সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভটিমা।

মায়া নৰ-তনু ধৰি হৰি ভকতি
 কয়লি বহু পৰচাৰ।
সব নৰ পাপ পয়োধি মজ্জল
 তাহে কয়লি উদ্ধাৰ॥
অব দিশি চাৰি বেদ বিচাৰি
 বেকত কৰু হৰিনাম।
যাকেৰি বয়নে মিলাই গাই
 পাই মানোৰথ কাম।
পণ্ডিত মানী বেদ বখানি
 গৰব কয়লি সব চূৰ।
গীত কবিত্ব গুণ শঙ্কৰ দেৱৰ
 কীৰিতি গয়ো বহুদূৰ॥
শ্ৰী যশ দান মান ভূত দায়
 সবগুণ সম্পন্ন ঠিক।
ভকতক ভকতি দানে কৰু গুৰু
 দায়া তনয় অধিক |
হৰিক মুকতি সুরূতি মন মগন
 মজ্জন আনন্দ সিন্ধু।
ঐসন নিৰমল হৃদয়ে বিকাশিত
 ভকত-কুমুদ;কূলই-॥