পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ আধ্যা । ৭৩ ক। পদেৰে সৈতে কেনেকৈ মিলি যায়, যি কীৰ্ত্তন পটিডে সিযেই দেখিবলৈ পাব। শকৰদেৱ ৰচিত দশমৰ ভণিতাবো । এনে সুন্দর উপদেশ পূর্ণ যে সেই বোৰ অসমীয়া মান্নতৰ মুখে মুখে । উদাহৰণ স্বৰূপে ইটা। দিলে - ---“শুনিয়োক সৰ্ব্বজন কৃঞ্চৰ ১f আতপৰে আন পুণ্য নাহিকে কলিত ॥ | লডিয়াদা জন হয়ে • যাবে। ব'ণ্ডত । জানি যত্নে কৰ৷ পান কৃষ্ণকথামৃত । ক্ষণক 'দীৰ পলম্বত কার্যা নাই। চিন্তামনি জন্ম হেৰা হাত হৰায় নাচ ক চেতন ক’সজাগৰে গিংলা । ধন জনা জাইন ওবক এক মিলে । দেখ ভাৰ্য। পুল সবে সক ৰ্বণ। চা’ মান থাকে কাণে মেতিক্ষণ। বিষযৰ ফুখ এক তিলে কৰি চল । যমৰ কিঙ্কৰে |ৰ নিবে যমপুৰ ॥ যমৰ মূৰ্ত্তিক ৮ে ই হবইবে চেতন। আৰ্ঘোৰ । ম শাক পেলrt ভুঞ্জাইবে যাতনা । হে, জানি কৃষ্ণৰ চৰিত্ৰ কৰা৷ । {গ। তেবেসে তৰিবা ঘোৰ সংসাৰ নিকাৰ । বিচাৰি শাস্ত্ৰত পাইবা এহিসে যগুতি। কৃষ্ণৰ নামেসে সাধে ভুকুতি মুকুতি । কলিৰ পৰম। ম্ম জানা হৰি নাম শঙ্কৰে ৰচিলা ডাকি বোলা ৰাম ৰাম ॥" স° সৰ সাগঃ ঘোৰ দুখৰ নাহিকে ওব, কেবল তাপত মাত্র । মজি । জানি এৰ। আন ৰতি, কমিযা একান্ত মতি, হুয়া পাৰ । । মধৱক ভজি ॥ যি লক্ষ্মীত অ্যাশ; কবি, সদায় আকুল মম তেটে মত চঞ্চল সৰ্ব্বথা । বিষ্যৰ যত সুখ, অনন্ত সমস্ত জগ, তাক যন্ত্র কৰি মৰে ৰূপা যিটো শৰীৰৰ পদে, অনেক প্রবন্ধ কাৰে, ইয়ো। মহা আপদৰ ঘৰ । যতেক বাঢ়য় ধন, ততেক বাচয় মন, আপদ নাহিক আতপৰ ॥ যতেক তাছয লোক, সবাৰো আগত শোক,