পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ আধ্যা । ৭১ ভৈল দপ। গড়ৰ হাতে যেন বন্দী ভৈলা সৰ্প ॥ • কিৰীটি সহিতে চলে খৰি ঘণ্টা লাৰি । উছল চাগৰ পৰী পেলাটক। মা জুৰি ৷” কৃষ্ণত নিৰাশা হুয়া গোপীপবে বালিত নামি দুনাই। কৃষ্ণ । দৰশন মনে গীত গাৱে কৃষ্ণৰ গুণ বৰ্ণাই । (হ বন্ধ তযু সনম । নিমিত্তে গোকুল বাচে সম্পন্নে । লক্ষ্মীয়ো সাক্ষাতে ব্ৰজত বঞ্চস্থ সুখে আছে সবজনে ॥ তোমাতেসে প্ৰাণ সুম্পি গোপীয় চ্যত ফুৰে। দশোদিশ। গুচোক নিকাৰ প্ৰাণৰ বল্লভ দেথঃ বঘা। ভগদাশ । শৰত কাণৰ বিকচ পদ্ৰৰ । উদৰৰ শ্ৰীক নিন্দে । হেনয় নেত্ৰৰ কটাক্ষে আমাক মাৰিছ৷ তুমি গোবিন্দে নিকি নিলাw: সী: • জলোহা গসি, গীতত হুয়া' দগধ । । । কটাক্ষে মাৰিলে বৰ । 'লা- কি ? অস্ত্ৰে কাটিলেসে নৰ ॥" ঘোৰ ৰজনী প্ৰেত পিশাচৰ শr" । ঐত নাথাকিবা তোৰাসব স্বামতি ৷” “বিদুৰত থাকি কৰে শ্ৰবণ কীৰ্ত্তন । বাঃ মোত ভকতি নিৰ্ম্মল হোৱে মন। দেখন্তে গুমন্তে সদ। হেল! চোৰে মতি । জানিয়া গৃহত থাকি কৰিয়ো ভকতি ॥..হেনয় বিপ্ৰিয বাণী শুনি । গোপীগণ । পাইলেক হুৰন্ত চিন্তা বিবৰ্ণ বদন ॥ ওলমাইল মুথ। আতি পায়৷ এথ ভাৰ । সঘনে নিশ্বাস কাঢ়ে শুকাইল অধৰ ॥.. চৰণে ভূমিক লেখে দেখে অন্ধকাৰ { নাই যুতি জ্ঞান আতি একো গোপিকাৰ ॥” - ‘শুক নিগততি শুনা ৰাজা মহাশয় । ...গোপিকাৰ । মোক্ষ দেৰি নুহিবা বিস্ময় । দ্বেষ কৰি শিশুপালে লভিল মুকুতি । বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি ।... . বিষ বুলি অমৃতক পীলে যিটো নৰ । নুহিবে । কি হেন জন৷ অজৰ অমৰ ৷ যেন ।