সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
ভটিমা।

পিতৃ মাতৃ কহুঁ আৱৰি নন্দ।
পেখি হৰিক ছয় মিলত আনন্দ॥
ৰাজা কংসে ৰোষে বলে বাণী।
দূৰ কৰ মল্ল বাদ্য নিশানি॥
এহেসে বাহিৰ কৰ ৰাম কাহ্লাই।
মাৰলি ৰাল এহে দুহোঁ ভাই॥
নন্দ কহুঁ বাহু কাট বসুদেউ।
মাৰ উগ্ৰসেন ৰাখবি নাহি কেউ॥
নিশবদ বাণী শুনিয়ে নৰ নাৰী।
তাসু পেখি ভকত ভয় হাৰী॥
লাম্ফে মঞ্চে সঞ্চাৰিয়ে হৃষীকেশ।
পাৰলি কংস পাকড়িয়ে কেশ।
ষোহি উপৰে বহুঁ ৰোষ অপাৰা।
তাসু পৃষ্ঠে বৈঠে ত্ৰিজগত ভাৰা॥
মৰলহি কংস সমাজহি চুপ।
দেলহ যো আপনহি নিজরূপ॥
ৰোয উঠাৱল কংস কহি ভাই।
মাৰল বলে তাহে পৰিঘ উঠাই॥
ৰাজ মহিষী কান্দে মনহি সন্তাপে।
তাসু শান্ত কিয়ে ত্ৰিজগত বাপে॥