সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৪৯
ভটিমা।

বলভদ্ৰ সহোদৰ সত্য বপূং।
বপূ নিৰ্দ্দিত বিশ্ব সুৰাৰি ৰিপুং॥
ৰিপু যুথপ যুথপ দৰ্প হৰং।
হৰ মৌলি নিঘৃষ্ট পদাব্জ অৰং॥
পৰ লোক সহায় সহস্ৰ মুখং।
মুখবালি কুলাকুল মাল্য সুখং॥
সুখ মোক্ষদ দক্ষ ৰমা ৰমণং।
মনসোপৰিমেয় সহস্ৰ ফণং॥
ফনতোস্মি নতোস্মি নতোস্মি হৰিং।
হৰি বৈৰী হুতাশন ভোগ্য হৰিং॥
হৰি কিঙ্কৰ শঙ্কৰ ঈশ পদে।
পদ মিচ্ছন গায়তি চামৄত দে॥২২৷

 বন্দোঁ গোবিন্দা।
 গোপী জনমানন্দা।
 ঞ্জূ ভ্ৰূ যুগ সুস্মিত সুন্দৰ
 বদন বিনিন্দিত চান্দা॥