পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় আধ্যা ৬৩ সর্বোপমাদ্রব্য সমুচ্চয়েন যথাপ্রদেশং বিনিবেশিতেল । সানিৰ্মিতা বিখপৃঙ্গা প্রবল্পাদে কহু সৌন্দৰ্য্যদিদ্বক্ষযেব। ” (কালি দাস)। এনে ৰূপৱতী গোঁৰী ঘৰত থা*ো ও এ যে মহাদেৱে আন স্বীৰ ৰূপ দেখি মুগ্ধ হৈছিল, এই কথা "গোৰীনাথ’ শব্দটোৰে "ঙ্কৰদেৱে সম্পূৰ্ণৰূপে বুজাই দিলে । বিপ্ৰপুত্ৰ অনবলৈ আীকৃষ্ণই অৰ্জ্জুনেৰে সৈতে ৰ’ ৩ উঠি বা তে-‘ধৰিল উত্তৰ দিশ পথ । অৰ্জ্জুনে ডাকন্তে যান্ত ৰথ । সাতোখান পৃথিবী এৰাইল । । গৈয়া সাতো সাগৰ। ইৰাহল । wৰ মহা মনোজয় গতি ।। গৈলা লোকালে। কৰ সিভিতি ॥ পবেশিলা ঘোৰ অন্ধকাবে । ঘোৰ। তা'ৰ যাহবাক নাপাৰ । ১ম দে।খ যোগেশ্বৰ হৰি । । 'অংগক হানিলা চক্ৰ ধৰি । মহ৷ ৰশ্মি পুঞ্জে পোসৰাই । আগত কিৰণে । স্বাৰি ঘাষ ॥ "লোকালোকৰ সিভিতি’ত থকা ঠাইৰ এই উৎকৃষ্ট বর্ণনাত । ভাণার্থ প্রকাশক শব্দযোজনা দেখিলে । আচৰিত মানিব লাগে । লোকালোকৰ সিভিতিৰ ঘোৰ অন্ধকাৰত প্ৰবেশ কৰিলত যেতিয়া ঘোৰা আক যাব নোৱাৰা হল, তেতিয়া আগলৈ চক্ৰ হানিলে । কোনে ? যোগেশ্বৰে । মনোজৱ গতি আক লোকালোকৰ সিভি তিৰ অন্ধকাৰ ভেদি পোহৰ উলিৱা কাম ষো।বলেৰে বলী যোগে স্বৰৰ হে ; সেই দেখি কৃষ্ণ বা তেওঁৰ অন নামব্যঞ্জক শব্দ ব্যৱহাৰ। নকৰি এই খিনিত শঙ্কৰদেৱে যোগেশ্বৰ শব্দ ব্যৱহাৰ কৰিলে। সাধাৰণ কবিয়ে এনেবোৰ (nice distinction) হুল্ম প্রভোলৈ। দৃষ্টি নাৰাথে ।