ৰঞ্জে
বিমান চর। বৈদুৰ্য্য হীৰা মৰকতময় । চন্দ্ৰ সূৰ্য্য যেন প্ৰকাশে।
আতি । নাজানি যাত পশি দিন ৰাতি ৭ চাৰু সৰোবৰ নিৰ্ম্মল ।
জল । সুগন্ধি পদ্ম শোভে উতপল ৷ আছে ৰাজহংস সমূহে
ৰহি । লীলায়ে মৃণাল ভূঞ্জে উভঞ্জি ॥ পাৰে পাৰিজাত মলয়া
বাৱ । চটকে ত্যজে সুললিত ৰাৱ ! অমৰগণে গাৱে হৰি গীত।
বৈষ্ণৱগণ শুনি আনন্দিত ॥ হেন বৈকুণ্ঠৰ মাজত পাছে।
উচ্ছি ত ৰত্ন-মন্দিৰেক আছে ৷ বৈদূৰ্য্যপ্তম্ভ স্ফটিকৰ বাৰ।
মাণিক্য কপাট হীৰাৰ দ্বাৰ। কাটিলা জিঞ্জিৰী যুবর্ণাৱলী । বিচিত্র
মণি মৰকত স্থলী ॥ পদ্মৰাগ ৰত্নে লগাইল চৌতি। কোটা সূৰ্য্য
যেন গৃহৰ জৌতি । বিচিত্ৰ চন্দ্ৰাতপ আছে টালি । জাৰিল
মুৰাৰি মুকুন্ত৷ মণি। হেন মন্দিৰে ৰ-সিংহাসনে। আছন্ত বসি
প্ৰভু নাৰায়ণে। চৌপাশে সেৱে পাৰিষদ যত। মৌক্তিক ছত্র
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৫২
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
