সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
ভটিমা।

মাণিক উজণ্টি অঙ্গুলিক পান্তি।
নখচয় চান্দ কৰত তথি কান্তি॥
পদতল আৰকত পেসি মন মোহে।
ঘৰ পঙ্কজ ধ্বজ অঙ্কুশ শোহে॥
ত্ৰিভুবন মোহন নটবৰ বেশ।
চৌভিতি বেড়ি ৰহ গোপ নিশেষ॥
লীলা পদ্ম ফুৰাৱত হাতে।
পেখল দ্বিজ বধূ সবহি সাক্ষাতে।
কোটি মদন আগে নাহি থিৱ।
পেখি জুৰাৱল তনু মন জীৱ॥
অমৃত পানে যৈসে মিলল আহ্লাদ।
পাৱল দ্বিজ-বধু পৰম প্ৰসাদ॥
কয়লি আগে দণ্ড পৰণাম।
পূৰল সবহি আপন মন কাম॥
কৃষ্ণ-কিঙ্কৰ কহ ধৰম উপাম।
ডাকি সব সোই বোলহু ৰাম ৰাম॥২০॥

(৫)