সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
ভটিমা।

শত শত বৎস বিমল
 নবীন চবীন লাৱত ৰে।
শিঙ্গা উপাঙ্গ বেণু মুহ বাজত
 হেৰি গোৱাল ভূলাৱত ৰে॥
গিৰিপতি ধ্যান তেজি অবধান
 মুৰৰীক সান বিমোহিত ৰে।
ভূহুঁ জগন্নাথকি দাসকি মাধব
 মুহ ভৰি ৰাম কহাৱত ৰে॥৩১॥

জয় জয় মল্ল নৃপতি ৰস বান।
যাকেৰি গুণ গণ সম নাহি আন॥
নিজ কুল কুমুদ প্ৰকাশিত ইন্দু।
গহীন গম্ভীৰ ধীৰ পেখিতে সিন্ধু॥
সভা এক পাত্ৰ আপন মহাৰাজ।
দেবক মধ্যে যৈসে সুৰৰাজ॥

আপন ভুজ বলে দণ্ডিয়ে ৰাজকুল
 পাৱত সকলহি কায।
জয় জয় ঈশ্বৰ পাদ প্ৰসাদ
 মল্লদেব করূ ৰাজ॥