সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
ভটিমা।

জয় জয় ৰিপু মৃগ দাৰণ সিংহ।
জয় জয় কক্মিণী পঙ্কজ ভৃঙ্গ॥
জয় জয় ভকত কুমুদ কূল ইন্দু।
জয় জয় জগজন জীবন বন্ধু॥
জয় জয় ত্ৰিজগত জন উপকাৰী।
জয় জয় দুৰ্গম দুস্তৰ তাৰী॥
জয় জয় সুৰ ৰিপু যূপথ নাশী॥
জয় জয় ৰঞ্জন গোকুল বাসী॥
জয় জয় ভব ভয় ভঞ্জন হেতু।
জয় ভব সাগৰ তাৰণ সেতু॥
জয় জয় নিজ গুণ লুবুধ গোপাল।
জয় জয় পঙ্কজ নয়ন বিশাল॥
জয় জয় যাকেবি বহু অবতাৰ।
জয় জয় যাকেৰি পৰম বিহাৰ॥
জয় জয় যাকেৰি চৰিত্ৰ উদাৰ।
জয় জয় যো হৰি জগত আধাৰ।
জয় জয় যোহি জগত আদি মূল।
জয় জয় যাহেৰি নাহি সমতুল॥
জয় জয় জীবেক চৈতন্য দাতা।
জয় জয় যো হৰি জগত বিধাতা॥