পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় জাধ্য । ও কেনে জল বর্ণনা চোৱ11—“শুনিয়া হিৰণ্যে ভ্ৰাতৃ বধ । ক্রোধে আৰকত চক্ষু তবধ ॥ শূলক তুলি গজি । দৈত্যনাথ । দশন কামুৰি ঝঙ্কাৰে মাথ। দামরগণক মাতে সৰোধি । মাৰিরে। বৰাহক শূলে বিন্ধি ॥. . ...কথায়ে আশ্বাস কৰি দিতকি। তপক মনে গৈল মন্দৰক ।। আকাশ চাত উৰ্ববাহ হই। থাকিল ভুনিক প্রলুতে তুষ্ট জণ্টাৰ দীপিতি দেখন্তে ত্রাস । প্রলয় স্থৰ্ঘ্যৰ যেন প্ৰকাশ # ব্ৰহ্মাক চিস্তিয়া আছে মমত। বহি গৈল দিব্য বৰিষ শত । ঢাকিল তবু উই মাটি তুলি। শৰীৰৰ মাংস পাইলে সমূলি ॥ গজিল তাক ঢাকি বেক জাৰ। তথাপি কটাক্ষ নাহিকে তাৰ৷ শিৰত বরি বলাই তমোময় । তাৰ তাপে ভৈল জগতে ভয় ॥ সঘনে ভূমি কম্পে নিৰন্তৰ । পলকিল ত্ৰাসে পাতো সাগৰ । সঞ্চাৰে তাৰা গ্রহ অসংখ্যাত , দশো দিশে ভৈল উলক পাত ।” তলত দিয়া নৰসিংহৰ মূৰ্ত্তিৰ বৰ্ণনা পচিলে গাৰ নোম শিম’ৰি উঠে। যি তাত ভয়ানকৰো এনে বর্ণন। হব পাৰে, সেই ভাষা তুৰীয়া বুলি কোৱাটেও ভয়ানক কথ।। —“ঘোৰ মূৰ্ত্তি ধৰি নৰসিংহ ভৈল বাজ । মহাত্ৰাসে কল্পে দেখি দানরসমাজ ও তপ্ত সুবৰ্ণৰ বৰ্ণ বলে চক্ষু চষ্ট। পৰ্ব্বত । সমান কায় আছে স্বৰ্গ চুই । শৰীৰৰ লোম চলা সম ও ৰণ । তুলি আছে উর্ধক তবখ ভুত কৰ্ণ । বাইল মুখ যেন গিৰি গহবৰ পৰাই প্ৰচণ্ড বতাপ যেন নিশ্বাস বজাই ৷ প্রকাশষ কেপ শিৰে ৰবিৰ কিৰণ। অকুটিকুটীল মুখ বিকট দশন ৷৷ লহ লহ কৰে জিহব। বেন সুৰ-ধাৰ । জলে বাহু শত তীন্দ্ৰ নখে চমৎকাৰ । বহল হৃদয় গ্ৰীৱা কৃশ কটি । ৰিহৰা।