শঙ্কৰদেৱ/চতুৰ্থ আধ্যা

ৱিকিউৎসৰ পৰা
[ ৭৫ ]
চতুৰ্থ আধ্যা

‘প্রথম ব্যাধিত যদি নেদয ঔষণি। পাছে পীড়া কৰন্তে হৰযু । স্যা বুদ্ধি । অলপ কথাৰ ভিতৰতে দশমই ক’লীয স্তুপৰ কেনে সুলৰ বর্ণনা আছে চোৱা । অসমীয়ওজাই পানী : । সেতে যেতিয়া কালী wমনৰ এট ছোৱা তান্তৰে শুঙ্গি দি 'বয়াহ গায় তেতিয়া হে শ্ৰোন্ত । । যাক দৰ্শকৰ মন আকৰ্ষণ কৰিব পৰা কেনে শজি ভt প্রবেশ কাথ, ঘি সেত বিয়া গোৱা শুনিছে । দি চ সাভৱ কৰি । । পাৰে { “শুক নিগদতি ৰাজা শুনিছে৷ সৰু থn । কালীয় ভুলৰ ‘টে। । “ক কঠিৰে কথা । হাঘোৰ অগাধ জল বাপিয়াডে সাচ্ছে। ৩য রেল fবয-বহ্নি প্রক প। ওপনে উপণ্ডে ক্ষী পৰে স"ৰ মৰি । লকত ঘাৰ ফুল চুৰক উৰি ॥ মৰয় তীৰব তৰু আলাগে বলব । জায়ে একগাছি মা এ । তীৰত কদম্ব । পূৰ্ব্বত গৰুড়ে হৰি আনিলে তামৃত। সেহি কদম্বত পৰি ৰতিল কিঞ্চিত ॥ অমৃতৰ পৰশ পাই লেক সিটো গাছে । সিহেতুপে কলৰ জীয়ন্তে

  • আছে । কৃষ্ণে পৰশিব হেন তাহাৰে। লিথিত । তাতেসে

নমৰি বৃক্ষ ৰহিল তহিত । পাছে বিষমশ্ব সিটো দেখি হৃদখণ্ড । জানলা৷ কালায়ো প্ৰভু, প্ৰভাৱে প্ৰচণ্ড ॥ গুণন্ত মনত, সর্প ভষ্ট দুৰাচাৰ। । ইষ্টক দণ্ডিবে লাগি মোৰ অৱতাৰ । এই বুলি মাধৱে বধিবে প্ৰবন্ধিলা । । পীত বস্ত্ৰ তুলি আটি কটিত বান্ধিলা ॥ আফোট কৰিয়া বাছ ডাফি মাৰি । পাছে । উঠিলত গত উচ্চ কদম্বৰ গাছে । টলবল গাছ যেন যায় ভূতি কম্প দিলা কৃষ্ণে তাটোপে চূণৰ জলে জাম্প ॥ জগতৰ গুৰুভাৰে পৰিল প্রকাশি । [ ৭৬ ] প্ৰচণ্ড শবদে উথলিল জলৰাশি॥ উৰ্ম্মিৰ আন্দোলে জল প্ৰলম্পিল পুনু। চবভিতি গৈল জল গজশত ধনু॥ অনন্ত বীৰ্য্যৰ ইটো কোন অদভুত। পাছে আডম্বৰে কৃষ্ণে ক্ৰীড়িলা বহুত॥ দুই বাহু দণ্ডে ডাম্ফি মাৰি মহাৰঙ্গে। উথলান্ত জল যেন প্ৰমত্ত মাতঙ্গে॥ চোটত অটাস যেন ত্যজে হয় ও৷ যায় দশোদিশ তাৰ শবদ প্ৰচণ্ড॥” ইত্যাদি

——০০——

পঞ্চম আধ্যা।

 দশম আৰু কীৰ্ত্তনৰ বাহিৰেও মহাপুৰুষ শংকৰদেৱে আৰু অনেক পুথি ৰচনা কৰিছিল , তাৰ ভিতৰৰ খনচেৰেকৰ মাথোন উল্লেখ ইয়াত কৰিম৷ বহু স্বন্ধ ভাগৱতৰ আগছোৱা অজামিলোপাখ্যান শঙ্কৰদেৱে কৰিছিল। ,শেহছোৱা বৃত্ৰাসুৰ বধ অনন্ত কন্দলিয়ে কৰিছিল।

 শঙ্কৰদেৱৰ দশম আৰু আন আন পুথিৰ দৰে একাদশ স্কন্ধও সুললিত ভাষাত ৰচিত৷ উদ্ধৱৰ আগত জ্ঞানযোগ, ক্ৰিয়াযোগ আৰু ভক্তিযোগ নিৰূপণ পৰমাৰ্থ নিৰ্ণয, সম্বাদি গুণৰ বৃত্তি নিৰূপণ, সংখ্যাযোগ কথন, তত্বসম্বন্ধে নানামতৰ বিৰোধ ভঞ্জন, দ্ৰব্যাদিৰ গুণদোষ বিস্তাৰ কথন, মঙ্গল সকলৰ ভেদ নিৰ্ণয, যতিধৰ্ম্ম নিণয়, বৰ্ণাশ্ৰম ধম্ম কথন, মহাবিভৃতি কথন, আণিমাদি অষ্ট সিদ্ধি কথন, সাধনেৰে সৈতে ধ্যানযোগ বৰ্ণন, সাধুসঙ্গ মহিমা আৰু কৰ্ম্মানুষ্ঠান কৰ্ম্মত্যাগৰ বিধি, বন্ধমুক্তাদিৰ লক্ষণ, অষ্ট গুৰুৰ বিষয় বৰ্ণন, নিমি