সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
ভটিমা।

চতুৰ উজৰ কৰ বৰ ভূজ দণ্ড ৷
যৈসে নীল মৃণাল খণ্ড॥
বলয়া কঙ্কণ কেয়ুৰ হাতে।
শঙ্খ চক্ৰ গদা পঙ্কজ হাতে॥
কিশলয় কৰ চাৰু অঙ্গুলি পান্তি।
ৰতন অঙ্গুলি নখ চান্দ কৰু কান্তি।৷
নিন্দি ইন্দু কোটি বয়ন বিকাশ।
মোতিম দশন মন্দ কৰু হাস ৷৷
আয়ত নেত্ৰ কমল দল পাসি।
মদনক ধেনু সম ভ্ৰুৰ প্ৰকাশী॥
নাসা তিল কুসুম সম শোহে।
চাৰু চিবুক মন আলোভ লোহে॥
মকৰ কুণ্ডল দুহোঁ লম্বিত কৰ্ণ।
তাসু ৰশমি গণ্ড পাণ্ডুৰ বৰ্ণ ৷৷
অলকা কুটিল তিলক কৰু কান্তি।
পেখিতে ভকতৰ তাপ উপশান্তি॥
ৰতন চূড়ামণি কিৰীটি উজ্জ্বল।
তাসু বিকশিত বদন কমল ৷৷
শিৰ ছত্ৰাকৃত কুঞ্চিত কেশ।
কোটি মদন মন মোহন বেশ ৷৷