সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
ভটিমা।

ধন জন জীৱন যৈসন বিজুৰী
 উজুৰী দেখ নেদেখা।
জানব কেশৱ দেৱা সেৱা
 সোহি শিলাকেৰি ৰেখা॥
সব অপৰাধক বাধক সাধক
 সিদ্ধি ঋদ্ধি হৰিনাম।
কহে কৃষ্ণ-কিঙ্কৰ লোক নিৰন্তৰ
 ডাকি বোলহু ৰাম ৰাম॥১৬॥

কি কহব ৰূপ কুমাৰীক ৰাম।
কনক পুতলী তুল তনু অনুপাম॥
ৰতন তিলক লোল অলক কপোলে।
হেৰিয়ে ভ্ৰূভঙ্গ ত্ৰিভুবন ভুলে॥
দেখিয়ে বদন চান্দ ভেলি লাজ।
নয়ন নিৰক্ষি কমল জল মাঝ॥
হেৰিয়ে ভুজ যুগ মিলল উছঙ্গ।
ললিত মৃণাল মজল জল পঙ্ক॥