সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
ভটিমা।

 জয় জয় যাদৱ
 দৈত্য পৰাভব-
 কাৰী মাধৱ।
ভকত জনক যো মুকুতি সাধব॥
 জয় অজ হংস।
 যো নিজ অংশ
 হুয়া যদু বংশ
সংহক অঘ বক কেশী কংশ॥
 জগত নিধান।
 পূতনাক প্ৰাণ।
 কয় নিৰষাণ।
নিজ জন তাৰণ পুরুষ পুৰাণ॥
 জয় বনমালী।
 বিমৰ্দ্দয়ে কালী
 বহু বলশালী
খেদল হ্ৰদ মহ তাহে নিকালি॥
 হুয়া অৱতাৰ
 ভূমিকো ভাৰ
 সব সংহাৰ।
যো কৰু বিৰিন্দা বিপিন বিহাৰ॥