পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৬৬ শঙ্কৰদেৱ । আক শেষ ছে৷ ৱ৷ বাকী আছে; এনেতে এদিন শঙ্কৰদেৱৰ ভোজনৰ সময়ত অনহ ককলি উপস্থিত হৈ শঙ্কৰ দেৱত জনালে “বাপ ! আজি আমি আপোমাৰ উচ্ছিষ্ট লবলৈ আহিছে৷ ; অনুগ্রহ কৰি দিয়ক’ । পুকষে ইঙ্গিত বুজিব পাৰি কলে- আমি এথনি কৰিলে1; থৈনি বাকী আছে’। শঙ্কৰদেৱে কলিৰ আভ্যন্তৰিক ভাব উন্ন। দেখি আচৰিত হৈ কন্দলিয়ে শম্বৰদেৱক প্ৰণাম কৰি কলে—“আপুনি সিদ্ধ পুৰুষ, ঈশ্বৰৰ অ&তাৰ, মনুষ্যভাৱে জাপোনাকে দেখা উচিত নহয় । হে প্ৰভু, কৃপা কৰক, আপোনাৰ প্ৰসাদত যেন আমাৰ। মনোভিলাষ পুণ হয। শঙ্কৰদেৱে ‘তথাস্তু’ বুলি কন্দলিক আশীৰ্ব্বাদ । কলি কল এই কথা মাধৱদেৱে শুনি অ্যাক্ষে । কতি শঙ্কৰদেৱক জনােৈল, -“অংগলৈ সুবিধামতে নাচণিাৰ ; শ্রীহশুৰ শ্ৰীমুথৰ নিসৃত হোৱা হলে ভাল আছিল ' শঙ্কৰদেৱে উত্তৰ দিলে,-“কি কৰিব, ভকতে বাঃণ কৰা ফল দিব লাগে । ব* আমি এবাৰ সৃষ্টি কৰি । । দিয়া হব । শঙ্কৰদের ও যrই থাকোতে কিন্তু দশমৰ শোহভাগৰ ভাঙনি তানন্ত কন্দলিয়ে শেষ কৰিব পৰা নাছিল । শঙ্কৰদেৱৰ মৃত্যুৰ পিছত eে যে কনদলিৰ ৰচল। শেষ হৈছিল সেই কথা কন্দলিৰ দশমৰ শেহৰ ভনিতাত স্পষ্ট ঃ- শঙ্কৰদেৱ “কৃৎ । স্মৰি মৰি স্থিত ভৈল। বৈকুণ্ঠত ।” আদ্য দশম ৰচনাৰ পিছতে শঙ্কৰদেৱে মাধৱদেৱ আদিৰে সৈতে দ্বিতীয়বাৰ তীৰ্থলৈ গৈচিল অনুমান হয়। শঙ্কৰদেৱে পুৰীত সমুদ্রত স্নান কৰোতে সাগৰৰ টেী লোৱাৰ সময়ত “সাগৰঘুলি কাপোৰ পাই সেই কাপোৰৰ একোডোখৰ সকলো ভকতক ভগাই দিছিল,