পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৪৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তৃতীয় আধ্যা । কীৰ্ত্তনখন শঙ্কৰদেৱৰ ইমান মৰমৰ অাছিল যে কাছাৰীৰ ভয়ত যেতিয়া তেওঁ আন আন এাসকলৰে সৈতে লৰালৰিকৈ পলাই গৈছিল, তেতিয়া হঠাৎ বাটত তেওঁৰ মনত পৰিল যে কীৰ্ত্তন ঘোষা’ পুথিখন তেওঁ পাহৰি ঘৰতে এৰি থৈ আছিল । কথাটো মনত পৰিলতে তেওঁ অকলৈ উভতি আহি ঘৰ সোমাই কীৰ্ত্তন খন লৈ ওলাব খোজোঁতেই কছাৰীহঁতে তেওঁক বেঢ়ি ধৰিলে, অাৰু দুটা কছাৰী মুনিহে তেওঁৰ দুৱাৰ মুখত বাট ভেঁটি ধৰিলে । বিপদ দেথি শঙ্কৰদেৱে ওলাই আহি ৰণুৱা কছাৰী দুটাক ঠেলা মাৰি পেলাই দি ভো-ভো কৰে লৰি পলাই গুচি গল । কীৰ্ত্তনৰ ৰচনা প্ৰণালী কেনে সুন্দৰ, এবাৰ তাৰ বিষয় বোৰলৈ চকু দিলেই সেই চা হৃদয়ঙ্গম কৰিব পাৰি । ভাষাৰ বৰ মাধুৰ্য্য, ভক্তিৰ দৃঢ়তা, চিন্তা উচ্চতা হাদিৰ সমষ্টিৰে শঙ্কৰদেৱৰ কীৰ্ত্তন ৰচিত । তাত প্ৰথমতে ভগৱন্তৰ চতুবিংশতি অৱতাৰ বৰ্ণনা। তাৰ পিছত পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰপৰা নামাপৰা ধৰ বৰ্ণনা ; " এই শাস্ত্ৰ ।

  • “এক কালে আসামে মাৰিলে টেশ্বৱানি । অসমক ভয়তে পলাইল সবে প্ৰাণী ৷

শঙ্কৰো পলায়া গৈলা লোকৰ লগ৩ ৷ কীৰ্ত্তনঘোষা পুথিখন ৰহিল ঘৰত । হাৰু নিয়ে লাগি একেশ্বৰে আসিলন্ত । জাসামে বেঢ়িলে ঘেৰে ঘৰ পশিলন্ত ॥ কছাৰী মুধি দুয়ো দুৱাৰত থিত । হেন দেখি শঙ্কৰ ভৈলন্ত ভয়ভীত । কমতে পলাইবো মনে মনে অলোচিলা ! ভিতৰৰ পৰা ধৰ ৰোগে লৰ দিলা । হেম্পোচি বা চিতে পেলাইলা দুয়োজন । গৰকিল| দুইকো দিয়া বুকুত চৰণ ॥ দেখে মাউৰ সৰে দিবা পুৰুষ পলাই । ৰহ ৰহ বুলি পাছতে খেদি যায় ।” দৈতাৰি ঠাকুৰ । + ‘পদ্মপুৰাণৰ স্বৰ্গখণ্ডত । নিৰূপি আছে কলি-ধৰ্ম্ম যত । তাক শুনা অতি একান্ত চিষ্টে । যা ইচ্ছা অাছে ভৱ তৰিতে । '* *ীন ?