সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
ভটিমা।

জয় জয় ৰঘুকুল কমল প্ৰকাশক
 দাসক নাশক ভীতি।
জয় জয় নিজ জন জাতন ঘাতন
 পাতন পাতক ৰীতি॥
হৰক শৰাসন নাশন শাসন
 নৃপ সব বাণ সন্ধানে।
ছেদল ভেদল খেদল দাপে
 তাপে পলাৱত প্ৰাণে॥
ভৃগুবৰ ৰামক বামক কামক
 কৰলি দৰ্প উপান্ত।
ভব-ভয় ভঞ্জন ৰঞ্জন সজ্জন
 জীবন জানকী-কান্ত॥
যোহি বনমালী বালী ঘালী
 ৰাজা কৰু সুগ্ৰীৱ।
যাহেৰি কোপ কটাক্ষ নিৰক্ষি
 কম্পিত জলধিৱ জীব॥
সমৰক নাগৰ নাগৰ সাগৰ
 শিলা সেতু কয় বন্ধ।
ভকতা ভীতা সীতা নিতা
 যুদ্ধে বধিয়ে দশঙ্কস্ক॥