সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
ভটিমা।

মাধব কহু তুৱা দাসকো দাস।
ঐসন ৰূপ হৃদয়ে কৰু বাস॥
কাকু কৰিয়ে তুৱা চৰণাহি লাগোঁ।
মূৰুতি সুকতি ভকতি এক মাগোঁ॥
ভকত বৎসল কৰু ঐসন দায়া।
চৰণে শৰণ লেহোঁ ছোড়হ মায়া॥
ভকত সঙ্গে ৰহু মূহভৰি নাম।
ভো সামাজিক বোল ৰাম ৰাম॥২৯॥

জয় জয় কৃষ্ণ দেব আদি মূল।
নাহি নাহি দেব যোহি সমতুল॥
যোহি ৰত হৃদি পঙ্কজ ঠাম।
সোহৰি চৰণে কৰছোঁ পৰণাম॥
জগত জনক শিব পুৰুষ পুৰাণম।
সায়া গুণ তিনি কয় নিৰমাণ॥
সৃষ্টি স্থিতি লয় লীলা কাৰী।
কৰত মুকুতি নিত্য সোহি মুৰাৰি।