পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তৃতীয় গাধ্যা । ৫১ ধৰি ওপৰত৷ ধৱল চমৰে। হপাশে বিঞ্চে। সঘনে মুৰতি কুহুম সিঞ্চে ॥ চৰণে অনেক ভকতিভাৱে । উপাসন্ত লক্ষ্মী জগত-মাৱে ॥ চৈতন্যময় শুদ্ধ ৰূপ ধৰি । পৰম আনন্দে আাছ হৰি ॥ অতি চমৎকাৰ ৰাপ বিপুল ) কন্দৰ্প কোটা যাক নোহে তুল॥ কোটা সন্দুসম আছে প্রকাশি | স্মৰণে দহয় পাণ্ডক ৰাশি ॥”- (কীৰ্ত্তন )। বৈকুণ্ঠত থকা শ্ৰীকৃষ্ণৰ কেনে ৰূপ ভকতে ধান কৰিব। লাগে চোৱা—“স্থিৰ বুদ্ধি কৰি ভকতজনে : প্রত্যেক তাঙ্গক চিন্তিৰ মনে ॥ চৰণ-পদ্ম দেখি সুগী হুই । অৰুণ অতি পদতল দুই । অস্তুশ। পদ্ম ধ্বজ বজ্ৰ যৱ । দেখি চিহ্ন তাতে মিলে উৎসৱ ॥ চৰণ-পঙ্কজ আছে প্রকাশি । অঙুলিপাণ্ডি হাৰ ভৈল পাসি । দেখিয় প্ৰভুৰ । পাকৰি নয় ; প্রকাশে তায়ে নখ-চন্দ্ৰচয় । ৰতনে উজ্জল উজটি যত নূপুৰ প্ৰকাশে পাদপৃঃ ওঁ । ৰত্নৰ হোড়ৰ জ্বলে জজঘাত। উৰু কগ্ৰীক ২ স: সাক্ষণ । কটিত প্রকাশে বদন পীত। বান্ধিছে মেখলা পঢ়ে ৰঞ্জিত । নাভি-সবোৰুহ ৰুচিৰ কান্তি ; হৃদয়ে প্ৰকাশে শ্ৰীবৎসপান্তি । উকস্থলে লক্ষ্মী দিলন্ত দেখা । কষটিত যেন সোণৰ ৰেখ । ॥ পীত বস্ত্ৰে শোভে হামল কায় । তড়িত জড়িত জলদ প্রায় | বহল হৃদয়ে মুকুতা হাৰ । প্রকাশে জিলিমিলি পেচন্দাৰ ॥৷ চিকিমিকি কৰে ৰত্ন উজ্জ্বল। । আপা দলম্বী গলে বনমালা ॥ তাহাৰ মধুগন্ধে হয়৷ ভোল। বেঢ়িল্লা । মধুকৰে কৰে ৰোল ॥ চাৰু চতুহু জ শোভে সুঠাম। ললিত বলিত নীল মোলান ॥ কেয়ুব কন্ধন বলয়া তাত। প্রকাশে নৱ কিশলয় হাত। ৰত্নৰ শলাকা অসুলিপান্তি। অদুঠিচয় তাতে কৰে কান্তি ৷ অৰুণ নখ চন্দ্ৰমাৰ শাৰী। শখ চক্র গদা পঞ্চজ