পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হুয়া ত্ৰাস । বাৰহে শিৰৰ কেশৰ । উৰায় সবে বিমান স্বৰ্গৰ । গলকে সাগৰ স্বাস লাগি । বেগত পত পৰে ভাগি ॥ নৃসিংহৰ চৰণৰ গতি। টলবল কৰে বঝুমতী ॥ চক্ষুৰ বৰ্গিৰ ভৈল ছন্ন । নিম্প্রভ সমস্ত গ্রহগণ ।” তলত দিয়া, ক্ষীৰ সাগৰৰ আৰু তাৰ মাজৰ ত্ৰিকুট পৰ্বতৰ কবিত্বপূর্ণ বর্ণনা পঢিলে মুগ্ধ হব লাগে । - ক্ষীসাগৰৰ মাঝে ত্ৰিকুট পঞ্চত। প্রকাশন্তে আছে তিনি লোকত বেকত। সুবৰ্ণ ৰজত লোহা জলে তিনি সঙ্গ । চক্ষুত জমক লাগে দেগিতে বিৰিঙ্গ । আন যত শৃঙ্গ ৰত্নে কৰে তিৰিমিৰি । দশোদিশ প্রকাশিয়া শোতে শুক্ল গিবি ॥ অযুত যোজন যুৰি জলে গিৰিবৰ । উচ্ছ ত দেখিয়া দশ হাজাৰ প্ৰহৰ । ক্ষীৰ সা"ৰৰ ঢউ চৌভিতি উথলে। পথাগে। পৰ্ব্বত মূলতল হস্থজলে ॥ থানে থানে থাছে ভূমি অনেক উষ্ঠান। ফুলে জকমক গন্ধে নাহিকে সমান 4 নদী নদ অশেষ বিশেষ। সৰোবৰ। ফটিক নিৰ্ম্মল ক্লল দেপি মনোহৰ । বিঙ্গাধৰী সবে তাত নামি কৰে মান। । পখালি শবীৰ বহে জগদ্ধত প্ৰাণ ৷৷ পৰম আমুল। গন্ধ উথলে সদায় । দশ দিশ যুৰি তাৰ গন্ধ বহি যায়। দেখি সুশোভন বম নব উপখনে । যাত নিতে ক্রীড়ে দেৱ। দিব্য নাৰীগণে ॥ শাল তাল তমাল মন্দাৰ পাৰিজাত । চম্পক অশোক আানো পুষ্প অসংপাত ॥। , জাম, নেবু, জৰাজামীৰ থাৰ { । অগুৰু জুৰী বেল নাৰিকল তাল । তাম্বুল পাকডি চন্দন পদ্ম সৰল সোণাৰু প্ৰানো যত ত সব যেন কল্পতৰু ৷ ছয় ঋতু এক স্থানে বসন্ত উচ্চ। অমৰে গুঞ্জৰে কুলি পঞ্চম পূৰয় । বহয় লয় বা আমোদিত মন । নৃত্য গীত কৰে তৈত আপেসৰ।।