সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
ভটিমা।

 ধৰু গোবৰ্দ্ধন
 বাৰণ বৰিষণ
 তাৰল ব্ৰজ জন।
মদ ইন্দ্ৰক দূৰ কৰল নাৰায়ণ।
 গোপিনীক সঙ্গ
 বঢ়াৱত ঢঙ্গ
 হেৰি ভ্ৰূভঙ্গ
ৰমণী মনোৰথ পূৰল অনঙ্গ॥
 জয় গোপাল।
 ৰজক বিশাল
 তচুকয় কাল।
ঋজু কুবুজা যো কৰত কৃপাল
 জয় শ্ৰীৰাম।
 ভকত সুদাম।
 ওহি কৰ ঠাম।
গয় বৰ দানে পূৰল কাম॥
 পৰম প্ৰতাপ
 যো করু দাপ
 ভাঙ্গল চাপ:
শুনি কংসক মনে মিলল সন্তাপ॥