সমললৈ যাওক

ভটিমা

ৱিকিউৎসৰ পৰা
[  ]

ভটিমা


শ্ৰীকৃষ্ণায় নমঃ।


জয় গুরু শঙ্কৰ সৰ্ব্ব গুণাকৰ
 যাকেৰি নাহি উপাম।
তোহাৰি চৰণক ৰেণু শত কোটি
 বাৰেক কৰোহোঁ প্ৰণাম॥
দৰশিত সুন্দৰ গৌৰ কলেৱৰ
 যৈসন সুৰ পৰকাশ।
সকল সভাসদ ৰঞ্জন যাকেৰি
 দৰশনে পাপ বিনাশ॥
বিনে অঙ্গ ভূষণ পেখি সুশোভন
 গহন গম্ভীৰ ধীৰ মতি।
আয়ত কমল নয়ন বৰ সুন্দৰ
 ন চাঁদকহো জ্যোতি॥

[  ]
 

লীলা গজগতি  গমন বিলোকন
 বাণী মেঘ গম্ভীৰ।
পাষণ্ড মৰ্দন কলিকো কালে
 যাকো সম নাহি ধীৰ॥
যোহি নাৰায়ণ মায়া বিস্তাৰি
 কৰু ত্ৰিজগত নিৰমাণ।
সনক সনাতন গোগী যাকেৰি
 মহিমা কবহু নজান॥
সকল চৰাচৰ পালনকাৰী
 যো হৰি দেৱক দেৱা।
চতুৰবয়ন শিব সুৰপতি যাকেৰি
 কৰু নিত চৰণহি সেৱা।৷
চাৰি বেদ শিৰোমণি মাঝে
 যাকেৰি চৰণ বিকাশ।
সোহি দেৱক কয়লি কলিকো
 শঙ্কৰ দেৱ পৰকাশ।৷
ত্ৰিভুবন বন্দন দৈৱকী নন্দন
 যো হৰি মাৰল কংস।
জগজন তাৰণ দেৱ নাৰায়ন
 শঙ্কৰ তাকেৰি অংশ।৷

[  ]

মায়া নৰ-তনু ধৰি হৰি ভকতি
 কয়লি বহু পৰচাৰ।
সব নৰ পাপ পয়োধি মজ্জল
 তাহে কয়লি উদ্ধাৰ॥
অব দিশি চাৰি বেদ বিচাৰি
 বেকত কৰু হৰিনাম।
যাকেৰি বয়নে মিলাই গাই
 পাই মানোৰথ কাম।
পণ্ডিত মানী বেদ বখানি
 গৰব কয়লি সব চূৰ।
গীত কবিত্ব গুণ শঙ্কৰ দেৱৰ
 কীৰিতি গয়ো বহুদূৰ॥
শ্ৰী যশ দান মান ভূত দায়
 সবগুণ সম্পন্ন ঠিক।
ভকতক ভকতি দানে কৰু গুৰু
 দায়া তনয় অধিক |
হৰিক মুকতি সুরূতি মন মগন
 মজ্জন আনন্দ সিন্ধু।
ঐসন নিৰমল হৃদয়ে বিকাশিত
 ভকত-কুমুদ;কূলই-॥

[  ]

নিজ কুল তাৰি ভকতি বিস্তাৰি
 বান্ধল হৰিগুণ সেতু।
কলিযুগে পাপ পয়োধিক সব নৰ
 তাৰণ কাৰণ হেতু॥
ভকতি ভণ্ডাৰ দ্বাৰ সব ছোৰি
 মুকুতি কয়লি উদাস।
এক শৰণ হৰি নাম ধৰম কহো
 ৰাজা কৰু পৰকাশ।
কি ৰুহব শঙ্কৰ দেৱৰ মহিমা
 জানি অন্ত নপাই।
যাকেৰি চৰণক ৰেণু শিৰে পৰশি
 মুকুতি সুখ সুখে পাই।৷
মাধৱ দীন মূৰুখমতি কহয়
 বাণী শুন সব লোই।
বিনে গুরু-চৰণ ভকতি ৰকতি
 মুকুতি কবহু ন হোই॥
ওহি পৰম তত্ত্ব বেদকো বাণী
 জানি নৰ নকৰ বিৰাম।
ধৰমক কৰমক গৰবক ছোৰি
 ডাকি বোলহু ৰাম ৰাম॥ ১॥

[  ]

জয় জয় যদুকুল কমল প্ৰকাশক
 নাশক কংসক প্ৰাণ।
জয় জয় জগতক ভকতক ভীতি
 নীতি কৰ নিৰযাণ॥
জয় জগ নায়ক  মুকুতি দায়ক
 সায়ক সাৰঙ্গধাৰী।
দুষ্ট অৰিষ্টক মুষ্টিক মোড়ল
 ছোৰল বন্ধ মুৰাৰি॥
ধৰু গোবৰ্দ্ধন বাৰণ বৰিষণ
 ভোল ইন্দ্ৰ-মদ দূৰ।
ত্ৰিভুন কম্পক কালী সৰ্পক
 কৰ্পক কয়লি চুৰ॥
নন্দ-নন্দন বন্দন দেৱক
 সেৱক যাকেৰি সৰ্ব্ব।
গোপ মুখে অন্ন মাগক ভাঙ্গল
 দ্বিজ নিজ কৰ্ম্মক গৰ্ব্ব ৷৷
গোকুল-জন যত তাৰক মাৰক
 কুবলয় ধেক নাশী।
পূতনী কাতন শোষণ মোষণ
 পাতাষণ মন ব্ৰজ-বাসী ॥

[  ]

এ দুখ দাৱক পাৱক ভাবক
 পূৰল পুনু মনকাম।
জগজন জাতক পাতক ঘাতক
 যাকেৰি এ গুণ নাম॥
যাহে ভকতি ৰকতি শকতি
 তাৰক ওহি সংসাৰ।
কীট পতঙ্গযম জঙ্গম-সঙ্গম
 ভকতক পাই নিস্তাৰ॥
যোহি কৃষ্ণক ওহি নাটক
 উতপাটক দুখমূল।
কলি-মল অনল জানল মানল
 নাহি নাহি ওহি তুল॥
শুন সব লোই হোই নোই
 দেখহু বচন বিচাৰি।
ইহ সংসাৰে সাৰ আৰ নাহি
 চিন্তহু চৰণ মুৰাৰি॥
ব্ৰহ্মা মঙ্গেশ্বৰ যাকৰ চাকৰ
 তাকৰ গুণ মুহে লেহু।
মাধৱ বান্ধৰ সাধব মুৰাৰি
 তাহে চৰণ চিত্ত দেহু।৷

[  ]

ওহি ঈশ্বৰ তাৰক মাৰক
 কাৰক সব সংসাৰ।
তাহে কৰু সেৱ  দেৱ কেৱ নাহি
 নাহি নাহি হৰি বিনে আৰ।৷
যতয়ে পৰমা ধৰমা কৰমা
 সবকহু ৰাজা নাম।
কৃষ্ণক কিঙ্কৰ কিঙ্কৰ শঙ্কৰ
 কহে সব বোল ৰাম ৰাম॥

জয় জয় জগত-মহেশ্বৰ।
ব্ৰহ্মা শঙ্কৰ যাহে কিঙ্কৰ॥
জয় ভকত-ভয়হাৰী।
নমো হৰিচৰণ তোহাৰি॥
তুৱ৷ পাৱে অভয়ে সাধি।
মই পাপী অপৰাধী॥
দংশল দেৱ নজানি।
মৰষ দোষ পদ্ম-পাণি॥
ক্ৰুৰ সৰ্প অহঙ্কাৰী।
সৃজনা তোহাৰি।৷

[  ]

মুৰাৰি মোহল তুৱা মূল মায়া।
আজু কয়লি দেৱ দায়া॥
গৰৰ গুচাৱলি মোৰ।
বিষয় আপদ ঘোৰ॥
দূৰ কৰব অব মোই।
চিন্তোঁ চৰণক তোই॥
দেহু হৰি মোহি ওহি শিক্ষা।
মাগিয়ে ভুঞ্জব ভিক্ষা॥
ভৰমো তুৱা গুণ গাই।
কহহু অভয় করুণা গোসাঞী॥৩॥

দৈৱকী উদৰে উদয় যোহি দেৱা
 কয়লি ভকতক ত্ৰাণ।
অঘ বক ধেনুক কেশী সবংশক
 কংসক ধ্বংসল প্ৰাণ॥
বিৰিন্দা বিপীন বিহাৰ বিশাৰদ
 শাৰদ চন্দ্ৰ সমান।
সোহি জগতগুরু  তেৰি সততে কৰু
 মঙ্গল মুকুতি বিধান॥

[  ]

যোহি গোপবধু বিবিধ বিধঞ্চন
 পৰিৰম্ভল ভুজ মেলি।
যোহি যমুনা-জলে যামিনী কামিনী
 মিলি কৰয় ৰঙ্গ কেলি॥
দুষ্ট অৰিষ্টক মুষ্টিক মোড়ল
 শঙ্খচূড় লেলহু প্ৰাণ।
সোহি জগতগুরু  তেৰি সততে কৰু
 মঙ্গল মুকুতি বিধান॥
যোহি ভূমিক ভাৰ উতাৰল
 নিজ জন পূৰয়ে কাম।
পাপী পাপক মূল উপাড়ে
 উচ্চাৰি যাকেৰি নাম।৷
যাহে নাম শুনি নীচ শ্বপচ মুনি
 দোহোঁ হয় এক সমান।
সোহি জগতগুৰু তেৰি সততে করু
 মঙ্গল মুকুতি বিধান॥
সোহি বৈকুণ্ঠক কৃষ্ণক নাটক
 উতপাটক দুখমুল।
পুণ্যক সঞ্চল কলি-মল ধ্বংসন
 নাহি নাহি ওহি তুল॥

[ ১০ ]

শুনহ সভাসদ দেখ বিচাৰি
 ভেলহ সব একাকাৰ।
ধৰমক কৰমক আশা দূৰ কৰ
 হৰি বিনে গতি নাহি আৰ॥
যাহে চৰণৰেণু ব্ৰহ্মা শঙ্কৰ
 হৃদয়ে কৰয় ধিয়ান।
যাহেৰি ভকতি কয়লি পুনু মিলে
 পৰম ঈশ্বৰ গিয়ান॥
পাষণ্ড দণ্ডন মণ্ডন ভকতক
 হৰিৰস সব লোই জান।
কালী দমন ওহি বৰ নাটক
 শঙ্কৰ হৰিগুণ গান॥
শুন সব লোই বচনক মোই
 সব তেজি ভজ হৰিপাৱ।
ইহ সংসাৰ সাগৰ তৰণে
 কৃষ্ণ-পদ-পল্লৱ নাৱ॥
দেৱক উপৰি ৰাজা মাধৱ
 ধৰমক উপৰি নাম।
কোটি কলপক পাতক নাশক
 ডাকি বোলহু ৰাম ৰাম॥ ৪॥

[ ১১ ]

পৰম পূরুষ পুৰাতন পাপী
 পাৱন ঈশ্বৰ দেৱ।
ব্ৰহ্মা ৰুদ্ৰ আদি দিকপাল
 যাসু কৰত নিত সেৱ।৷
যক্ষ ৰক্ষ  বিপক্ষ লক্ষ
 লক্ষ ক্ষয়ঙ্কাৰী।
দুষ্ট দৈত্য  দানৱ দলন
 দীন-দাৰিদ্ৰ্য-দুঃখ-ভয়হাৰী॥
অঘ বক কুবলয় ধেনুক কেশী
 কংস-নাশী বনমালী।
গোপী পীন পয়োধৰ ঘৰিষণ
 চঞ্চল কৰযুগশালী॥
আনন্দ সিন্ধু সাধুজন বন্ধু
 মধুৰ মূৰতি মুৰ-নাশী।
বিৰিন্দা বিপীন বিহাৰ বিশাৰদ
 শাৰদ ইন্দু পৰকাশী॥
কোটি মদন মন মোহন ৰূপী
 পৰশন পৰমানন্দ।
সিদ্ধ মুনিবৃন্দ শাৰদ বন্দিত
 জাকৰ এ পদ ছন্দ॥

[ ১২ ]

পালণ প্ৰলয় সৃজনা জগতক
 যাহেৰি পৰম বিহাৰ।
যাসু নাম ধৰি অধমা পাপী
 পাৱত ভৱনদী পাৰ॥
সোহি গোপালক কেলি নাটক
 ওহি মুকুতি নিদান।
ভো ভো সভাসদ সাধু জন সব
 শুন মন কয় সাৱধান॥
কলিকো পাপ হৰ নাহি অতস্পৰ
 জানি তেজহু আন কাম।
কহে কৃষ্ণ-কিঙ্কৰ আপূণ উদ্ধৰ
 ডাকি বোলহু ৰাম ৰাম॥৫॥
মীন ৰূপে  প্ৰলয় পয়সি
  সত্যব্ৰত যো তাৰিলে।
কূৰুম ৰূপে  ক্ষীৰ সাগৰ
 মথন মন্দৰ ধাৰিলে।
শূকৰ ৰূপে  হিৰণ্য দাৰি
 দেৱ ভয় কৰ ত্ৰাণ।
সোহি হৰি তেৰি কৰত নিত
 মুকুতি মঙ্গল বিধান॥

[ ১৩ ]

নৰসিংহ ৰূপ প্ৰকটি আটোপে
 হিৰণ্যকশিপু দাৰিলে।
বামন মূৰুতি বলিক ছলি
 কহুঁ ইন্দ্ৰ যোহি তাৰিলে॥
পৰশুৰাম নামে অৱতৰি
 ক্ষত্ৰিয় কয় নিৰযাণ।
সোহি হৰি তেৰি কৰত নিত
 মুকুতি মঙ্গল বিধান॥
দাশৰথি ৰাম ৰূপ ধৰিকহুঁ
 জলধি বান্ধল সেতু।
সীতা উদ্ধাৰল বধল বৈৰী
 এ দশস্কন্ধ ধূমকেতু॥
ৰাম হলধৰ  রূপে ধেনুক
 দ্বিবিদ লেলহ প্ৰাণ।
সোহি হৰি তেৰি কৰত নিত
 মুকুতি মঙ্গল বিধান।৷
বৌধ মূৰুতি জগত মোহিয়ে
 কয়ল পাষণ্ড ৰীত।
ধৰম দূৰ গেল ভেল মলমতি
 লোক সকল কলিত॥

[ ১৪ ]

কলকি ৰূপে ভকত তাৰি
 কৰবি ম্লেচ্ছ উচ্ছান।
সোহি হৰি তেৰি কৰত নিত
 মুকুতি মঙ্গল বিধান।৷
কৃষ্ণৰূপে পৰম ঈশ্বৰ
 ভেলি লীলা অৱতাৰ।
যাকো নাম গুণ শ্ৰবণ কীৰ্ত্তন
 কৰত জগত উদ্ধাৰ॥
যোহি অঘ বক কংস কুবলয়
 কয়ল মাৰি নিৰযাণ।
সোহি হৰি তেৰি কৰত নিত
 মঙ্গল মুকুতি বিধান॥
যাহে মহিমা ব্ৰহ্মা শঙ্কৰ
 কহতু অন্ত ন পাই।
যাকো নাম ধৰি মুনিবৰ পামৰ
 দোহোঁ এক গতি পাই।৷
যাহে ভকতি শকতি ঐসন
 নিগম সব পৰমাণ।
সোহি হৰি তেৰি কৰত নিত
 মঙ্গল মুকুতি বিধান॥

[ ১৫ ]

শ্ৰীৰাম ৰায় হৰিক পৰম
 ভকতি ৰসিক সুজান।
কেলি গোপালক কৰাৱত নাটক
 কৃষ্ণ কিঙ্কৰ ওহি ভান॥
শুনহ বুধ জন নাহি নিন্দব
 মোহি নাহি দোষ বখান।
যোহি সোহি বাণী হৰি গুণ মিশ্ৰিত
 মুকুতি মিলাৱত জান॥
দেৱক দুৰ্ল্লভ ভাৰতে নৰ-তনু
 হৰি বিনে বিফলহি যাই।
ওহি জনম চিন্তামণি কৈসে
 বেচহু কাচক লাই॥
ওহি সংসাৰ সাৰ নাহি হেৰব
 হৰিক বিনে গুণ নাম।
নিস্তৰ নিস্তৰ লোক নিৰন্তৰ
 ডাকি বোলহু ৰাম ৰাম॥৬॥

[ ১৮ ]

 জয় জয় যাদৱ দেৱ
 আদি অন্ত ন পাৰত কেৱ।
 যাহেৰি চৰণ সৰোরুহ
 ব্ৰহ্মা শঙ্কৰ করু নিত সেৱ॥
 যোহি ভয়ো অৱতাৰ
 হৰলি ভূমিকো ভাৰ।
কয়লি নৰসিংহ মুরুতি দারুণ
 হিৰণ্যাক্ষ হৃদয় বিদাৰ॥
 নিৰমিয়ে সকল সংসাৰ
 কৰত বিবিধ বিহাৰ।
 যো ব্ৰহ্মাণ্ড ভাণ্ড ভেদল
 পদনখ পৰশ প্ৰহাৰ॥
 কলি-মল-মোচন চিত্ৰ
 যাহেৰি পৰম চৰিত্ৰ।
পদ-পঙ্কজ-ৰজ পৰশনি গঙ্গা
 সুৰ নৰ কৰয় পৰিত্ৰ॥
 অঘ বক ধেনুক মাৰি
 কংস কেশী অন্তকাৰী।
 মধু মুৰ নৰক নিবাৰণ
 বাৰণ কুবলয় জীবন হাৰী॥

[ ১৯ ]

 ইন্দ্ৰ-দৰপ করু চূৰ
 ব্ৰজজন ভয় ভেলি দূৰ।
ৰাস বিলাস হাস পৰিৰম্ভল
 গোপী মনোৰথ পূৰ॥
 মৰ্দ্দিয়ে বিষধৰ কালী
 যমুনা হ্ৰদৰ নিকালি।
কুবুজা কাম মনোৰথ বৰিষ‍ণ
 বৰদ বৰদ বনমালী॥
 যাকেৰি এ গুণ নাম
 জগজন পূৰল কাম।
পাপী পাপ পৰাভব তিজৈ
 যো মুহে লেহু অবিৰাম॥
 সোহি কৃষ্ণক নাটক
 পাপমূল উতপাটক।
শুন সাধু জন যাকেৰি ইচ্ছা
 যাইতে বৈকুণ্ঠ বাটক॥
 কৃষ্ণচৰিত্ৰ আতি সাৰ
 রুকমিণী হৰণ বিহাৰ।
তাহে শুনিতে ভণিতে পাৱত
 পাপ পয়োনিধি পাৰ॥ 

[ ২০ ]

 ভো ভো সাধু সভাসদ
 এবে মৰণ মহা আপদ।
জানহু কৃষ্ণ-চৰিত্ৰ মৃত্যু তাৰক
 কাৰক মুকুতি সম্পদ॥

 ধৰমক ৰাজা নাম
 জানি নকৰ বিৰাম।
 কৃষ্ণ-কিঙ্কৰ শঙ্কৰ কহৰি
 ডাকি বোলহু ৰাম ৰাম॥৭॥

পড়ি পুনু ভাট চপয় কহে বাণী।
কৃষ্ণ আগে গুণ রূপ বখানি॥
জয় যদুনন্দন দেৱক দেৱা।
তোহাৰি চৰণে কৰহোঁ বহু সেৱা॥

তোহি মহিমা কহুতু নাহি অন্ত।
পূৰল পৰমা কীৰিতি দিগন্ত॥
তুহোঁ সম পুৰুষ কতিহু নাহি পাই।
শুন অব বচনক বোলহোঁ গোসাঞী॥

[ ২১ ]

হামাকু কুণ্ডিন নগৰী অনুপাম।
আছে কন্যা এক ৰুকমিণী নাম॥
ভীষ্মক-ৰাজ-নন্দিনী বৰবালা।
বাঢ়য় নব জিনি চান্দক কলা॥
কি কহব ৰমণীক ৰূপ প্ৰচুৰ।
বদনক হেৰি চান্দ ভেল দূৰ॥
নয়নক পেখি পাই বড়ি লাজ।
কৰল ঝম্প কমল জল মাঝ॥
বন্ধুলি অধিক অধৰ করু কান্তি।
ওতিম মোতিম দশনক পান্তি।৷
সুবলিত ভুজ যুগ ৰতন মোলান।
উৰু কৰিকৰ কাটি ডমৰুক ঠান॥
নৱ পল্লৱ রুচি পদযুগ শোহে।
পেখিয়ে সুৰনৰ মুনি-মন মোহে॥
বাণী অমিয়া ৰস গুণে নহে হীন।
ৰাজ-কুমাৰীকো বয়স নবীন॥
কতলু যতনে বিধি কয় নিৰমাণ।
সো কন্যা হয় তোহাৰি সমান॥
কহলোঁ স্বৰূপ অব বচন বিচাৰি।
হেলৱয় গৃহিণী যদি রুকমিণী নাৰী॥

[ ২২ ]

তব গৃহ-বাস সফল হয় নাথ।
কহল ভাট উপৰ তুলি হাত॥
কৃষ্ণ-কিঙ্কৰ ওহি শঙ্কৰ বোল।
কৰ নৰ সব অব হৰি হৰি ৰোল॥৮॥


শুন শুন রুকমিণী মাই।
কৃষ্ণ গুণ কহন নযাই॥
মুখ ইন্দু কোটি পৰকাশ।
দশন মোতিম মন্দ হাস॥
নয়ন পঙ্কজ নব পাতা।
কৰতল উতপল ৰাতা॥
মদনক ধনু ভ্ৰূব ভঙ্গ।
ভুজযুগ বলিত ভুবঙ্গ॥
বহুল বক্ষ সিংহ বন্ধ।
ত্ৰিবলী বলিত কটি কন্ধ॥
ঊৰু কৰিকৰ অব ভাস।
মৃদু পদ পঙ্কজ বিকাশ॥

[ ২৩ ]

নখচয় চান্দ পান্তি।
পদতল আৰু কত ভ্ৰান্তি॥
ধ্বজ যব পঙ্কজ শোহে।
পেখিয়ে ত্ৰিভুবন মোহে॥
অভিনব তৰুণ মুকতি।
কি কহব রূপক বিভূতি॥
গতি-গম্ভীৰ মৃগৰাগ।
কটি মদনক হেৰি লাজ॥
তুহোঁ নব তৰুণী প্ৰধান।
সো হৰি নবীন যুৱান॥
দুহোঁ এক বয়স সমান।
কয়লি বিধি নিৰমাণ॥
ভূবন নিরুপম ৰূপ।
শুন ধনী বচন স্বরূপ॥
ৰব তব পতি সোহি হোই।
সফল জনম তব তোই॥
কহল ভিক্ষুক সব জানি।
কৃষ্ণ কিঙ্কৰ বোল বাণী॥
ত্যজ সামাজিক কাম।
ডাকি বোলহু ৰাম ৰাম॥৯॥

[ ২৪ ]

জয় জয় জগত-জনক যদু দেৱ।
পদ পঙ্কজ ৰজ অজ করু সেৱ॥
যোহি হৰল ৰুক্মিণীক কৰু মান।
সোহি কৰতু নিত মুকুতি বিধান॥
হৰষে নাচত হৰ যাহেৰি আগ।
গরুড়ক পেখি পলাৱত নাগ॥
খসল বাঘাম্বৰ বৃষহ উঝাৰ।
সোহি কৰত নিত মুকুতি তোহাৰ॥
যোহি জলধি মহ বান্ধল সেতু।
ৰাক্ষস ৰাবণ মাৰণ হেতু॥
ভীতা ভকতা সীতা কৰু ত্ৰাণ।
সোহি কৰতু নিত মুকুতি বিধান॥
অঘ বক কেণী কংস যিতো আড়।
দুষ্ট অৰিষ্টক মোৰল ঘাড়॥
পূতনা চেতনা শোষল প্ৰাণ।
সোহি কৰতু নিত মুকুতি বিধান॥
ঋজু কুবুজা যো কয়লি একান্ত।
কুবলয় ভিড়ি উপাড়ল দন্ত॥
কয় ৰঙ্গশালে মাল নিৰযাণ।
সোহি কৰতু নিত মুকুতি বিধান॥

[ ২৫ ]

যোহি বিষ-হ্ৰদে বাহু আস্ফালি।
কৰু কৌতুক নৃত্য কালী নিকালি॥
গোকুল ৰাখি বহ্নি করু পান।
সোহি কৰতু নিত মুকুতি বিধান॥
শ্ৰীৰাম ৰায় ভকতি সুজান।
কৰাৱত কৃষ্ণ বাট নিৰমান॥
ৰুক্মিণী হৰণ নাম পৰধান৷
কৃষ্ণ কিঙ্কৰ ওহি শঙ্কৰ ভাণ॥
শুন শুন সাধু সভাসদ লোই।
মুরুখক দোষ ধৰবি নাহি কোই॥
হৃদি মাধৱ মতি যোহি মোহি দিলা।
সোহি অনুৰূপ কৰল হৰি-লীলা॥
যাহে যাইতে ইচ্ছা কৈকুণ্ঠক বাট।
শুন সাৱধান কৰিয়ে কৃষ্ণ নাট॥
প্ৰথম বন্ধু হৰি-চৰিত বিনাই।
নাই নাই গতি কলিত লোকাই॥
অবহু নজান শাস্ত্ৰক মৰ্ম্ম।
নামত শৰণ লেলহু সব ধৰ্ম্ম॥
কলি-মন-মথন পৰম হৰিনাম।
জানি হি নৰ বোল ৰাম ৰাম॥ ১০॥

[ ২৬ ]

জয় জয় কৃষ্ণ দেৱ নিজ অংশ।
লীলা নাশিত কংস সবংস॥
ষাকেৰি চৰিত্ৰ ভকত অবতংস।
কমলা কেলি কমল কলহংস॥
তনু ইন্দীবৰ শ্যামল ছোড়ি।
তথি পৰকাশিত পীত পছোৰি॥
তড়িত জড়িত যৈচে নব ঘন খণ্ড।
মকৰ কুণ্ডল মণ্ডিত গণ্ড॥
কনক কিৰাটি ৰতন অব ভাস।
কুঞ্চিত চারু চিকুৰ পৰকাশ॥
ৰুচিকৰ কৰ্ণ ভূবন মন তুল।
নাসা নীল ৰতন তিল ফুল॥
নয়ন কমল মুখ পঙ্কজ যোড়।
এক মিলল যচ চান্দ চকোৰ॥
মাণিক দশন হাস তথি থোৰ।
আৰকত অধৰ বন্ধুলি রুচি ছোড়॥
ৰুচিৰ চিবুক পেখি হৰু তাপ।
ভ্ৰূব যুগ গঞ্জি মদন কেৰি চাপ॥
কুটিল অলক কুল তিলক কপোল।
হৃদয় হেমক হাৰ অমোল॥

[ ২৭ ]

ওতিম মোতিম মালা লুলে।
কৌস্তুভ কম্বু কণ্ঠ মহ ডুলে॥
চারু উদৰ দৰ হৃদয় বিশাল।
লম্বিত পঞ্চ বৰণ বন-মাল॥
সঞ্চাৰ চঞ্চুৰ মধুকৰ লোহে।
শ্ৰীশ্ৰীবৎস উৰস্থল শোহে॥
চাৰু চতুৰ ভুজ অঙ্গ ভুবঙ্গ।
ৰতন কেয়ুৰ উজৰ তচু সঙ্গ॥
কঙ্কণ কনক ঝনক কৰ মূল।
কৰতল ৰাতুল উতপল তুল॥
অঙ্গুলি চাৰু হীৰ হেম মহ মোতি।
নখ মণি নিন্দিত চান্দক জ্যোতি॥
অৰি অৰবিন্দ কৌমদি কম্বু পাণি।
কোকিল কণ্ঠে অমিয়া ঝুৰে বাণী॥
নাভি কঞ্জ ৰঞ্জ অনুপাম।
বিহিকো জনম ভেলি যোহি ঠাম॥
কটি তট কনক কাঞ্চি পৰিৰম্ভ।
উৰ কৰিকৰ বড় মৰকত স্তম্ভ॥
লম্বি নিতম্ব পীত ৰুচি চিৰ।
পদ পঙ্কজ ঝুৰে ৰতন মঞ্জীৰ॥

[ ২৮ ]

নীল অঙ্গুলি যস চম্পক কোড়।
নখচয় চাৰু চান্দ উজোৰ॥
কোমল পদতল অলকত ভান্তি।
ধ্বজ পঙ্কজ যব অঙ্কুশ কান্তি॥
পাশ লাস শ্বেত চামড় ডোলে।
সঞ্জৰ ৰাজ হংস দুহোঁ কোলে॥
মাথে ছত্ৰ চারু শশীকান্ত।
বৰিষে নীকৰ অমিয়া নিতান্ত॥
মধুৰি মূরুতি ভকত মন পূৰ।
মনমথ কোটি যাহে নাহি তুৰ॥
হোয়ি যব নীল নব ঘন খণ্ড।
উপৰে ৰহ ৰবি কৰ পৰচণ্ড॥
পূৰ্ণিমাক চাঁদ দুহোঁ দুহোঁ পাশ।
তথি করু ইন্দ্ৰ চাপ পৰকাশ॥
বহে দুহোঁ ধাৰ সুৰেশ্বৰী নীৰ।
উজুরী বিজুৰী ৰহতু তথি থিৰ॥
অভিনব সুৰ উগত তচু মাজে।
তাহে লম্বিবক পকতি বিৰাজে॥
তাৰ ঝিক মিক করু বহু ঠাম।
তব হোয়ি সোই মূরুতি উপাম॥

[ ২৯ ]

ৰহু হৃদি পঙ্কজ সোহি মুৰাৰি।
অব সব লোই দেখু বিচাৰি॥
কোটি কল্পতৰু পূৰণ কাম।
ঐসন ঈশ্বৰ হে নিজ ঠাম॥
তাহে চরণ চিন্ত চিত লাই।
তনু চিন্তামণি বিফলহি যাই॥
এবে নিকট নিত অন্তক গৰজি।
লেহু হৰি চৰণে শৰণ সব বৰজি॥
যো মুহে ৰাম মন্ত্ৰ নাহি সঙ্গে।
কলি যুগে কাল ভুজঙ্গমে দংশে॥
সোহি কৃষ্ণক নাট উপাম।
পাৰিজাত হৰণ আহে নাম॥
ভকতিক সাধি শুনহ সব লোই।
হৰি বিনে বান্ধৱ আন নাহি কোই॥
কৃষ্ণ-কিঙ্কৰ ওহি শঙ্কৰ বোল।
কৰ অব নৰ সব হৰি হৰি ৰোল॥১১॥

[ ৩০ ]

জয় জয় যাদৱ দেৱ।
জয় জয় ধাতা কৃত সেৱ॥
জয় জয় ভকত-ভয়-হাৰী।
জয় জয় ঈশ্বৰ মুৰাৰি॥
যাকেৰি নাম উচ্চাৰি।
পাই পদাৰথ চাৰি॥
জীব নিয়ন্তা তুহোঁ অজ।
বন্দোঁ তুৱা পদ পঙ্কজ॥
অঘ বক ধেনুক কংস।
মাৰল অসুৰ সবংশ॥
হৰলি ভূমিকেৰি ভাৰ।
ভকত হেতু অৱতাৰ॥
সাম্প্ৰত গোচৰ হামাৰি।
বান্ধৱ শুনহ মুৰাৰি॥
অব নৰকাসুৰ পাপ।
কৰয়ি বড় উপতাপ॥
আনল স্বৰ্গক মাৰি।
দেৱক যতয়ে কুমাৰী॥
সৰ্ব্বস নৰহে হামাৰি।
তুৱা পাৱে কৰলোঁ গোহাৰি॥১২॥

[ ৩১ ]

জয় জয় জগত- নিবাস।
জয় জয় অসুৰ বিনাশ॥
জয় ছেদক ভব পাশ।
জয় তাৰক নিজ দাস॥
জয় জয় ঈশ্বৰ মুৰাৰি।
জয় জয় অসুৰ-সংহাৰী॥
জয় জয় সাৰঙ্গ-ধাৰী।
জয় জয় ব্ৰহ্ম অধিকাৰী॥
জয় জয় জগতক ধাতা।
জয় জয় পাতক ঘাতা॥
জয় জয় ভৃত্যক ত্ৰাতা।
জয় জয় মুকুতি দাতা॥
জয় জয় যাদৱ ৰাম।
জয় জলধৰ তনু শ্যাম॥
জয় পূৰণ মন কাম।
জয় ভৱ তাৰক নাম॥
কৰু করুণা যদু ৰাই।
লেলোঁ শৰণ তুৱা পাই॥
পৰম পুৰুষ করু ত্ৰাণ।
তুমি বিনে গতি নাহি আন॥

[ ৩২ ]

ভৱ-বন্ধ ছোড়হ মেৰি।
কৰোঁ তুহি স্তুতি কৰ যোড়ি॥
কয়লি পৰি পৰণাম।
সবহি বোলহু ৰাম ৰাম॥ ১৩॥

জয় জয় যাদৱ দেৱ মুৰাৰি।
জয় জয় কংস কেশী অন্তকাৰী॥
জয় জয় গিৰি গোবৰ্দ্ধন ধাৰী।
জয় জয় ভকত ভীতি ভয় পৰী॥
জয় জয় জগত জনক তুহোঁ মাতা।
জয় জয় জীবক বিবিধ বিধাতা॥
জয় জয় ঘোৰ নৰক তুহোঁ ত্ৰাতা।
জয় জয় ভকত অভয় বৰ দাতা॥
জয় জয় মৰ্দ্দিত বিষধৰ কালী।
জয় জয় বাষন বলিক নিকালি॥
জয় জয় নিৰ্যিত কপিবৰ বালী।
জয় জয় বাসুদেৱ বনমালী॥

[ ৩৩ ]

জয় জয় তুহুঁ ত্ৰিভুবন অনুপাম।
জয় জয় নিজ জন পূৰণ কাম॥
জয় জয় মুষ্টিক মোড়ণ ৰাম।
জয় জয় পাতক তাৰক নাম॥
তোহাৰি মায়া মোহিত অন্ধ।
কয়লোঁ যুদ্ধ দেৱ হামু মন্দ॥
সব অপৰাধ সহবি অব মোই।
চৰণে শৰণ লেলোঁ অব তোই॥
ওহি ইন্দ্ৰ পদ আপদ ঘোৰ।
দূৰ কৰহ হৰি কুমতি মোৰ॥
মাগব ভিক্ষা পৰিধান কন্থা।
ধৰবো তোহাৰি ভকতি পন্থা॥ ১৪॥

জয় জয় জগজন জীবন মুৰাৰি।
কংস কেশী বক অঘ অন্তকাৰী॥
সো ব্যাপক বিভু ব্ৰহ্ম অবিকাৰী।
ভুকুত্তি মুকুতি নিত কৰতু তোহাৰি॥

[ ৩৪ ]

জয় জয় যাদব দনুজ সংহাৰী।
দণ্ডিয়ে দুষ্টক ভকত নিস্তাৰী॥
সোহি জগত-গুৰু গোপিনী-পিয়াৰী।
ভুকুতি মুকুতি নিত কৰভু তোহাৰি॥
জয় জয় পৰম পুরুষ দেৱক দেৱা।
ব্ৰহ্মা হৰ কৰু যো পদ সেৱা॥
সোহি নাৰায়ণ ভূবন আধাৰি।
ভুকুতি মুকুতি নিত কৰতু তোহাৰি॥
জয় জয় মাধব ধেনুক মাৰি।
বিৰিন্দা বন মহ পৰম বিহাৰী॥
সোহি গোপাল গোবৰ্দ্ধন ধাৰী।
ভুকুতি মুকুতি নিত কৰতু তোহাৰি॥
জয় জয় পীতাম্বৰ বনমালী।
কালিন্দী-জলে যো মৰ্দ্দন কালী॥
সোহি গোবিন্দ ভকত-ভয়-হাৰী।
ভুকুতি মুকুতি নিত করতু তোহাৰি॥
জয় জয় দুষ্ট দৈত্য অন্তকাৰী।
কুবলয় মোড়ল দন্ত উপাড়ি॥
শৰত ৰমত যোহি গোপিনী নাৰী।
ভুকুতি মুকুতি নিত কৰতু তোহাৰি॥

[ ৩৫ ]

শ্ৰীজগতানন্দ দলপতি জান।
হৰিকো পদ-পঙ্কজ ভজ মান॥
কৰাৱত নাট ওহি বহু ছন্দে।
কৃষ্ণক ভকতি কৰিতে প্ৰবন্ধে॥
পৰিজাত-হৰণ আহে নাম।
শুন বুধজন মন কয় উপশাম॥
কলিযুগ মধ্যে ধৰম ওৰি সাৰ।
নাহি নাহি গতি জানব আৰ॥
কলি কলি দেখু একাকাৰ।
পাপ পুণ্য কিছু নাহি বিচাৰ॥
মলমতি লোক অবহুঁ নাহি জানি।
নাহি নাহি গতি বিনে সাৰঙ্গ পাণি॥
ভজ হৰি চৰণে ছোড় সব আশ।
হৰি নামে কৰু সুদৃঢ় বিশ্বাস॥
ধৰমক উপৰি ৰাজা নাম।
কৃষ্ণ-কিঙ্কৰে কহে বোল ৰাম ৰাম॥১৫॥

[ ৩৬ ]

জয় জয় ৰঘুকুল কমল প্ৰকাশক
 দাসক নাশক ভীতি।
জয় জয় নিজ জন জাতন ঘাতন
 পাতন পাতক ৰীতি॥
হৰক শৰাসন নাশন শাসন
 নৃপ সব বাণ সন্ধানে।
ছেদল ভেদল খেদল দাপে
 তাপে পলাৱত প্ৰাণে॥
ভৃগুবৰ ৰামক বামক কামক
 কৰলি দৰ্প উপান্ত।
ভব-ভয় ভঞ্জন ৰঞ্জন সজ্জন
 জীবন জানকী-কান্ত॥
যোহি বনমালী বালী ঘালী
 ৰাজা কৰু সুগ্ৰীৱ।
যাহেৰি কোপ কটাক্ষ নিৰক্ষি
 কম্পিত জলধিৱ জীব॥
সমৰক নাগৰ নাগৰ সাগৰ
 শিলা সেতু কয় বন্ধ।
ভকতা ভীতা সীতা নিতা
 যুদ্ধে বধিয়ে দশঙ্কস্ক॥

[ ৩৭ ]

সফলল বাণী জানি আনি
 থাপি বিভীষণ পাট।
যতয়া তঙ্কা লঙ্কা শঙ্কা
 কয়লি পুনু উতপাত॥
জগতক অন্তক অন্তক সন্তক
 পূৰণ পৰমা কাম।
ভূমিকো ভাৰ উতাৰল তাৰণ
 সুৰ নৰ ৰাজা ৰাম॥
ব্ৰহ্মা মহেশ্বৰ যাকৰ কিঙ্কৰ
 পড়ি পড়ি কৰত সেৱা।
ত্ৰিভুবন তাৰণ কাৰণ মাৰণ
 সোহি দেৱক দেৱা॥
সোহি মহেশ্বৰ ৰামক নাটক
 শুন সব কয় বিশ্বাস।
আহেৰ কথনে মথনে কৰয়
 কলিমল সকল বিনাশ॥
অসাৰত সাৰত কাৰত ভাৰত
 নৰতনু বিফলহি যাই।
পদ অৰবিন্দ উনিন্দ গোবিন্দ
 হৃদি পঙ্কজ ধরু ভাই॥

[ ৩৮ ]

ধন জন জীৱন যৈসন বিজুৰী
 উজুৰী দেখ নেদেখা।
জানব কেশৱ দেৱা সেৱা
 সোহি শিলাকেৰি ৰেখা॥
সব অপৰাধক বাধক সাধক
 সিদ্ধি ঋদ্ধি হৰিনাম।
কহে কৃষ্ণ-কিঙ্কৰ লোক নিৰন্তৰ
 ডাকি বোলহু ৰাম ৰাম॥১৬॥

কি কহব ৰূপ কুমাৰীক ৰাম।
কনক পুতলী তুল তনু অনুপাম॥
ৰতন তিলক লোল অলক কপোলে।
হেৰিয়ে ভ্ৰূভঙ্গ ত্ৰিভুবন ভুলে॥
দেখিয়ে বদন চান্দ ভেলি লাজ।
নয়ন নিৰক্ষি কমল জল মাঝ॥
হেৰিয়ে ভুজ যুগ মিলল উছঙ্গ।
ললিত মৃণাল মজল জল পঙ্ক॥

[ ৩৯ ]

আৰকত কৰতল মুনি-মন মোহা।
কনক শলকা অঙ্গুলি কৰু শোহা॥
বন্দুলি নিন্দি অধৰ কৰু কান্তি।
দাড়িম্ব নিবিড় বীজ দস্ত পান্তি॥
ঈষত হাস মদন মোহ যাই।
নাসা তিল ফুল কমলিনী মাই॥
নব যৌবন স্তন বদৰি প্ৰমাণ।
ঊৰু কৰি-কৰ কটি ডমৰুক ঠান॥
পদ পল্লৱ নব পঙ্কজ কান্তি।
চম্পক পাকৰি অঙ্গুলি কেৰি পান্তি॥
নখচয় চাৰু চান্দ পৰকাশ।
লহু লহু মত্ত গজ গমন বিলাস॥
কত লাবন্য বিধি নিৰমিল জানি।
কোকিল কণ্ঠে অমিয়া ঝুৰে বাণী॥
তুহোঁ সুকুমাৰ রুপ নোহে হীন।
ৰাজকুমাৰীক বয়স নবীন॥
সোহি বৰ ৰমণী ঘৰিণী যব হোই।
অব গৃহ-বাস সফল তব তোই।
কহলোঁ স্বৰূপ অব বচন শ্ৰীৰাম।
চল অবিলম্ব অব জনকক ঠাম॥

[ ৪০ ]

ভাঙ্গহ অজগব ধনুক লীলায়ে।
সীতা ভুলিয়ে ভজব তুৱা পাৰে॥
জানি হামু সত্য বাণী বোল।
ডাকি কৰহু নৰ হৰি হৰি ৰোল॥১৭॥

শুন সখি!বচন স্বৰূপ।
কি কহব ৰামক ৰূপ॥
শ্যাম মূরুতি পীতবাস।
ঘন যস বিজুৰী বিকাশ॥
মস্তক ছত্ৰক বেশ।
নীল আকুঞ্চিত কেশ॥
ৰুচিকৰ কৰ্ণ অতুল।
নাসা নীল তিল ফুল॥
বদন ইন্দু পৰকাশ।
অৰুণ অধৰ মন্দ হাস॥
ওতিম দশনক পান্তি।
মাণিক ঝিক মিক কান্তি॥

[ ৪১ ]

মদনক ধনু ভ্ৰূ ভঙ্গ।
ভুজ যুগ বলিত ভুজঙ্গ॥
নয়ন পঙ্কজ নব পাতা
কতল উতপল ৰাতা॥
অঙ্গুলি ললিত অমোল।
নখচয় চান্দক তুল॥
সুন্দৰ উদৰ কটি স্কন্ধ।
শোহে সিংহক বন্ধ॥
ঊৰু কৰি-কৰ নিৰমাণ।
চৰণ কমল-কোষ শ্যাম॥
পদতল ৰাতুল কান্তি।
ধ্বজ যব পঙ্কজ পান্তি।
মানুষ ঐসন ৰূপ।
নাহি মোহি কহলোঁ স্বৰূপ॥
নবীন বয়স সুকুমাৰ।
নাৰায়ণ অংশ অৱতাৰ॥
কিনো ভেলি ভাগ্য তোহাৰি।
ভুহোঁ নব তৰুণী কুমাৰী॥
বিধি মিলাৱত আনি।
তেৰি মনোৰথ জানি॥

[ ৪২ ]

অব সব পূৰব আশ।
বিৰহ দুখ গেল নাশ॥
পাৱব স্বামীক কোল।
কৰ নৰ হৰি হৰি ৰোল॥১৮৷৷


জয় জয় ঈশ্বৰ ৰাঘৱ ৰাম।
পূৰল যো জানকী মন কাম॥
জগজন জীৱন সোহি মুৰাৰি।
মুকুতি মঙ্গল কৰত তোহাৰি॥
যোহি পালি পিতাকেৰি আশ।
সীতা সহিতে খপল বন-বাস॥
সাধল জয় যো ৰাক্ষস মাৰি।
সোহি কৰত নিত মুকুতি তোহাৰি॥
বালী ঘালি সুগ্ৰীৱক পাট।
দেলহ যো লয়ে বানৰ ঠাট॥
বান্ধল সেতু পয়োধিক বাৰি।
সোহি কৰত নিত মুকুতি তোহাৰি॥

[ ৪৪ ]

অব সব পূৰব আশ।
বিৰহ দুখ গেল নাশ॥
পাৱব স্বামীক কোল।
কৰ নৰ হৰি হৰি ৰোল॥১৮॥

জয় জয় ঈশ্বৰ ৰাঘৱ ৰাম।
পূৰল যো জানকী মন কাম॥
জগজন জীৱন সোহি মুৰাৰি।
মুকুতি মঙ্গল কৰত তোহাৰি॥
যোহি পালি পিতাকেৰি আশ।
সীতা সহিতে খপল বন-বাস॥
সাধল জয় যো ৰাক্ষস মাৰি।
সোহি কৰত নিত মুকুতি তোহাৰি
বালী ঘালি সুগ্ৰীৱক পাট।
দেলহ যো লয়ে বানৰ ঠাট॥
বান্ধল সেতু পয়োধিক বাৰি।
সোহি কৰত নিত মুকুতি তোহাৰি।

[ ৪৫ ]

বানৰ চৌদিশে বেড়ল লঙ্কা।
ৰাক্ষস লোক মিলাৱলি শঙ্কা॥
ছেদল যো ৰাৱণকেৰি মাথ।
মুকুতি কৰত সোহি ৰঘুনাথ॥
আৱল সঙ্গে বানৰ ঠাট।
ৰাজা ভেলি অযোধ্যাক পাট॥
যো জানকী মন পূৰল মুৰাৰি।
মুকুতি মঙ্গল কৰত তোহাৰি॥
ৰামক চৰণ ভকতি ৰস জান॥
শ্ৰীশুক্লধ্বজ নৃপতি প্ৰধান॥
ৰামক বিজয় কৰাৱত নাট।
মিলহু তাহে বৈকুণ্ঠক বাট॥
ৰামক চৰণ শৰণ লেহু হামি।
সব অপৰাধ মৰষ তুহোঁ স্বামী॥
কৃষ্ণ-কিঙ্কৰ শঙ্কৰ বোল।
কৰ অব নৰ সব হৰি হৰি ৰোল॥১৯॥

[ ৪৬ ]

অশোক বন মহ ৰহল মুৰাৰি।
পেখল গৈয়া সব দ্বিজ-কুমাৰী॥
শ্যাম শৰীৰ বসন তথি পীত।
নব ঘন যৈসে চমকে জড়িত॥
নিন্দি ইন্দু কোটি বয়ন বিকাশ।
বন্ধুলি অধিক অধৰ পৰকাশ॥
নাসা উন্নত তিল ফুল ভান্তি।
ওতিম মোতিম দশনক পান্তি॥
অৰুণ নয়ন দোহোঁ পঙ্কজ পাতা।
রুচিকৰ কৰ দোহো উতপল ৰাতা॥
মাথে ময়ুৰ পুচ্ছ অলক কপোল।
কৰ্ণে নব দোহো উতপল ডোল॥
লম্বিত বাহু দোহোঁ ৰতন মোলান।
বহল হৃদয় গেরূ করু পৰিধান॥
কৰ কঙ্কণ কেয়ুৰ জাতিস্কাৰ।
গলে বনমালা ৰতনময় হাৰ॥
ৰতনক মেখলা শোহে কটিত।
মাটি লোটে পাট ভূনি পীত।
অৰুণ চৰণ দোহোঁ পঙ্কজ কোষ।
ৰতন মঞ্জীৰ কৰত তথি ঘোষ॥

[ ৪৭ ]

মাণিক উজণ্টি অঙ্গুলিক পান্তি।
নখচয় চান্দ কৰত তথি কান্তি॥
পদতল আৰকত পেসি মন মোহে।
ঘৰ পঙ্কজ ধ্বজ অঙ্কুশ শোহে॥
ত্ৰিভুবন মোহন নটবৰ বেশ।
চৌভিতি বেড়ি ৰহ গোপ নিশেষ॥
লীলা পদ্ম ফুৰাৱত হাতে।
পেখল দ্বিজ বধূ সবহি সাক্ষাতে।
কোটি মদন আগে নাহি থিৱ।
পেখি জুৰাৱল তনু মন জীৱ॥
অমৃত পানে যৈসে মিলল আহ্লাদ।
পাৱল দ্বিজ-বধু পৰম প্ৰসাদ॥
কয়লি আগে দণ্ড পৰণাম।
পূৰল সবহি আপন মন কাম॥
কৃষ্ণ-কিঙ্কৰ কহ ধৰম উপাম।
ডাকি সব সোই বোলহু ৰাম ৰাম॥২০॥

[ ৪৮ ]

 জয় জয় যাদৱ
 দৈত্য পৰাভব-
 কাৰী মাধৱ।
ভকত জনক যো মুকুতি সাধব॥
 জয় অজ হংস।
 যো নিজ অংশ
 হুয়া যদু বংশ
সংহক অঘ বক কেশী কংশ॥
 জগত নিধান।
 পূতনাক প্ৰাণ।
 কয় নিৰষাণ।
নিজ জন তাৰণ পুরুষ পুৰাণ॥
 জয় বনমালী।
 বিমৰ্দ্দয়ে কালী
 বহু বলশালী
খেদল হ্ৰদ মহ তাহে নিকালি॥
 হুয়া অৱতাৰ
 ভূমিকো ভাৰ
 সব সংহাৰ।
যো কৰু বিৰিন্দা বিপিন বিহাৰ॥

[ ৪৯ ]

 ধৰু গোবৰ্দ্ধন
 বাৰণ বৰিষণ
 তাৰল ব্ৰজ জন।
মদ ইন্দ্ৰক দূৰ কৰল নাৰায়ণ।
 গোপিনীক সঙ্গ
 বঢ়াৱত ঢঙ্গ
 হেৰি ভ্ৰূভঙ্গ
ৰমণী মনোৰথ পূৰল অনঙ্গ॥
 জয় গোপাল।
 ৰজক বিশাল
 তচুকয় কাল।
ঋজু কুবুজা যো কৰত কৃপাল
 জয় শ্ৰীৰাম।
 ভকত সুদাম।
 ওহি কৰ ঠাম।
গয় বৰ দানে পূৰল কাম॥
 পৰম প্ৰতাপ
 যো করু দাপ
 ভাঙ্গল চাপ:
শুনি কংসক মনে মিলল সন্তাপ॥

[ ৫০ ]

 প্ৰমত্ত মাতঙ্গ
 বৈসন পতঙ্গ
 নিপাতল অঙ্গ
দশন উপাড়ি প্ৰবেশল ৰঙ্গ॥
 পৰম দুন্দুৰ
 মল্ল চাণুৰ
 কয় মষি মুড়
নিজ জন ভকত ভীতি ভেল দূৰ॥
 যত মল্ল মন্দ
 নিপাতিয়ে কন্ধ
 মিলল আনন্দ
ছোড়ল পাছে পিতাকেৰি বন্ধ॥
 শুন সব লোই
 বচনক মোই
 হৰি বিনে কোই
ইহ সংসাৰে সুহৃদ নাহি হোই॥
 কৃষ্ণক নাট
 পাপ উতপাত
 কয় চিত্ত দাট
শুন ইচ্ছা যাইতে বৈকুণ্ঠক বাট॥

[ ৫১ ]

 হৰিক বিহাৰ
 জগত উদ্ধাৰ
 নিগমকো সাৰ
তাহে শুনিতে ভণিতে ভব পাৰ উতাৰ॥
 বিষয় বিলাস
 ওহি যম পাশ
 তেজ অভিলাষ
কৰু হৰি নামে সুদৃঢ় বিশ্বাস॥
 হৰি গুণ নাম
 আতি অনুপাম
 লেহু হৰি নাম
কহ শঙ্কৰ সব বোল ৰাম ৰাম॥২১॥


টোটয়।

মধু দানৱ দাৰণ দেৱ বৰং।
বৰ বাৰিজ লোচন চক্ৰধৰং॥
ধৰণীধৰ ধাৰণ ধ্যেয় পৰং।
পৰমাৰ্থ বিদ্যাশুভ নাশ কৰং॥

[ ৫২ ]

কৰ চূৰ্ণিত চেদিপ ভূবি ভগং।
ভগ ভূষণ কোৰ্চ্চিত পাদ যুগং॥
যুগ নায়ক নাগৰ বেশ রুচিং।
কচিৰাংশপিধান শৰীৰ শুচিং॥
শুচি চামৰ বায়ু নিসেব্য তনুং।
তনু মধ্যগ দেহ সুবেশ হনূং॥
হনূমন্ত হৰীশ সহায় ৰতং।
ৰতৰাঙ্গ পৰায়ণ শক্ৰ নতং॥
নত বৰ্ত্তুল স্থূল সুদীৰ্ঘ ভুজং।
ভুজগাধিপ তল্প শয়ানমজং।
অজৰামৰ বিগ্ৰহ বিশ্ব গুৰুং।
গুৰু গোধন কামদ কল্পতৰুং॥
তৰুণী-মন-মোহন সৰ্ব্ব শুভং।
শুভ মঙ্গল দায়ক নীল নিভং॥
ইভ কুস্তজ মৌক্তিক মাল্য বহং।
বহলোৰস মিষ্টজ সৰ্ব্বসহং॥
সহজায়তি পদ্ম দদাক্ষ চিদং।
চিদানন্দ বিনোদন বেদ বিদং॥
বিদুষামন মণ্ডন কম্বু গলং।
গল শোভিত কৌস্তুভ ভীম বলং॥

[ ৫৩ ]

বলভদ্ৰ সহোদৰ সত্য বপূং।
বপূ নিৰ্দ্দিত বিশ্ব সুৰাৰি ৰিপুং॥
ৰিপু যুথপ যুথপ দৰ্প হৰং।
হৰ মৌলি নিঘৃষ্ট পদাব্জ অৰং॥
পৰ লোক সহায় সহস্ৰ মুখং।
মুখবালি কুলাকুল মাল্য সুখং॥
সুখ মোক্ষদ দক্ষ ৰমা ৰমণং।
মনসোপৰিমেয় সহস্ৰ ফণং॥
ফনতোস্মি নতোস্মি নতোস্মি হৰিং।
হৰি বৈৰী হুতাশন ভোগ্য হৰিং॥
হৰি কিঙ্কৰ শঙ্কৰ ঈশ পদে।
পদ মিচ্ছন গায়তি চামৄত দে॥২২॥

 বন্দোঁ গোবিন্দা।
 গোপী জনমানন্দা।
ঞ্জু ভ্ৰূ যুগ সুস্মিত সুন্দৰ
 বদন বিনিন্দিত চান্দা॥

[ ৫৪ ]

পূতনী কাতন মনে ধৰি
 জীব বিযোজনকাৰী।
মায়া বল্লভ ভাল বিলাসিত
 নিৰ্জিত নিৰ্জৰ বৈৰী॥
তিনি ভুবন জন মৌলিক বিভুষণ
 মৰকত ৰত্ন সুবেশা।
চন্দ্ৰক নিশ্চয়ে বিচিত্ৰত কেকী
 পতত্ৰ সুবেশিত কেশা॥
যমলাৰ্জ্জুন ভঞ্জিয়ে শকট বিঘটিয়ে
 বালক কেলি কৰস্তা।
ধেনুক কেশীয়ে বকাসুৰ নাশিয়ে
 ধৰণী তাৰ হয়ন্তা॥
জয় গিৰি গোবৰ্দ্ধন গিৰি ধাৰন্তা
 গোগণ ৰক্ষণ শিলা।
দৰ্পিত সুৰ মুনি দম্ভৰি ভুঞ্জিয়ে
 দৰশিত নিজ ভুজ লীলা॥
কালিন্দী তীৰে কালী নাম
 ভূজঙ্গম ৰাজ নিবাসে।
তা বিষ লাগি জলচৰ খেচৰ
 তীৰ তরু লয় নাশে॥

[ ৫৫ ]

দুৰ্জ্জন সজ্জন লীলা অবতাৰ ধৰি
 নিজ পৰিজন ধৰি সঙ্গে।
লীলা নৃত্য কয় কৰিয়ে শিৰে চড়ি
 কালী নাশ কয় ৰঙ্গে॥
মল্ল নিযুদ্ধ বিলোকন কৈতৰ
 মথুৰা নৰপতি সঙ্গে।
ধিত নিবেধিত ৰাজ সমাজ
 সমাগত হলধৰ সঙ্গে॥
দ্বাৰে মত্ত মাতঙ্গ ঘাতিয়ে
 তাসু বিপাড়িয়ে দন্তা।
চাৰৰ্পে গজ ৰাজৰিমৰ্দ্দিয়ে
 যৈসে সিংহ চলন্তা॥
চাণুৰাদি মহা মহা মল্ল
 বিমোড়ন জনিত তৰাস।
বিক্ৰম দেখিয়ে ভোজৰাজ মন
 জীবন ভৈল নৈৰাশ॥
মঞ্চে সঞ্চাৰি কংস কেশে ধৰৰি
 ধবণী তলে বলশালী।
তাড়িয়ে বাহুবলে পুনু পাড়িয়ে
 জীব লয়ো বনমালী॥

[ ৫৮ ]

নৰপতি কংস বিধ্বংসল দেখিয়ে
 লাগল শঙ্কা সাজে।
সুৰ মূনি সিদ্ধ ঋষি গণ হৰষিত
 দিবি জয় দুন্দুভি বাজে॥
কেশব চৰণ সৰোরুহ কিঙ্কৰ
 শঙ্কৰ এহু বিৰচিতং।
বৈৰী বিমৰ্দ্দন দৈবকী নন্দন
 বিজয় বিৰাজিত গীতং॥২৩

জয় জয় জগ জীবন যাদব
 কৃষ্ণ দেৱক দেব।
কমল-সম্ভব কৰত যাকৰ
 চৰণ ৰজ নিত সেব॥
জননী সমতুল যোহি পূতনীক
 মোক্ষ পদ কৰু দান।
সোহি দয়াশীল দেব কৰু
 অমল ভকতি বিধান॥

[ ৫৯ ]

মঞ্চ বিঘটিয়ে চক্ৰ বাতক
 যোহি লেলহ প্ৰাণ।
ভঞ্জি তৰু বৰ যোহি অঘবক
 বৎস করু নিৰযাণ॥
কালী সৰ্প দৰ্প দূৰ কয়
 বহ্নি কয়লি পান।
সোহি দয়াশীল দেব করু
 অমল ভকতি বিধান॥
পতনী সবকহুঁ মানে বিপ্ৰক
 কৰম মদ কৰু দূৰ।
মখ ভঙ্গে দেব ৰাজক
 গৰবক কয়লি চূৰ॥
তুলি মন্দৰ বাৰি বৰিষণ
 বাত ভয় কৰু ত্ৰাণ।
সোহি দয়াশীল দেব কৰু
 অমল ভকতি বিধান॥
বিৰিন্দা বন মহ শৰদ শশিনী
 ৰজনী গোপিনী সঙ্গ।
বিবিধ ৰতি ৰস দৰশিয়ে কহুঁ
 মদন মান করু ভঙ্গ॥

[ ৬০ ]

মাৰি যক্ষক যোহি দেব হৰি
 কয়লি গোপিনীক ত্ৰাণ।
সোহি দয়াশীল দেব কৰু
 অমল ভকতি বিধান॥
কেশী কুবলয় মল্ল মুষ্টিক
 কংস কূট চাণুৰ।
সল্ল তোসল্ল ঘাতি ক্ষিতি কহুঁ
 ভৰ কয়লি দূৰ॥
মাতু পিতুক বন্ধ ছোড়ি
 দুঃখ কৰু নিৰযাণ।
সোহি দয়াশীল দেব করু
 অমল ভকতি বিধান॥
যোহি যাদব দেব নিৰমিল
 নগৰ সাগৰ মাজ।
তাৰি সন্তক দৈত্য দাৰণ
 সাধি দেবক কাজ॥
বীৰ শম্বৰ নৰক মতি মন্দ
 শূৰ কৰু নিৰযাণ।
সোহি দয়াশীল দেব কয়
 অমল ভকতি বিধান॥

[ ৬১ ]

সাল্ল পৌণ্ডৰ্ক দ্বিবিদ জৰাসুত
 বাণ বিদুৰথ ঘালিয়ে।
মাৰি শিশুপাল কৌরব নাশি
 পাণ্ডব পালিয়ে॥
আপন গুণ যশ ধৰম শিৰোমণি
 থাপি গয়ো নিজ থান।
সোহি দয়াশীল দেব কৰু
 অমল ভকতি বিধান॥
অহে সামাজিক বুদ্ধ জন
 বাণী কৰু সাবধান।
ওহি কলিকো কালে নাহি নাহি
 ধৰম নাম সমান॥
কালে মলমতি কয়লি সবাকো
 নাহি ধৰমক চিত।
পতনী ধন জন লোভে মল মতি
 ভেলি পাষণ্ড ৰীত॥
ওহি বাণী হোই নোই
 থিৰ মন কয় দেখ।
বিজুৰী সঞ্চাৰ জীবন যৌবন
 সবহুঁ নীৰত ৰেখ॥

[ ৬৪ ]

জানি হৰি পদ হৃদয়ে ধৰি কহুঁ
 জপহুঁ ৰামক নাম।
মূরুখ মাধব দীন কহয়ী
 ডাকি বোলহু ৰাম ৰাম॥২৪॥


জয় জয় জীব সনাতন শীব।
সুৰাসু দেব কৰু সব সেব॥
 তুহোঁ বিনে কেৱ
 নাহি আন দেৱ॥
 দীন কহুঁ নাথ।
 যোড়ি যোড় হাত॥
 কিছু পৰণাম।
 তুৱা গুণ নাম॥
 আতি অনুপাম।
 নাহিকে উপাম॥
 সোহি মুহে নাম॥
 ৰহু অবিৰাম॥

[ ৬৫ ]

 গোসাঞী গোপাল।
কৰু মেৰি ঐসন দয়াল কৃপাল॥
 দয়াল সয়ল।
 ভুবন বিনোদ॥
 বিলাস বিহাৰ।
 যাহেৰ উদাৰ॥
 চৰিত্ৰ পৰিত্ৰ।
 পতিত পবিত্ৰ॥
 শ্ৰবণ বয়ন মিলাই।
পাৱত চাৰি পদাৰথ লোই॥
অব সোহি দেবক দেহ মুৰাৰি।
 ভক্ত ভয়হাৰী॥
 ভয়ো অবতাৰ।
 ক্ষিতি কহুঁ ভাৰ॥
 সয়ল উতাৰ।
কয়লি গোবিন্দ যশোমতী লাল॥
 নয়ন বিশাল।
 ভ্ৰূব যুগ গঞ্জি মদনকু চাপ॥
 সুৰঙ্গ বয়ন সুচান্দ সুহাস।
শোভে দন্ত মৌক্তি পীতাম্বৰ জ্যোতি॥

[ ৬৮ ]

সুশ্যাম শৰীৰ সুমঙ্গলধাম।
 উপাম বিহীন॥
 ৰতন বিভূষণ।
 অঙ্গ শুহাৱত হাৰ॥
 কিৰীটি কেয়ুৰ উজোৰ।
 কঙ্কন বিজোৰ॥
 কনক ঝনক ৰতন মঞ্জীৰ।
 ঝুৰাৱত উৰে হেম হাৰ॥
 হীৰা গজ মতি।
উন্নত ৰূপ পেখাই ভূলত চিত॥
 অনঙ্গক দেব বিমল।
 কমল চৰণ যুগল॥
 সুৰাসুৰ নাগ নিসেবিত।
 লক্ষ্মী লালিত॥
 শোক বিশেষণ দেব।
 ভকত ভয় ভঞ্জন॥
 ৰঞ্জন ভাৰক।
 চিত্ত বিনোদন॥
 মোক্ষ নিদান।
 জগ জন জীবন॥

[ ৬৯ ]

 নাথ তোহাৰ।
 চৰণ কমল॥
 সুধাৰস আশ।
 কৰু মেৰি চিত্ত॥
সাৰঙ্গ নিবাস তুহোঁ জগ বাস।
 নকৰ নৈৰাশ॥৷
হামু তেৰি দাসকো দাস।
 তোহাৰি গোসাঞী॥
জনমে জনমে ওহি মন কাম।
কহ দীন মাধব দাস তোহাৰি।
 সেবক পাল দয়াল॥২৫॥


জয় জয় কৃষ্ণ কৰহুঁ বহু সেব।
জয় জয় দৈবকী নন্দন দেব |
জয় জয় যোহৰি সত্য স্বৰূপ।
জয় জয় নিৰ্গুণ আতমা ৰূপ॥

[ ৭০ ]

জয় জয় গুণ তিনি মায়া বিতাৰি।
জয় জয় সৃষ্টি স্থিতি লয় কাৰী॥
জয় জয় নিৰ্গুণ মুৰুৰি মুৰাৰি।
জয় জয় বিৰিন্দা বিপিন বিহাৰী॥
জয় জয় লীলা পঙ্কজ ধাৰী।
জয় জগ তাপ ত্ৰয় অপহাৰী॥
জয় জয় কালিন্দী কুলচাৰী।
জয় জয় ৰঞ্জন গোপ কুমাৰী॥
জয় জয় গিৰি মন্দৰ ধাৰী।
জয় জয় গোকুল জন উপকাৰী॥
জয় জয় কৃষ্ণ মুৰুতি অবতাৰী।
জয় জয় কুবলয় জীবনহাৰী॥
জয় জয় মধু মূৰ নৰক বিদাৰী।
জয় জয় ক্ষিতি তল ভাৰ উতাৰি॥
জয় জয় শঙ্খ চকৰ গদা পাণি।
জয় জয় পীত বসন পৰিধানী॥
জয় জয় সকল নিগম নিৰমাণী।
জয় জয় নিজ জন মুকুতি নিদানি॥
জয় জয় জগত জনক নিজ ধাম।
জয় জয় জগ জন পূৰণ কাম॥

[ ৭১ ]

জয় জয় যোহি ৰহুত নিজ ঠাম।
জয় জয় যাকেৰি গুণ অনুপাম॥
জয় জয় ভকত ৰেচন ৰাম।
জয় জয় ভকত পূৰণ কাম॥
জয় জয় যাকেৰি চৰিত উদাম।
জয় জয় তাৰক যাহেৰি নাম॥
জয় জয় নীল ইন্দিবৰ শ্যাম।
জয় জয় সঙ্গহি গোপ সুদাম॥
জয় জয় গৰুড়াসন বনমালী।
জয় জয় মৰ্দ্দন বিষধৰ কালী॥
জয় জয় দনুজ দলন বলশালী।
জয় জয় বৎস বকাসুৰ ঘালী॥
জয় জয় দুৰ্জ্জন দুষ্ট নিকালী।
জয় জয় সজ্জন জন প্ৰতিপালী॥
জয় জয় ভকতক মুকুতি নিদানি।
জয় জয় বৰদ বৰদ বৰ দানী॥
জয় জয় নন্দ তনয় বৰ বেশী।
জয় জয় মৰ্দ্দন দানব কেশী॥
জয় জয় নাশন বীৰ বৰ কংস।
জয় জয় পালন যদু বৰ বংশ॥

[ ৭২ ]

জয় জয় ৰিপু মৃগ দাৰণ সিংহ।
জয় জয় কক্মিণী পঙ্কজ ভৃঙ্গ॥
জয় জয় ভকত কুমুদ কূল ইন্দু।
জয় জয় জগজন জীবন বন্ধু॥
জয় জয় ত্ৰিজগত জন উপকাৰী।
জয় জয় দুৰ্গম দুস্তৰ তাৰী॥
জয় জয় সুৰ ৰিপু যূপথ নাশী॥
জয় জয় ৰঞ্জন গোকুল বাসী॥
জয় জয় ভব ভয় ভঞ্জন হেতু।
জয় ভব সাগৰ তাৰণ সেতু॥
জয় জয় নিজ গুণ লুবুধ গোপাল।
জয় জয় পঙ্কজ নয়ন বিশাল॥
জয় জয় যাকেবি বহু অবতাৰ।
জয় জয় যাকেৰি পৰম বিহাৰ॥
জয় জয় যাকেৰি চৰিত্ৰ উদাৰ।
জয় জয় যো হৰি জগত আধাৰ।
জয় জয় যোহি জগত আদি মূল।
জয় জয় যাহেৰি নাহি সমতুল॥
জয় জয় জীবেক চৈতন্য দাতা।
জয় জয় যো হৰি জগত বিধাতা॥

[ ৭৩ ]

জয় জয় যোহৰি জগত বিয়াপী।
জয় জয় যোহৰি পাবন পাপী॥
জয় জয় যোহৰি নিজ অবতাৰী।
জয় জয় কেশব শৰণ তোহাৰি॥
কহয় মুৰুখ মতি মাধব দীন।
ভকতি মিনতি মতি সকল বিহীন॥
মাগো ভকতি ৰতি নাহি আন কাম।
ঘনে ঘনে বয়নে বোলহুঁ ৰাম নাম॥২৫॥

জয় জয় জগত জনক যদু নন্দন বন্দন
 শিব সুৰ ধাতা।
জয় জয় জগ জন জীবন যাদব
 ভকত মুকুতি পদ দাতা॥
জয় জয় কমলাকান্ত কমল দল
 কোমল পদ পৰকাশী।
জয় জয় সজ্জন ৰঞ্জন গঞ্জন
 দানব দৈত্য বিনাশী॥

[ ৭৪ ]

জয় জয় পাপী পতিত জন পাবন
 ভাবন ওহি সংসাৰ।
জয় জয় ভব ভয় ভঞ্জন ৰঞ্জন
 তাৰক চৰিত্ৰ উদ্ধাৰ॥
জয় জয় মধু মূৰ নৰক নিবাৰণ
 কুবলয় ধেনুক নাশী।
জয় জয় গিৰি বৰ ধাৰণ কাৰণ
 তাৰণ গোকুল ৰাসী॥
জয় জয় কংস কেশীব বক অন্তক
 শন্তক তাৰণ হেতু।
জয় জয় পীতাম্বৰ ধৰ সুন্দৰ
 অভয় চৰণ ভব সেতু॥
জয় জয় পূতনী কান পাতন
 ঘাতন কালী নিকালী।
জয় জয় নন্দ নন্দন বিৰিন্দাবন চাৰী
 বহু বল শালী॥
জয় জয় ৰাম ৰমন সীতা পতি
 বালী বানৰ ঘালী।
জয় জয় ৰাবণ ৰাক্ষস দাৰণ
 শন্ত বিভীষণ পালী॥

[ ৭৫ ]

জয় জয় সৃষ্টি কৰতা হৰতা
 পাতা দেবক দেবা।
জয় জয় নখ মণি মণ্ডন কান্তি
 ভ্ৰান্তি খণ্ডক সেবা॥
জয় জয় কৰুণা সিন্ধু বন্ধু
 সেবক পালন কাৰী।
জয় জয় শঙ্খ চকৰ কৌমুদী
 লীলা পঙ্কজ ধাৰী।
জয় জয় মধুৰি মূৰতি মাধব
 মায়া ধমন অনাদি।
জয় জয় দামোদৰ বৰ দায়ক
 নায়ক বেদক বাদী॥
জয় জয় মল্ল বিমোড়ন কাৰী
 হাৰী পাতক ৰাশি।
জয় জয় ভকত বৎসল মন পূৰণ
 কুবজী কংসক দাসী॥
শুন সাধু জন ওহি নাৰায়ণ
 ৰহু হৃদি পঙ্কজ ঠাম।
কলি মল মোষণ ৰামক বাণী
 জানি নকৰ বিৰাম॥

[ ৮০ ]

ভাৰত বৰিয়ে জন্ম চিন্তামণি
 নৰতনূ বিফলেহি যাই।
বয়নে হৰিকো নাম মিলাই
 চাৰি পদাৰথ পাই॥
মাধব দীন হীন মতি কহুই
 ছোৰহু য়ব সব কাম।
হৃদয়ে হৰিকো চৰণ মিলাই
 ডাকি বোলহু ৰাম ৰাম॥

জয় জয় জগত জীবন
 জয় যাদব দেব।
তোহাৰি চৰণক ৰেণু শত কোটি
 বাৰ পৰি কৰোঁ সেব॥
জগত আদি বেদ বাদী
 শিব পুৰুষ পুৰাণ।
সুৰ শঙ্কৰ চৰণ কিঙ্কৰ
 মহিমা তবহোঁ নজান॥

[ ৮১ ]

ভ্ৰূব ভঙ্গে চলিত মায়া
 অখণ্ড করু নিৰমাণ।
ৰোম কুপে কৰত আয়া যাত
 ৰেণু পৰমাণ॥
চাৰি বেদক ৰতন চূড়ামণি
 চৰণ বিকাশ।
জয় জয় জগত জীবন
 জয় জগত নিবাস॥
ভকত বৎসল জগত মঙ্গল
 রূপ যাকেৰি নাম।
দুঃখ মোচন কৰত পূৰণ
 ভকত জন মন কাম॥
দনুজ দাৰণ ভকত জনকো
 বন্ধু মুকুতি নিদান।
তোহাৰি চৰণে মাগোঁ হৰি কৰ
 প্ৰেম ভকতি বিধান॥
জগত নায়ক মুকুতি দায়ক
 জয় জগত আধাৰ।
শ্ৰবণ কীৰ্ত্তন ভক্তি যাকেৰি
 চাৰি বেদকো সাৰ॥

[ ৮২ ]

হামু পাপী তেঁহো হৰি পুনু
 পতিত পাবন নাম।
ছোড়ি মায়া কৰূ দায়া
 নাহি মোহি আন কাম॥
গুণেৰ নাগৰ কৰুণা সাগৰ
 কৰহোঁ কাতৰ তোই।
পাৱে পড়ি তেৰি ভকতি মাগোঁ
 কৰহু কৰুণা মোই॥
অন্ত্য জাতি তৰত আতি
 স্মৰণে যাকেৰি নাম।
জয় জয় হৰি তোহাৰি চৰণে
 কৰহোঁ বহু পৰণাম॥
এ ভব ভঞ্জন ভকত ৰঞ্জন
 অৰুণ পদ পৰকাশ।
অভয় চৰণে শৰণ মাগোঁ
 কৰহু দাসকো দাস॥
বিষয় বিষধৰ দংশিত তনু মেৰি
 নাহি চেতন গিয়ান।
কাকু কৰি তেৰি চৰণে মাগোঁ
 ভকতি অমিয়া দান॥

[ ৮৩ ]

দীন দয়াশীল কেশব সোহি
 মোহ করূ দূৰ।
ভকভ সঙ্গতি ভকতি দানে
 মোহি মন কৰূ পূৰ॥
দীন মাধব দাস কহয়
 ছোড়ি সব অব কাম।
আছে সমাজিক লোক সব
 ডাকি বোলহু ৰাম ৰাম॥২৮॥

জয় জগ জীব সনাতন দেব।
ব্ৰহ্মা শিব চৰণে কৰূ সেব॥
পাতক ঘাতক যাকেৰি নাম।
তোহাৰি চৰণে কৰহ প্ৰণাম॥
নীল শৰীৰ জলদ করূ ভাস।
পীত পটাম্বৰ ক'ৰূ পৰকাশ॥
অবিন্দ নিন্দি চৰণ কৰূ কান্তি।
পদ পঙ্কজ তল অলকত ভ্ৰান্তি॥

[ ৮৪ ]

ধ্বজ যব পঙ্কজ অঙ্কুশ ভাসে।
পেখিতে বজ্ৰ ভকত ভয় নাশে॥
ইন্দু নিন্দি নখ চান্দ পৰকাশ।
ভকতক হৃদয় তাপ কৰূ নাশ॥
ৰতন উজা ণ্ট অঙ্গুলি দশ মাজে।
পদ পঙ্কজ মহ মঞ্জাৰ বাজে॥
উৰু কৰি কৰ দুহোঁ বলিত সমান।
বহুল নিতম্ব কটি ডমরুক ঠাম॥
কিঙ্কিণী কনক লম্বি চিৰ পীত।
ৰুচিৰ কাঞ্চী কটি ৰতন জৰিত॥
মনো নাভি সৰোৰুহ গঞ্জে।
উদৰে ললিত ৰেখা তিনি ৰঞ্জে॥
সিংহ বন্ধ কন্ধ বহুল বক্ষ মাজে।
কমল শ্ৰীবৎস পান্তি বিৰাজে॥
পদ নখ পৰশি বনহু মালা শোহে।
ভ্ৰমৰা কেলি কৰত মধু লোহে॥
গজ মতি হাৰ পেচন্দাৰ লোলে।
পেখিতে ৰূপ ভুবন মন ভুলে॥
জগতক জীব সবহু একু ঠাম।
কণ্ঠে কৌস্তুভ মণি অনুশাম॥

[ ৮৫ ]

চতুৰ উজৰ কৰ বৰ ভূজ দণ্ড ৷
যৈসে নীল মৃণাল খণ্ড॥
বলয়া কঙ্কণ কেয়ুৰ হাতে।
শঙ্খ চক্ৰ গদা পঙ্কজ হাতে॥
কিশলয় কৰ চারু অঙ্গুলি পান্তি।
ৰতন অঙ্গুলি নখ চান্দ কৰু কান্তি।৷
নিন্দি ইন্দু কোটি বয়ন বিকাশ।
মোতিম দশন মন্দ করু হাস ৷৷
আয়ত নেত্ৰ কমল দল পাসি।
মদনক ধেনু সম ভ্ৰুৰ প্ৰকাশী॥
নাসা তিল কুসুম সম শোহে।
চাৰু চিবুক মন আলোভ লোহে॥
মকৰ কুণ্ডল দুহোঁ লম্বিত কৰ্ণ।
তাসু ৰশমি গণ্ড পাণ্ডুৰ বৰ্ণ ৷৷
অলকা কুটিল তিলক করু কান্তি।
পেখিতে ভকতৰ তাপ উপশান্তি॥
ৰতন চূড়ামণি কিৰীটি উজ্জ্বল।
তাসু বিকশিত বদন কমল ৷৷
শিৰ ছত্ৰাকৃত কুঞ্চিত কেশ।
কোটি মদন মন মোহন বেশ ৷৷

[ ৮৮ ]

মাধব কহু তুৱা দাসকো দাস।
ঐসন ৰূপ হৃদয়ে কৰু বাস॥
কাকু কৰিয়ে তুৱা চৰণাহি লাগোঁ।
মূরুতি সুকতি ভকতি এক মাগোঁ॥
ভকত বৎসল কৰু ঐসন দায়া।
চৰণে শৰণ লেহোঁ ছোড়হ মায়া॥
ভকত সঙ্গে ৰহু মূহভৰি নাম।
ভো সামাজিক বোল ৰাম ৰাম॥২৯॥

জয় জয় কৃষ্ণ দেব আদি মূল।
নাহি নাহি দেব যোহি সমতুল॥
যোহি ৰত হৃদি পঙ্কজ ঠাম।
সোহৰি চৰণে কৰছোঁ পৰণাম॥
জগত জনক শিব পুরুষ পুৰাণ।
সায়া গুণ তিনি কয় নিৰমাণ॥
সৃষ্টি স্থিতি লয় লীলা কাৰী।
কৰত মুকুতি নিত্য সোহি মুৰাৰি॥

[ ৮৯ ]

মৎস্য কূৰ্ম্ম আদি যাকেৰি অংশ।
যোহি জনম ভেলি যদু বৰ বংশ॥
দৈবকী জঠৰে যোহি কৰতু বাস।
সোহি কৰত মুকুতি পৰকাশ।
চতুৰ বয়ন সুৰ শঙ্কৰ দেব।
যাকেৰি চৰণে কৰত নিত্য সেব॥
দৈত্য দনুজ কুল নাশন কাৰী।
কৰত মুকুতি নিত্য সোহি মুৰাৰি॥
যাকেৰি তনু নীল জলদক ভাস।
তথি কৰূ পীত বসন পৰকাশ।
শঙ্খ চক্ৰ গদা পঙ্কজ ধাৰী।
কৰত মুকুতি নিত্য সোহি মুৰাৰি
সত্য সনাতন যাকেৰি কায়া।
যোহি অধীন কৰত নিত্য মায়া॥
সনক সনাতন যাকরূ সেবা।
মুকুতি বিধান কৰত সোহি দেবা।
ব্ৰজ কুল কুমুদ ইন্দু বনমালী।
যোহি পয়ো ভৰে মৰ্দ্দন কালী॥
পূতনি কাতন শোষণ কাৰী!
কৰত মুকুতি নিত্য সোহি মুৰাৰি॥

[ ৯০ ]

ধেনুক অঘ বক কেশী বিনাশি।
ৰাখল অনুদিনে গোকুল বাসী॥
যোহি শকট বিঘটন কাৰী।
কৰত মুকুতি নিত্য সোহি মুৰাৰি॥
গো পদ ৰেণু বিভূষিত অঙ্গ।
কয়লি যোহি ইন্দ্ৰ মখ ভঙ্গ॥
বাম হাতে গিৰি মন্দৰ ধাৰী।
কৰত মুকুতি নিত্য সোহি মুৰাৰি।
কুবলয় কংস বেশী মল্ল মোড়।
মাতু পিতু যোহি বন্ধন ছোড়॥
যোহি যদুকুল পালন কাৰী।
কৰত মুকুতি নিত্য সোহি মুৰাৰি॥
সোহি শূৰ মুৰ নৰক নিবাৰি।
কৰূ লীলা ক্ষিতি ভাৰ উতাৰি॥
ৰিপু যুথপ যোহি কৰূ নিৰযাণ।
সোহি কৰত নিত্য মুকুতি বিধান।
ৰুক্মিণী ৰমণ প্ৰিয়দ বলৰাম।
গোপ ৰমণী জন পূৰণ কাম॥
যাকেৰি নাম পাপ করূ নাশ।
সো হৰি কৰত মুকুতি পৰকাশ॥

[ ৯১ ]

শাল্ব শিশুপাল যো কৰূ শাতি।
সুদক্ষিণ বাণ জৰাসন্ধ ঘাতি॥
ক্ষিতিকো ভাৰ কয় নিৰযাণ।
সোহি কৰত নিত্য মুকুতি বিধান॥
নৰহৰি মৎস্য কূৰূম হলীৰাম।
সীতাপতি বৌদ্ধ বৰাহক নাম॥
কলকী বামন ভৃগুপতি অৱতাৰ।
সো হৰি কৰত মুকুতি পৰচাৰ॥
ভো ভো সাধু সভাসদ লোই।
কৰূ সাবধান বচন একু মোই॥
হৰি বিনে দেব নাহি নাহি আন।
শাস্ত্ৰ বিচাৰি দেখু পৰমাণ॥
ভাৰত বৰিষে জনম নৰ কায়ী।
যাকেৰি বিহি বড় বাঞ্ছিত পাই॥
বিফল জীবন জনম গবাঁই।
বিষয় কাঁচক মোলে মাণিক বিকাই॥
কলি কল্মষ ঘোৰ পয়োধি উতাৰ।
ভয়ো হৰি ভকতি ধৰম পৰচাৰ॥
সকল ধৰম কহু ৰাজা জানি।
সব কাম ছোড়ি জপহু ৰাম বাণী॥

[ ৯২ ]

হৰি গুণ নাম ধৰম অনুপাম।
যাকেৰি থিৰ মন মুকুতিক কাম॥
কয় মন থিৰ জপহু ৰাম ৰাম।
মাধব কহু ডাকি বোলহুঁ ৰাম॥

প্ৰাতু সময়ে যশোৱা জননী
 মুখ চুম্বিত শ্যাম জগাৱনকো॥
উঠ মেৰে লাল  মদন গোপাল
 আবে তেৰে গোৱাল বলাৱনকো॥
অব রুটীয়া লেহু মাখন চঞ্চ পূৰি
 মুৰৰী লেহু শ্যাম বজাৱনকো।
বৃন্দাবনে যাহি  আনন্দ কৰূ
 যমুনা তটে ধেনু চৰাৱণকো॥
ছোড়ি ভুবন  চলহু নন্দ নন্দন
 গোধন চৰণ কাৰণ ৰে।
দাম সুদাম  সখা সব মিলত
 আনন্দে গোবিন্দ খেৰি খেলাৱত ৰে॥

[ ৯৩ ]

শত শত বৎস বিমল
 নবীন চবীন লাৱত ৰে।
শিঙ্গা উপাঙ্গ বেণু মুহ বাজত
 হেৰি গোৱাল ভূলাৱত ৰে॥
গিৰিপতি ধ্যান তেজি অবধান
 মুৰৰীক সান বিমোহিত ৰে।
ভূহুঁ জগন্নাথকি দাসকি মাধব
 মুহ ভৰি ৰাম কহাৱত ৰে॥৩১॥

জয় জয় মল্ল নৃপতি ৰস বান।
যাকেৰি গুণ গণ সম নাহি আন॥
নিজ কুল কুমুদ প্ৰকাশিত ইন্দু।
গহীন গম্ভীৰ ধীৰ পেখিতে সিন্ধু॥
সভা এক পাত্ৰ আপন মহাৰাজ।
দেবক মধ্যে যৈসে সুৰৰাজ॥

আপন ভুজ বলে দণ্ডিয়ে ৰাজকুল
 পাৱত সকলহি কায।
জয় জয় ঈশ্বৰ পাদ প্ৰসাদ
 মল্লদেব করূ ৰাজ॥

[ ৯৪ ]

নটক-ভাটক পশ্চিম দেশক
 যত যত পণ্ডিত আৱে।
ঘোটক কম্বল বহুত ৰজত
 আপনহি মনপূৰি পাৱে॥
অস্ত্ৰত শস্ত্ৰত শাস্ত্ৰত পাৰ্গত
 বিপক্ষক আপন জান।
দেব ব্ৰাহ্মণক পিতৃক অৰ্চ্চনে
 যাকেৰি নাহি সমান॥
আপন নৃপ বড় ধৰ্ম্ম যুধিষ্ঠিৰ
 বিচাৰত আপন সুজান।
কাব্য কবিত্ব শশধৰ পণ্ডিত
 ধনুৰ্দ্ধৰ অৰ্জ্জুন সমান॥
মানে দুৰ্যোধন আপন পুণ্যজন
 দানে কৰ্ণ সমান।
মল্লত যুদ্ধত আপন দৃষ্টিত
 তুহু বিনে নাহি আন॥
আপন গুণ যশে ব্যাপিয়ে ধৰণা
 নৃপতি মধ্যত পেখি।
নীল উৎপল পেখিতে শৰীৰক
 মৃণাল সদৃশ ভুজ দেখি॥

[ ৯৫ ]

বাহু বক্ষঃস্থল  কটি মধ্য দেথিয়ে
 কামিনী হোৱে বড়ি লাজ।
যৈসে ৰাজ  হংসীক গমনী
 গহীন গম্ভীৰ মৃগৰাজ॥
কহলোঁ তযু গুণ  হামু শিশু মতি
 মৰষ সকল মহ দোষ।
কহয়ে শঙ্কৰ  নজানো সভাসদ
 পাত্ৰ মধ্যে ই কথা পোছ॥৩২॥


হাঁসি সভাষিত কৰোঁ বহু থিৰ।
মল্ল নৃপতি সম নাহি কয় বীৰ॥
কাশি বাৰানসী গৌড় পৰ্য্যন্তে।
মল্ল নৃপতিক সব মহিমা কহন্তে॥
পায়া ঘোটক দেশ অশেষ।
ভাট সকলে গুণ গাৱে নিশেষ॥
আপন মন বাঞ্ছিত সকলহি পাই।
আনন্দে মল্ল বিলাস গাই॥

[ ৯৬ ]

ঐসন নৃপতি কবহোঁ নাহি পেখি।
উদয় গিৰিত যৈসে সূৰ্য্যক দেখি॥
সভা ৰঞ্জত যৈসে দেবতা সমাজ।
স্বৰ্গক মধ্যে যৈসে দেবৰাজ॥
এ সব গুণ কহে পশ্চিম মাঝে।
তাহেক শুনল পাৎশা সমাজে॥
উমৰা সবক অ নিয়ে বাত বোল।
এতি বেৰি গাড়াৰা ঘাট মাৰিয়ে তোল॥
পাঠান সকলে যদি বিলাসিত হোই।
ওৱা হোৱা পাৎশা পেথি নাহি কোই॥
যৈসে রাহু গৰাসিত সূৰ।
আৱত পাঠান তেজি নিজ পুৰ॥
পাঠান সকলে কহে গাডাৰা ঘাট মাৰি যাঞু
হাৰাম বাম হাতে ৰুটীয়া খাঞু॥
যুদ্ধ লগাবল আতি বড় টানে।
খেলে ছেদল পলাৱল প্ৰাণ॥
পুনৰপি ওমৰা সকল সব আবে।
গলায়ে পটুকা বান্ধি শৰণ সোমাৱে॥
মূরুখ শঙ্কৰ নজানে সকল।
জয় মল্ল নৃপতিক চৰণ যুগল॥৩৩॥

[ ৯৭ ]

জয় জগদীশ ঈশ ভৰ হাৰী।
লীলা কয়ে ভূমি ভাৰ উতাৰি॥
আপন ভকত সব তাৰ মুৰাৰী।
অনুদিনে সেবহুঁ চৰণ তোহাৰি॥
বাজত বাজন ৰঙ্গ নিশান।
চলে ৰঙ্গশালা ৰাম ভগবান॥
আৱে পেখিয়ে গজ কুবলাই।
কুচৰলি কহুঁ ৰোষ তোলাই॥
তাকু পেলল হা হাতি পেলুবানে।
তাৰলি কুম্ভ থোৰে ভগবানে॥
পাকড়িয়ে যো আগ ভয়ো খাড়া।
গজ চৱৰ তাড়ি কৃষ্ণ দোৱাৰা॥
মাৰিয়ে লাথ উপাড়িয়ে দন্তা।
মাহুত সাথেকি প্ৰাণকি অন্তা॥
কান্ধে ভিড়ি দত্ত ৰাম কাহ্লাই।
সাথে লিয়ে ব্ৰজবাল সো যাই॥
হৰষে চলত হৰি লোক ভুলাই।
দশ বিধ লোক দশহি ৰূপ চাই॥
পেখিয়ে চাণুৰ সভা মহ যাই।
শুনতো ৰাজআজ্ঞা বাম কাহ্লাই॥

[ ৯৮ ]

হামু সমে যুদ্ধ কৰত কুচি।
নৰপতি কংস হৱে তব খুশি॥
কত গোপাল তুমহি বড়িলাল।
পেখ লাড়িকা হামু গোপ ছাৱাল॥
সমান বয়সে যূদ্ধ কৰত যুলি।
শুনিয়ে চাণুৰ মাতে বাহু তুলি॥
তুমহি কিয়ে কুবলৱ অন্তা।
কুচ ছাৱাল বড়ছি বলীয়ন্তা॥
এহেন্তে ৰাগ বড়হি বলিয়াৰ।
মুষ্টিক সমে কৰূ মল্ল বিহাৰ॥
মল্ল শিৰোমণি রাম কাহ্লাই।
দ্বন্দ্ব যুদ্ধ মল্ল বিচে বনাই॥
না না বন্ধ ধৰলহি বহুমাল।
সব উতাৰিয়ে তাসু কিয়ে কাল॥
পেখিয়ে কুট আৱলি তাকু ধাই।
মাৰলি ৰাম বাম মুষ্টি উঠাই॥
সল্ল তোসল্ল দুহুঁ যোপে ধাই।
মাৰলি গোপালসে লাথ ভেজাই।
জয় জয় কৃষ্ণ ঘোষত সব লোক।
পাৱত ৰাজা বহুত ভয় শোক॥

[ ৯৯ ]

পিতৃ মাতৃ কহুঁ আৱৰি নন্দ।
পেখি হৰিক ছয় মিলত আনন্দ॥
ৰাজা কংসে ৰোষে বলে বাণী।
দূৰ কৰ মল্ল বাদ্য নিশানি॥
এহেসে বাহিৰ কৰ ৰাম কাহ্লাই।
মাৰলি ৰাল এহে দুহোঁ ভাই॥
নন্দ কহুঁ বাহু কাট বসুদেউ।
মাৰ উগ্ৰসেন ৰাখবি নাহি কেউ॥
নিশবদ বাণী শুনিয়ে নৰ নাৰী।
তাসু পেখি ভকত ভয় হাৰী॥
লাম্ফে মঞ্চে সঞ্চাৰিয়ে হৃষীকেশ।
পাৰলি কংস পাকড়িয়ে কেশ।
ষোহি উপৰে বহুঁ ৰোষ অপাৰা।
তাসু পৃষ্ঠে বৈঠে ত্ৰিজগত ভাৰা॥
মৰলহি কংস সমাজহি চুপ।
দেলহ যো আপনহি নিজরূপ॥
ৰোয উঠাৱল কংস কহি ভাই।
মাৰল বলে তাহে পৰিঘ উঠাই॥
ৰাজ মহিষী কান্দে মনহি সন্তাপে।
তাসু শান্ত কিয়ে ত্ৰিজগত বাপে॥

[ ১০০ ]

হামু সমে যুদ্ধ কৰত কুচি।
নৰপতি কংস হৱে তব খুশি॥
কহত গোপাল তুমহি বড়িলাল।
পেখ লাড়িকা হামু গোপ ছাৱাল॥
সমান বয়সে বৃদ্ধ কৰত যুলি।
শুনিয়ে চাণুৰ মাতে বাহু তুলি॥
তুমহি কিয়ে কুবলৱ অন্তা।
কুচ ছাৱাল বড়হি বলীয়ন্তা॥
এহেন্তে ৰাম বড়হি বলিয়াৰ।
মুষ্টিক সমে কৰ মল্ল বিহাৰ॥
মল্ল শিৰোমণি রাম কাহ্লাই।
দ্বন্দ্ব যুদ্ধ মল্ল বিচে বনাই॥
না না বন্ধ ধৰলহি বহুমাল।
সব উতাৰিয়ে তাসু কিয়ে কাল॥
পেখিয়ে কুট আৱলি তাকু ধাই।
মালি ৰাম বাম মুষ্টি উঠাই॥
সল্ল তোসল্ল দুহুঁ যোপে ধাই।
মাৰলি গোপালসে লাথ ভেজাই॥
জয় জয় কৃষ্ণ ঘোষত সব লোক।
পাৱত ৰাজা বহুত ভয় শোক॥

[ ১০১ ]

পিতৃ মাতৃ কহুঁ আৱৰি নন্দ।
পেখি হৰিক ছয় মিলত আনন্দ॥
ৰাজা কংসে ৰোষে বলে বাণী।
দূৰ কৰ মল্ল বাদ্য নিশানি॥
এহেসে বাহিৰ কৰ ৰাম কাহ্লাই।
মাৰলি মাল এহে দুহোঁ ভাই॥
নন্দ কহুঁ বাহু কাট বসুদেউ।
মাৰ উগ্ৰসেন ৰাখবি নাহি কেউ॥
নিশবদ বাণী শুনিয়ে নৰ নাৰী।
তাসু পেখি ভকত ভয় হাৰী॥
লাম্ফে মঞ্চে সঞ্চাৰিয়ে হৃষীকেশ।
পাৰলি কংস পাকড়িয়ে কেশ॥
ষোহি উপৰে বহুঁ ৰোষ অপাৰা।
তাসু পৃষ্ঠে বৈঠে ত্ৰিজগত ভাৰা॥
মৰলহি কংস সমাজহি চুপ।
দেলহ যো আপনহি নিজরূপ॥
ৰোয উঠাৱল কংস কহি ভাই।
মাৰল বলে তাহে পৰিঘ উঠাই॥
ৰাজ মহিষী কান্দে মনহি সন্তাপে।
তাসু শান্ত কিয়ে ত্ৰিজগত বাপে॥

[ ১০২ ]

মিলাৱত মুকুতি কংস কহি সুখী।
ভকতি মাগোঁ হামু বড়ি দুখী॥
কৰু দয়াল কৰুণা এক বাৰা।
তেৰে দাস কিয়ে নিয়ো নিস্তাৰা॥
মুখে জুনো ছাড়ে তুৱা গুণ নাম।
কহ শঙ্কৰ সব বোল ৰাম ৰাম॥৩৪॥

সম্পুৰ্ণ।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )